• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাধ্যমিক-উচ্চমাধ্যমিকত চকুত লগা নম্বৰ, আগশাৰীৰ চাকৰি এৰি ভাইৰেল হোৱা  IIT Babaৰ মাৰ্কশ্বিট দেখিলেনে?

4 months ago
কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

3 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

4 hours ago
ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

5 hours ago
চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

21 hours ago
আজিৰ পৰা ৩ ৰাশিৰ সমস্যাৰ অন্ত, ২৭ দিনৰ পিছত পুনৰ চন্দ্ৰ মকৰ ৰাশিত প্ৰৱেশ

22 hours ago
ভোকাতুৰ সিংহ বুমৰাহ! একেকোবে ল’লে ৩ টা উইকেট, পিছ পেলালে কপিল দেৱক

23 hours ago
৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

1 day ago
লৰ্ডছৰ খেলপথাৰত ১ ৰান কৰিলেই ভংগ হ’ব ষ্টিভ স্মিথৰ অনন্য ৰেকৰ্ড

পিতৃয়ে কিয় কাঢ়িলে টেনিছ খেলুৱৈ কন্যা ৰাধিকাৰ প্ৰাণ, তদন্তত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

আজি ১১ জুলাইৰ পৰা সাৱধানে থাকক এই ৪ ৰাশি, সমস্যা আহিব পাৰে জীৱনত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 12, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

মাধ্যমিক-উচ্চমাধ্যমিকত চকুত লগা নম্বৰ, আগশাৰীৰ চাকৰি এৰি ভাইৰেল হোৱা IIT Babaৰ মাৰ্কশ্বিট দেখিলেনে?

মাধ্যমিক-উচ্চমাধ্যমিকত চকুত লগা নম্বৰ, আগশাৰীৰ চাকৰি এৰি ভাইৰেল হোৱা IIT Babaৰ মাৰ্কশ্বিট দেখিলেনে?

editor by editor
March 9, 2025
in লেখা, শিক্ষা
0
মাধ্যমিক-উচ্চমাধ্যমিকত চকুত লগা নম্বৰ, আগশাৰীৰ চাকৰি এৰি ভাইৰেল হোৱা  IIT Babaৰ মাৰ্কশ্বিট দেখিলেনে?
0
SHARES
14.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাকুম্ভৰ পৰাই খবৰৰ শিৰোনামত আছে IIT Baba, তেতিয়াৰে পৰাই IIT Babaক বাবাক লৈ সৰ্বত্ৰতে চৰ্চা চলি আছে। এইবাৰ নতুুনকৈ চৰ্চা হৈছে তেওঁ শিক্ষাজীৱনক লৈ লৈ। ছচিয়েল মিডিয়াত IIT Babaৰ মাৰ্কশ্বিট ভাইৰেল হৈছে। IIT Babaৰ মাৰ্কশ্বিট দেখাৰ লগে লগেই তেওঁৰ মেধাৰ প্ৰশংসা হৈছে সৰ্বত্ৰতে।

IIT Baba বাবা ওৰফে অভয় সিঙৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ মাৰ্কচিটত দেখা গৈছে যে তেওঁ মাধ্যমিকত ৯৩শতাংশ নম্বৰ লাভ কৰিছিল। উচ্চমাধ্যমিকত তেওঁৰ নম্বৰ আছিল ৯২.৪শতাংশ। সেই ৰিজাল্টৰ বাবেই তেওঁ দেশৰ অন্যতম ঐতিহ্যশালী প্ৰযুক্তি শিক্ষাৰ কেন্দ্ৰ IIT Bombayত এডমিছন লাভ কৰিছিল।

কেৱল মাধ্য়মিক আৰু উচ্চমাধ্যমিকতেই ভাল ৰিজাল্ট কৰিছিল তেনে নহয়। ২০০৮ চনত তেওঁ IIT-ৰ বাবে জয়েণ্ট এন্ট্ৰেন্স পৰীক্ষাত বহে। তাতেই সমগ্ৰ দেশৰ ভিতৰত তেওঁ ৭৩১তম স্থান পায়। অর্থাৎ দেশৰ অন্যতম আগশাৰীৰ ইঞ্জিনীয়াৰ হোৱাৰ দৌৰত চামিল হয়।

২০০৮ৰ পৰা ২০১২ চন পৰ্যন্ত এৰোস্পেছ ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰি অৰ্জন কৰে IIT Babaই। কানাডাক চাকৰিও লাভ কৰিছিল। দৰমহা আছিল বছৰত ৩৬ লাখ টকা। কিন্তু সকলোবোৰ ত্যাগ কৰি আধ্যাত্মিকতাৰ পথ বাচি লয়। মহাকুম্ভৰ পৰাই তেওঁ দেশবাসীৰ মাজত পৰিচিত হৈ পৰে। কিন্তু চৰ্চাৰ পাছতো তেওঁ সোমাই পৰে একাধিক বিতৰ্কত।

সম্প্ৰতি জয়পুৰ আৰক্ষীয়ে IIT Baba-ক আটক কৰিছে। তেওঁৰ হোটেলৰ কোঠাৰ পৰা গাঞ্জা পোৱা বুলি জনাইছে আৰক্ষী সূত্ৰই। তাৰপাছতেই জামিনত বাহিৰলৈ ওলাই আহে। ভাৰত বনাম পাকিস্তান ক্ৰিকেট মেচত ভৱিষ্যদ্বাণী কৰি ট্ৰলৰ সন্মুখীন হৈছিল IIT Baba।

সন্তানৰ এই জীৱনৰ বাবে IIT Baba-ৰ পিতৃ কৰ্ণ সিং গ্ৰেবালে নিজকেই দায়ী কৰে। তেওঁ জনায় যে স্ত্ৰীৰ সৈতে নিত্যদিনেই অশান্তি হৈ থাকে। ঘৰত দৈনিক এইসমূহ কাজিয়া দেখিয়েই সমাজ আৰু সংসাৰৰ প্ৰতি মোহ ভংগ হয় অজয়ৰ। ঘৰ এৰি এদিন ওলাই যায় অজয়। নিজৰ সন্তানক সহজ সৰল সৎ বুলি উল্লেখ কৰিছে পিতৃয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?
জীৱনশৈলী

July 12, 2025
পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

July 12, 2025
ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

July 12, 2025
শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?
জীৱনশৈলী

শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

July 12, 2025
Next Post
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

ট্ৰাক চালক কৰি পেটৰ ভাতমুঠি আহিছিল, হঠাৎ সলনি জীৱন, ইউটিউবৰ এটা ভিডিঅ’তেই কেনেকৈ ঘূৰিব ভাগ্যৰ চকা?

ট্ৰাক চালক কৰি পেটৰ ভাতমুঠি আহিছিল, হঠাৎ সলনি জীৱন, ইউটিউবৰ এটা ভিডিঅ'তেই কেনেকৈ ঘূৰিব ভাগ্যৰ চকা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন