• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহিলী দৰমহা ৩৫ হাজাৰ? কোটিপতি হ’বলৈ মাহত কিমান টকা বিনিয়োগ কৰা জৰুৰী?

মাহিলী দৰমহা ৩৫ হাজাৰ? কোটিপতি হ’বলৈ মাহত কিমান টকা বিনিয়োগ কৰা জৰুৰী?

2 years ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

4 minutes ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

35 minutes ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

1 hour ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

2 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

3 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

4 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

4 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

13 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

14 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

14 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

15 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহিলী দৰমহা ৩৫ হাজাৰ? কোটিপতি হ’বলৈ মাহত কিমান টকা বিনিয়োগ কৰা জৰুৰী?

আপোনাৰ মাহিলী দৰমহা ৩৫ হাজাৰ? কোটিপতি হ’বলৈ মাহত কিমান টকা বিনিয়োগ কৰা জৰুৰী?

editor by editor
February 22, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মাহিলী দৰমহা ৩৫ হাজাৰ? কোটিপতি হ’বলৈ মাহত কিমান টকা বিনিয়োগ কৰা জৰুৰী?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

একলগে মোটা টকা বিনিয়োগ কৰিলে সোণত সোৱগা৷ দুহাত ভৰি ৰিটাৰ্ণ পোৱা যাব৷ প্রথম দিনাই পাব কমপাউণ্ডিঙৰ সুবিধা৷ কিন্তু সকলো সময়তে হাতত টকা নাথাকে৷  এছ আই পিৰ মাধ্যমেৰেও মোটা টকা ৰিটাৰ্ণ পোৱা সম্ভৱ৷ আৰ্থিক বিশেষজ্ঞই কৈছে, চাকৰি পোৱাৰ সৈতে বিনিয়োগো আৰম্ভ কৰিব লাগে৷ একেবাৰে প্ৰথম দৰমহাৰ পৰাই৷ কাৰণ তেতিয়া সময় বেছিকৈ পোৱা যায়৷ ফলত অলপ বিনিয়োগ কৰিলেও কমপাউণ্ডিঙৰ কাৰণে ৰিটাৰ্ণ বেছিকৈ পোৱা যায়৷ ইয়াৰোপৰি বজাৰৰ সৈতে যুক্ত হোৱা মিউছুৱেল ফাণ্ড এছ আই পিত কিছু ভয়ো থাকে৷ বজাৰৰ উঠা নমাৰ ফলত লোকচানৰ মুখতো পৰিব পাৰে৷ কিন্তু দীৰ্ঘম্যাদি বিনিয়োগত এই ভয় নাথাকে৷

ধৰা হ’ল কোনো ব্যক্তিয়ে ৩৫ হাজাৰ টকা দৰমহা পায়৷ বিয়া, অৱসৰসহ নানান আৰ্থিক লক্ষ্য আছে৷ এতিয়া প্ৰশ্ন হৈছে, এছ আই পিত তেওঁ কিমান টকা বিনিয়োগ কৰিলে  কোটি টকা গোটাব পাৰিব? এয়া বোজাৰ এটা সহজ ফৰ্মূলা আছে৷ আৰ্থিক বিশেষজ্ঞই ইয়াৰ নাম দিছে ৫০:৩০:২০ ৰুল৷

৫০:৩০:২০ ৰুল কি?

৫০:৩০:২০ ৰুলত মুঠ দৰমহাক তিনি ভাগত ভাগ কৰা হৈছে৷ ৫০শতাংশ, ৩০শতাংশ আৰু ২০শতাংশ৷ দৰমহাৰ  ৫০শতাংশ টকা খৰচ হ’ব জৰুৰী প্ৰয়োজনত৷ অৰ্থাৎ ঘৰ ভাড়া, মাহিলী খৰচ, সন্তানৰ শিক্ষা ইত্যাদি৷ ৩০শতাংশ চাহিদাৰ বাবে৷ চখ পুৰণৰ বাবে এই টকা খৰচ কৰা হৈছে৷ যেনেকৈ চিনেমা চোৱা, ৰেস্তোৰাত খোৱা ইত্যাদি৷ আৰু বাকী ২০শতাংশ টকা বিনিয়োগ কৰিব লাগে৷

৩৫ হাজাৰ টকাৰ ২০শতাংশ হয় ৭ হাজাৰ টকা৷ অৰ্থাৎ যাৰ ৩৫ হাজাৰ টকা দৰমহা তেওঁ প্ৰতিমাহে ৭ হাজাৰ টকা এছ আই পি কৰিব পাৰে৷ ধৰা হ’ল তেওঁ ৩০বছৰত চাকৰি পাইছে৷ ৬০ বছৰ বয়সত অৱসৰ ল’ব৷ তেন্তে তেওঁ ৩০ বছৰ বিনিয়োগৰ বাবে সময় পাব৷ ৩০ বছৰৰ পাছত তেওঁ কিমান টকা ৰিটাৰ্ণ পাব?

এছ আই পি কেলকুলেটৰৰ পৰা খুব সহজেই এই হিঁচাপ উলিয়াব পাৰি৷ আৰ্থিক বিশেষজ্ঞই কয়, মিউচুৱেল ফাণ্ডত দীৰ্ঘম্যাদী ১২ শতাংশ হাৰত ৰিটাৰ্ণ পোৱা যায়৷ ৭ হাজাৰ টকা মাহিলী বিনিয়োগ কৰিলে ৩০ বছৰত মুঠ বিনিয়োগৰ পৰিমাণ ২৫,২০,০০০ টকা৷ ১২ শতাংশ ৰিটাৰ্ণৰ হাৰ ধৰিলে সুদৰ পৰা আয় হ’ব ২,২১,৮৯,৩৯৬ টকা৷ সুদ আৰু প্ৰকৃত মিলি তেওঁৰ মুঠ ২,৪৭,০৯,৩৯৬ টকা পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম
বিবিধ

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

October 7, 2026
Next Post
শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এই ১০টা কাম, জানি থওক নহ’লে বিপদ আপোনাৰ

শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এই ১০টা কাম, জানি থওক নহ’লে বিপদ আপোনাৰ

ATM কাৰ্ড হেৰাইছে? ঘৰত বহিয়েই কেনেকৈ ব্লক কৰিব? জানক উপায়

ATM কাৰ্ড হেৰাইছে? ঘৰত বহিয়েই কেনেকৈ ব্লক কৰিব? জানক উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.