• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ কেইটামান ঘণ্টা, ১০ মাৰ্চৰ পৰাই কঁপাল খুলিব এই ৫ ৰাশিৰ, টকাৰ বৃষ্টি কাৰ কাৰ ওপৰত?

মাত্ৰ কেইটামান ঘণ্টা, ১০ মাৰ্চৰ পৰাই কঁপাল খুলিব এই ৫ ৰাশিৰ, টকাৰ বৃষ্টি কাৰ কাৰ ওপৰত?

11 months ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

1 day ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

1 day ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

1 day ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

1 day ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

1 day ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

1 day ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

1 day ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

2 days ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

2 days ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

2 days ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

2 days ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, January 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ কেইটামান ঘণ্টা, ১০ মাৰ্চৰ পৰাই কঁপাল খুলিব এই ৫ ৰাশিৰ, টকাৰ বৃষ্টি কাৰ কাৰ ওপৰত?

মাত্ৰ কেইটামান ঘণ্টা, ১০ মাৰ্চৰ পৰাই কঁপাল খুলিব এই ৫ ৰাশিৰ, টকাৰ বৃষ্টি কাৰ কাৰ ওপৰত?

editor by editor
March 9, 2025
in জীৱনশৈলী
0
মাত্ৰ কেইটামান ঘণ্টা, ১০ মাৰ্চৰ পৰাই কঁপাল খুলিব এই ৫ ৰাশিৰ, টকাৰ বৃষ্টি কাৰ কাৰ ওপৰত?
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন সপ্তাহৰ প্ৰথম দিনটো কেনে যাব আপোনাৰ? ১০ মাৰ্চ সোমবাৰ জ্যোতিষমতে কেইটামান ৰাশিৰ বাবে শুভ দিন। চাকৰি, ব্যৱসায় আৰু সম্পৰ্কৰ ক্ষেত্ৰত কাইলৈ শুভ ফল পাব কেইটামান ৰাশিৰ জাতকে। কঠোৰ পৰিশ্ৰমৰ ফল পাব লগতে বিশেষ কামো সম্পন্ন হব। যদি আপোনাৰ ৰাশিও এই ৫ৰাশিৰ ভিতৰত আছে তেন্তে কাইলৈ সাফল্যৰ খবৰ লাভৰ বাবে আজিয়েই সাজু হওক আপুনিও।

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে ১০ মাৰ্চ অত্য়ন্ত শুভ দিন হব। কাইলৈ আপুনি পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব আৰু আপোনাৰ উদ্যোগত সফল হব। যদি আপুনি নতুন কোনো ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাৱিছে তেন্তে কাইলৈ দিনটো শুভ। আৰ্থিক অৱস্থাৰ উন্নতি হব আৰু ৰৈ থকা অৰ্থ উভতাই পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন ভালে থাকিব আৰু আপোনজনৰ পূৰ্ণ সমৰ্থন পাব।

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে এই দিনটো অৰ্থনৈতিকভাৱে সচ্ছল দিন হব। যদি আপুনি কাৰোবাক ঋণ দিছে তেন্তে সেই ধন উভতাই পাব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগ আহিব। কাইলৈ আপুনি কোনো সুসংবাদ পাব পাৰে। যি সু সংবাদে আপোনাৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব। পাৰিবাৰিক শান্তি বৰ্তি থাকিব আৰু মানসিকভাৱে পাতল অনুভৱ কৰিব।

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে ১০ মাৰ্চত সাফল্য আহিবই। চাকৰি আৰু ব্যৱসায়ত ভাল ফল পাব যিয়ে আত্মবিশ্বাস বঢ়াব। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব খুজিছে তেন্তে কাইলৈ দিনটো সঠিক সময়। অৰ্থ লাভৰ যোগ আছে, যিয়ে আৰ্থিক স্থিতিশীলতা বঢ়াব। কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ পাব পাৰে যি ভৱিষ্যতৰ বাবে লাভজনক হব।

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে এই দিনটো প্ৰেমময় আৰু আনন্দদায়ক হব। যদি আপুনি সম্পৰ্কত থাকে তেন্তে সেই সম্পৰ্ক আৰু দৃঢ় হব। এই দিনটোত বিনিয়োগ কৰিলে ভৱিষ্যতে ভাল লাভ দিব। কৰ্মস্থলত আপুনি প্ৰশংসা পাব আৰু নতুন সংযোগ তৈয়াৰ হব যিয়ে কেৰিয়াৰত সহায়ক হব পাৰে। পাৰিবাৰিক পৰিবেশ আনন্দময় থাকিব আৰু আপুনি নিজকে উজ্জীৱিত অনুভৱ কৰিব।

ধনু ৰাশি

ধনু ৰাশিত জাতকৰ বাবে কাইলৈ দিনটোত ভ্ৰমণৰ সম্ভাৱনা আছে। নতুন কোনো প্ৰকল্পত সাফল॥ আহিব পাৰে যি ভৱিষ্যতৰ বাবে লাভজনক হব। যদি আপুনি শিক্ষা বা কেৰিয়াৰ সংক্ৰান্তিয় কোনো পৰিকল্পনা কৰিছে তেন্তে ভাল অগ্ৰগতি হব। এইদিনটোত আপোনাৰ ইচ্ছাপূৰণ হব পাৰে আৰু ডাঙৰ কোনো সিদ্ধান্ত লৈ আত্মবিশ্বাস অনুভৱ কৰিব। পৰিয়ালত আনন্দৰ পৰিবেশ আৰু মানসিক শান্তি লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ
জীৱনশৈলী

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

January 17, 2026
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

January 17, 2026
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ
জীৱনশৈলী

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

January 17, 2026
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
Next Post
পুৰুষৰ সমস্যা দূৰ হ’ব! অন্তহীন যৌৱন ধৰি ৰখাৰ যুগান্তকাৰী যন্ত্ৰ তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

পুৰুষৰ সমস্যা দূৰ হ'ব! অন্তহীন যৌৱন ধৰি ৰখাৰ যুগান্তকাৰী যন্ত্ৰ তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

দিন চমু চাপিছে, পৃথিৱী কেতিয়া ধ্বংস হ’ব? কি কৈ গৈছে বিজ্ঞানী নিউটনে?

দিন চমু চাপিছে, পৃথিৱী কেতিয়া ধ্বংস হ'ব? কি কৈ গৈছে বিজ্ঞানী নিউটনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.