• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰেকফাষ্ট কৰাৰ অভ্যাস নাই! এই ৭ টা ৰোগৰ স্বীকাৰ হ’ব আপুনিও…

ব্ৰেকফাষ্ট কৰাৰ অভ্যাস নাই! এই ৭ টা ৰোগৰ স্বীকাৰ হ’ব আপুনিও…

4 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

1 hour ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

1 hour ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

2 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

2 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

3 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

4 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

4 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

6 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

6 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

6 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

7 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

ব্ৰেকফাষ্ট কৰাৰ অভ্যাস নাই! এই ৭ টা ৰোগৰ স্বীকাৰ হ’ব আপুনিও…

editor by editor
October 13, 2022
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
ব্ৰেকফাষ্ট কৰাৰ অভ্যাস নাই! এই ৭ টা ৰোগৰ স্বীকাৰ হ’ব আপুনিও…
0
SHARES
10.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ খাদ্য অবিহনে আমি জীয়াই থাকিব নোৱাৰো। খাদ্যই শৰীৰক শক্তি যোগান ধৰে। কিন্তু আমাৰ খাদ্যভাষে কেতিয়াবা আমাৰ শৰীৰক প্ৰভাৱ পেলাই। পুৱাই আমি বহুতেই ব্ৰেকফাষ্ট গ্ৰহণ নকৰো। এই ব্ৰেকফাষ্ট নকৰাৰ ফলত শৰীৰত বহুকেইটা ৰোগে দেখা দিব পাৰে।

বহুসময় ধৰি খাদ্য গ্ৰহণ নকৰাকৈ থাকিলে চুলি সৰা, অনাহক খং উঠা আদি সমস্যাই দেখা দিয়ে। গৱেষণাত পোৱা তথ্য অনুসৰি বহুসময় ধৰি নোখোৱাকৈ থাকি শেষত গুৰু আহাৰ গ্ৰহণ কৰিলেও সেয়া শৰীৰৰ বাবে লাভজনক নহয়। গৱেষণাত প্ৰকাশ হোৱা অনুসৰি ব্ৰেকফাষ্ট নকৰিলে কাৰ্ডিঅমেটাবলিক সমস্যাই শৰীৰত গা কৰি উঠিব পাৰে। ইয়াৰোপৰি অৱেচিটি, ব্লাড প্ৰেছাৰ, লিপিড প্ৰফাইল, ডায়াবেটিছ, মেটাবলিক চিনড্ৰম আদি হ’ব পাৰে।

নিয়মিত ব্ৰেকফাষ্ট কৰিলে শৰীৰৰ লগতে মানসিক স্বাস্থ্যও ঠিকে থাকে। ব্ৰেকফাষ্টে বিপাক ক্ৰিয়া সঠিকভাৱে চলি ৰখাত সহায় কৰে। শৰীৰৰ ওজন ঠিক ৰখাত সহায় কৰাৰ ওপৰিও ডায়াবেটিছৰ আকাংক্ষা বহু পৰিমানে কমাই ৰাখে। আনহাতে ব্ৰেকফাষ্ট নকৰা ব্যক্তিৰ এছিডিটি, মূৰৰ বিষ, মাইগ্ৰেণ, ঋতুস্ৰাৱত বেমেজালি, ভিটামিন বি, ডি ৰ অভাৱ, প্ৰটিনৰ অভাৱ আদি ৰোগে দেখা দিব পাৰে।

উল্লেখ্য যে কোনো কৰ্মক্ষেত্ৰত জড়িত ব্যক্তিৰ বাবে ব্ৰেকফাষ্ট কৰাটো অত্যন্ত জৰুৰী। আনহাতে গৰ্ভৱতী মহিলাৰ বাবেও ব্ৰেকফাষ্ট অত্যন্ত জৰুৰী। শৰীৰত ক্ৰনিক ৰোগ থাকিলে ব্ৰেকফাষ্ট নকৰাকৈ থকাটো অত্যন্ত ক্ষতিকাৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

October 10, 2026
Next Post
‘প্ৰেছাৰ ষ্ট্ৰোক বুলি কওঁতে দিয়ে গেছৰ বেজি’, মাজুলীৰ চিকিৎসা ব্যৱস্থাকলৈ আৰু কি ক’লে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে…

'প্ৰেছাৰ ষ্ট্ৰোক বুলি কওঁতে দিয়ে গেছৰ বেজি’, মাজুলীৰ চিকিৎসা ব্যৱস্থাকলৈ আৰু কি ক’লে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে...

ছচিয়েল মিডিয়াৰ দুদিনীয়া আবেগ! মৃত্যুৰ ৯ দিনতেই ৰাজ্যবাসীয়ে পাহৰিলে তেজস্বিতাক…

ছচিয়েল মিডিয়াৰ দুদিনীয়া আবেগ! মৃত্যুৰ ৯ দিনতেই ৰাজ্যবাসীয়ে পাহৰিলে তেজস্বিতাক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.