• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰ্ষাপাৰাক নাহাঁহিব! দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কুকুৰৰ বাবেই স্তব্ধ হ’ল খেল

বৰ্ষাপাৰাক নাহাঁহিব! দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কুকুৰৰ বাবেই স্তব্ধ হ’ল খেল

3 years ago
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

8 minutes ago
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

44 minutes ago
এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

1 hour ago
ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

1 hour ago
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

2 hours ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

17 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

18 hours ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

18 hours ago
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

19 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

19 hours ago
পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

19 hours ago
কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বৰ্ষাপাৰাক নাহাঁহিব! দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কুকুৰৰ বাবেই স্তব্ধ হ’ল খেল

editor by editor
October 12, 2022
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
বৰ্ষাপাৰাক নাহাঁহিব! দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কুকুৰৰ বাবেই স্তব্ধ হ’ল খেল
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমত ক্ৰিকেট খেল হ’লেই অঘটন হয়েই। বৰষুণ, সাপ, কাৰেণ্ট ইত্যাদি ইত্যাদি ক’ত যে সমস্যা! বৰ্ষাপাৰাতেই কিয় এইবোৰ বাৰে বাৰে হয় বুলি একাংশই প্রশ্ন কৰাৰ সময়তে দিল্লীত হোৱা ভাৰত-দক্ষিণ আফ্ৰিকাৰ মেছত আকৌ তেনে এটি ঘটনাই সংঘটিত হ’ল। ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ তৃতীয় এদিনীয়া মেছত এটা কুকুৰে ফিল্ডত দৌৰি ফুৰা দৃশ্য ভাইৰেল হৈ পৰিছে। দক্ষিণ আফ্ৰিকাৰ দলটোৱে বেট ধৰি থকাৰ সময়তে কুকুৰটোৱে ফিল্ডত প্ৰৱেশ কৰে। কুকুৰৰ প্ৰবেশৰ বাবেই বৰ্ষাপাৰাৰ দৰেই কিছুসময়লৈ খেল স্তব্ধ কৰা হয়।

উল্লেখ্য যে, নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত চলা অন্তিমখন তৃতীয় এদিনীয়াত ৭ উইকেটত ভাৰতীয় দলটো জয়ী হৈছে। শ্বাসৰুদ্ধকৰ খেলখন চলি থকাৰ মাজতেই হঠাতেই এটা কুকুৰ সোমাই পৰে ষ্টেডিয়ামত। কুকুৰটোক উলিয়াবৰ বাবে ছিকিউৰিটিয়ে বহুসময় ধৰি ষ্টেডিয়ামত দৌৰি অৱশেষত কুকুৰটোক ধৰিবলৈ সক্ষম হয়। ভাৰত-দক্ষিণ আফ্ৰিকাৰ মেছত পূৰ্বেও সাপে অথন্তৰ লগাইছিল আৰু এইবাৰ কুকুৰৰ প্ৰবেশক লৈ দেশৰ সংবাদ মাধ্যমৰ লগতে আন্তঃৰাষ্ট্ৰীয় মহলতো এই বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

March 26, 2026
এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে
জীৱনশৈলী

এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

March 26, 2026
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত
জীৱনশৈলী

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

March 26, 2026
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?
জীৱনশৈলী

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

March 25, 2026
Next Post
ব্ৰেকফাষ্ট কৰাৰ অভ্যাস নাই! এই ৭ টা ৰোগৰ স্বীকাৰ হ’ব আপুনিও…

ব্ৰেকফাষ্ট কৰাৰ অভ্যাস নাই! এই ৭ টা ৰোগৰ স্বীকাৰ হ’ব আপুনিও...

‘প্ৰেছাৰ ষ্ট্ৰোক বুলি কওঁতে দিয়ে গেছৰ বেজি’, মাজুলীৰ চিকিৎসা ব্যৱস্থাকলৈ আৰু কি ক’লে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে…

'প্ৰেছাৰ ষ্ট্ৰোক বুলি কওঁতে দিয়ে গেছৰ বেজি’, মাজুলীৰ চিকিৎসা ব্যৱস্থাকলৈ আৰু কি ক’লে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.