• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুৰক্ষাত সুৰুঙা, খেল চলি থকাৰ মাজতে খেলপথাৰত বিৰাটৰ কাষ পালেগৈ অনুৰাগী

সুৰক্ষাত সুৰুঙা, খেল চলি থকাৰ মাজতে খেলপথাৰত বিৰাটৰ কাষ পালেগৈ অনুৰাগী

2 years ago
এইবাৰ চীনে নিৰ্মাণ কৰিলে উৰিব পৰা গাড়ী!

এইবাৰ চীনে নিৰ্মাণ কৰিলে উৰিব পৰা গাড়ী!

20 minutes ago
Budh Gochar 2026: বুধে সলাব গতি, কাৰ জিলিকিব ভাগ্য আৰু কোন হ’ব সাৱধান?

Budh Gochar 2026: বুধে সলাব গতি, কাৰ জিলিকিব ভাগ্য আৰু কোন হ’ব সাৱধান?

2 hours ago
ৰোগে অশান্তি কৰিব আপোনাক, যদি ভুল দিশত থাকে পাকঘৰ!

ৰোগে অশান্তি কৰিব আপোনাক, যদি ভুল দিশত থাকে পাকঘৰ!

3 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

নতুন বৰ্ষত হ্ৰাস পাব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ভৱিষ্যদ্বাণী

3 hours ago
অন্তৰংগ দৃশ্যৰ শ্বুটিঙৰ সময়ত অঘটন! এইগৰাকী অভিনেত্ৰীয়ে নোৱাৰিলে একো ক’ব

অন্তৰংগ দৃশ্যৰ শ্বুটিঙৰ সময়ত অঘটন! এইগৰাকী অভিনেত্ৰীয়ে নোৱাৰিলে একো ক’ব

3 hours ago
Post Office Schemes: ডাকঘৰত ৫ লাখ টকাৰ FDত বাম্পাৰ ৰিটাৰ্ণ, ১ৰ পৰা ৫ বছৰৰ হিচাপ চাওক

Post Office Schemes: ডাকঘৰত ৫ লাখ টকাৰ FDত বাম্পাৰ ৰিটাৰ্ণ, ১ৰ পৰা ৫ বছৰৰ হিচাপ চাওক

4 hours ago
ভাতৃ দ্বিতীয়াত ভুল দিশত বহি দিছে নেকি ভাতৃক ফোঁট? আহিব বিপদ!

ভাতৃ দ্বিতীয়াত ভুল দিশত বহি দিছে নেকি ভাতৃক ফোঁট? আহিব বিপদ!

5 hours ago
দেশত হ্ৰাস পাইছে নিবনুৱাৰ হাৰ, সবল হৈছে মহিলা

দেশত হ্ৰাস পাইছে নিবনুৱাৰ হাৰ, সবল হৈছে মহিলা

5 hours ago
Train derailed: ডিগাৰুৰ ৰে’ল দুৰ্ঘটনাৰ ক্ষয়-ক্ষতিৰ আপডেট, মুকলি হেল্পলাইন নম্বৰ

Train derailed: ডিগাৰুৰ ৰে’ল দুৰ্ঘটনাৰ ক্ষয়-ক্ষতিৰ আপডেট, মুকলি হেল্পলাইন নম্বৰ

6 hours ago
১৩ বছৰ বয়সৰ পৰাই ৰোগত আক্ৰান্ত নিক জ’নাছ, চিন্তিত প্ৰিয়ংকা!

১৩ বছৰ বয়সৰ পৰাই ৰোগত আক্ৰান্ত নিক জ’নাছ, চিন্তিত প্ৰিয়ংকা!

8 hours ago
ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত

ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত

9 hours ago
আজি ৫ ৰাশিৰ ওপৰত থাকিব ভাগ্যৰ বিশেষ আশীৰ্বাদ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা

আজি ৫ ৰাশিৰ ওপৰত থাকিব ভাগ্যৰ বিশেষ আশীৰ্বাদ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সুৰক্ষাত সুৰুঙা, খেল চলি থকাৰ মাজতে খেলপথাৰত বিৰাটৰ কাষ পালেগৈ অনুৰাগী

editor by editor
December 27, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
সুৰক্ষাত সুৰুঙা, খেল চলি থকাৰ মাজতে খেলপথাৰত বিৰাটৰ কাষ পালেগৈ অনুৰাগী
0
SHARES
78
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুৰক্ষাত সুৰুঙা, খেল চলি থকাৰ মাজতে খেলপথাৰত বিৰাটৰ কাষ পালেগৈ অনুৰাগী

ভাৰত -অষ্ট্ৰেলিয়াৰ মাজৰ টেষ্ট খেলৰ মেলবৰ্ণ খেলত হঠাতে এগৰাকী অনুৰাগীৰ এক কাণ্ডই চকু কপালত তুলিছে সকলোৰে। সুৰক্ষীত সুৰুঙা থকাৰ সুবিধাৰে এগৰাকী অনুৰাগী প্ৰৱেশ কৰে খেলপতাৰত। যি সময়ৰ ভিডিঅ বৰ্তমানে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

মেলবৰ্ণ টেষ্টৰ আজিৰ দ্বিতীয়টো দিনৰ খেলত খেল চলি থকাৰ সময়তে সুৰক্ষা কৰ্মীক বুঢ়া আঙুলি দেখুৱাই এগৰাকী অনুৰাগী প্ৰৱেশ কৰে খেলপথাৰত। লগে লগে বন্ধ হৈ পৰে খেল।

https://x.com/JRP2234_/status/1872436991180366031

পোনেই অনুৰাগী পাইগৈ প্ৰিয় খেলুৱৈ ৰোহিত-বিৰাটৰ কাষ। প্ৰথমে ৰোহিতৰ কাষত তাৰ পাছত বিৰাটৰ কাষলৈ গৈ একেলগে খোজকঢ়াৰ লগতে মনৰ ফুৰ্তিতে খেলপথাৰতে এপাক নাচি দিয়ে অনুৰাগীয়ে।

অৱশ্যে অনুৰাগীগৰাকীয়ে কাকো কোনো ক্ষতি নকৰে। আনহাতে লগে লগে সুৰক্ষী কৰ্মীয়ো আহি ধৰি নিয়ে অনুৰাগী গৰাকীক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricket fanIndia Vs AustraliaSocial Media Viralviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ চীনে নিৰ্মাণ কৰিলে উৰিব পৰা গাড়ী!
প্ৰযুক্তি

এইবাৰ চীনে নিৰ্মাণ কৰিলে উৰিব পৰা গাড়ী!

November 11, 2026
Budh Gochar 2026: বুধে সলাব গতি, কাৰ জিলিকিব ভাগ্য আৰু কোন হ’ব সাৱধান?
জীৱনশৈলী

Budh Gochar 2026: বুধে সলাব গতি, কাৰ জিলিকিব ভাগ্য আৰু কোন হ’ব সাৱধান?

November 11, 2026
ৰোগে অশান্তি কৰিব আপোনাক, যদি ভুল দিশত থাকে পাকঘৰ!
জীৱনশৈলী

ৰোগে অশান্তি কৰিব আপোনাক, যদি ভুল দিশত থাকে পাকঘৰ!

November 11, 2026
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

নতুন বৰ্ষত হ্ৰাস পাব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ভৱিষ্যদ্বাণী

November 11, 2026
Next Post
আজি পৌশ কৃষ্ণ দ্বাদশীত সৰ্বাৰ্থ সিদ্ধি যোগ, ভাগ্যোদয় হ’ব ৩ ৰাশিৰ

আজি পৌশ কৃষ্ণ দ্বাদশীত সৰ্বাৰ্থ সিদ্ধি যোগ, ভাগ্যোদয় হ'ব ৩ ৰাশিৰ

মোচুমী গগৈ ঘটনাৰ পাছত পুনৰ গুৱাহাটীত চাঞ্চল্য, ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত যুৱক-কিশোৰী…

মোচুমী গগৈ ঘটনাৰ পাছত পুনৰ গুৱাহাটীত চাঞ্চল্য, ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত যুৱক-কিশোৰী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.