• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাসপ্তমীতেই নবপত্ৰিকা স্নান! জানক গণেশৰ কাষতে থকা কলগছেৰে সজা ঢাকি থোৱা বিশেষ প্ৰতিমা প্ৰকৃততে কোন?

মহাসপ্তমীতেই নবপত্ৰিকা স্নান! জানক গণেশৰ কাষতে থকা কলগছেৰে সজা ঢাকি থোৱা বিশেষ প্ৰতিমা প্ৰকৃততে কোন?

2 years ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

10 minutes ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

36 minutes ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

44 minutes ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

2 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

2 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

4 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

5 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

6 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

6 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

14 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

14 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাসপ্তমীতেই নবপত্ৰিকা স্নান! জানক গণেশৰ কাষতে থকা কলগছেৰে সজা ঢাকি থোৱা বিশেষ প্ৰতিমা প্ৰকৃততে কোন?

মহাসপ্তমীতেই নবপত্ৰিকা স্নান! জানক গণেশৰ কাষতে থকা কলগছেৰে সজা ঢাকি থোৱা বিশেষ প্ৰতিমা প্ৰকৃততে কোন?

editor by editor
October 10, 2024
in জীৱনশৈলী
0
মহাসপ্তমীতেই নবপত্ৰিকা স্নান! জানক গণেশৰ কাষতে থকা কলগছেৰে সজা ঢাকি থোৱা বিশেষ প্ৰতিমা প্ৰকৃততে কোন?
0
SHARES
229
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্গা পূজা আৰম্ভ হ’ল। মহাসপ্তমীতেই নৱপত্ৰিকা বা কলাবউক গা ধুওৱাৰ নিয়ম আছে। নৱপত্ৰিকা বা কলাবউ পূজাৰ চাৰিদিন গণেশৰ কাষতেই থাকে। মহাসপ্তমীতেই দুৰ্গাপূজাৰ ঘট স্থাপন কৰা হয়। কিন্তু কিয় নৱপত্ৰিকাক গণেশৰ পত্নী বুলি কোৱা হয়? কিয় সপ্তমীৰ পুৱাই নৱপত্ৰিকাক গা ধুওৱা হয়?

নৱপত্ৰিকা দুৰ্গাপূজাৰ এৰাব নোৱাৰা অংগ। ইয়াৰ অৰ্থ ৯ বিধ গছৰ পাত। বাস্তৱত নৱপত্ৰিকা নটা পাত নহয়, নবিধ উদ্ভিদ। এইসমূহ হৈছে কাদলী বা ৰম্ভা, কচু, হৰিদ্ৰা বা হালধী, জয়ন্তী, বিল্ব বা বেল, দাড়িম্ব বা দাড়িম, অশোক আৰু ধান। পাতসহ এজোপা কলগছ শিঁপাৰ সৈতে সামৰি এইকেইবিধ লতাও লগত বান্ধি ৰঙা বা বগা শাৰী পিন্ধাই গণেশৰ কাষত থিয় কৰাই পূজাৰ আটাইকেইটা দিনেই আৰাধনা কৰা হয়।

শাস্ত্ৰ অনুসৰি নৱপত্ৰিকাত ৯বিধ উদ্ভিদক দেৱী দুৰ্গাৰ ৯ বিশেষ ৰূপৰ প্ৰতিনিধি ৰূপে আৰাধনা কৰা হয়। এই ৯ ৰূপ হৈছে ব্ৰক্ষ্মাণী, কচ্বধিষ্ঠাত্ৰী কালিকা, হৰিদ্ৰাধিষ্ঠাত্ৰী উমা, জয়ন্ত্যধিষ্ঠাত্ৰী কাৰ্তিকী, বিল্মাধিষ্ঠাত্ৰী শিবা, দাড়িম্বাধিষ্ঠাত্ৰী ৰক্তদন্তিকা, অশোকাধিষ্ঠাত্ৰী শোকৰহিতা, মানাধিষ্ঠাত্ৰী চামুণ্ডা আৰু ধান্যাধিষ্ঠাত্ৰী লক্ষ্মী। এই নতুন দেৱীক একত্ৰে ‘নৱপত্ৰিকাবাসিনী নৱদুৰ্গা’ নামৰ নৱপত্ৰিকাবাসিন্যৈ নৱদুৰ্গায়ৈ নমঃ মন্ত্ৰৰে পূজা কৰা হয়।

সপ্তমীৰ দিনা পুৱা নৱপত্ৰিকাক কাষৰ কোনো নদী বা জলাশয় লৈ যোৱা হয়। পুৰোহিতে নিজেই কান্ধত লৈ যায় নৱপত্ৰিকাক। তাৰ পিছতেই ঢাকীয়ে ঢাক বজাই বজাই আৰু মহিলাসকলে শংখ উৰুলি দি মণ্ডপলৈ আনে। শাস্ত্ৰবিধি মানি গা ধুৱাই নৱপত্ৰিকাক এখন নতুন ৰঙা পাৰিৰ বগা শাৰী পিন্ধোৱা হয়। তাৰপিছতেই মণ্ডপলৈ আনি গণেশৰ কাষত বাওঁহাতে এখন কাঠৰ আসনৰ ওপৰত বহোওৱা হয়। পূজামণ্ডপত নৱপত্ৰিক প্ৰৱেশৰ মাধ্যমেৰে পূজাৰ মূল অনুষ্ঠানৰ সূচনা হয়। নৱপত্ৰিকাক গা ধুৱাই অনাৰ পাছৰে পৰা অন্য সকলৰ সমানেই নৱপত্ৰিকাকো পূজা কৰা হয়। একাংশৰ মতে নৱপত্ৰিকাৰ পূজা প্ৰকৃতপক্ষে শস্যদেৱীৰ পূজা। কৃষিনিৰ্ভৰ অৰ্থনীতিৰ এই দেশত ধৰ্মীয় ক্ৰিয়াকলাপৰ সৈতে কৃষিকৰ্ম জড়িত হৈ আছে। বিভিন্ন দুৰ্গাপূজাৰ বিধিত এই নৱপত্ৰিকাৰ বিভিন্ন বাখ্যা দিয়া হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক
জীৱনশৈলী

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

October 8, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

October 8, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
Next Post
অহা ২০ দিনলৈ ৩ ৰাশিৰ লোকৰ লাভেই লাভ, বুধ ট্ৰেনজিটৰ ফলত বিশেষ সৌভাগ্য

অহা ২০ দিনলৈ ৩ ৰাশিৰ লোকৰ লাভেই লাভ, বুধ ট্ৰেনজিটৰ ফলত বিশেষ সৌভাগ্য

একেলগে প্ৰাণ হেৰুৱালে পতি-পত্নীয়ে, পুত্ৰ সংকটজনক, মুঠ ৪ নিহত

একেলগে প্ৰাণ হেৰুৱালে পতি-পত্নীয়ে, পুত্ৰ সংকটজনক, মুঠ ৪ নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.