• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰিলে টিম ইণ্ডিয়াৰ, পুনৰ স্থান লাভ এইগৰাকী অসমীয়াৰ

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰিলে টিম ইণ্ডিয়াৰ, পুনৰ স্থান লাভ এইগৰাকী অসমীয়াৰ

2 years ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

4 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

40 minutes ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

1 hour ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

2 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

3 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

4 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

5 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

7 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

7 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰিলে টিম ইণ্ডিয়াৰ, পুনৰ স্থান লাভ এইগৰাকী অসমীয়াৰ

editor by editor
July 15, 2024
in অসম, উত্তৰ-পূব, ক্ৰীড়া, বিশ্ব, ভাৰত
0
অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰিলে টিম ইণ্ডিয়াৰ, পুনৰ স্থান লাভ এইগৰাকী অসমীয়াৰ
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰিলে টিম ইণ্ডিয়াৰ, পুনৰ স্থান লাভ এইগৰাকী অসমীয়াৰ

অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিবলৈ ওলাইছে মহিলা ক্ৰিকেট দল। এই ভ্ৰমণত দুয়োটা দলৰ মাজত তিনিখন এদিনীয়া, তিনিখন টি-২০ আৰু এখন টেষ্ট মেচ অনুষ্ঠিত হ’ব। এই ভ্ৰমণৰ বাবে দল ঘোষণা কৰা হৈছে। এই দলত স্থান লাভ অসমৰ উমা চেত্ৰীৰ। উমা চেত্ৰী একপ্ৰকাৰ স্থায়ী খেলুৱৈ হৈ পৰিছে ভাৰতীয় ক্ৰিকেট মহিলা দলৰ।

এই ভ্ৰমণত ইণ্ডিয়া-এ মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব স্পিনাৰ মিন্নু মণিৰ হাতত অৰ্পণ কৰা হৈছে। ইয়াৰ উপৰিও শ্বেতা ছেহৰাৱাটক দলৰ উপ- অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবেও শ্ববনাম শ্বাকিলক দলত অন্তৰ্ভুক্ত কৰা হৈছে যদিও শ্ববনাম এতিয়াও সম্পূৰ্ণ ফিট হোৱা নাই, গতিকে এই ভ্ৰমণৰ ভিতৰত যদি তেওঁ ফিট হৈ পৰে তেন্তে তেওঁক খেলা দেখা যাব। প্ৰিয়া পুনিয়াইও এই ভ্ৰমণৰ বাবে সুযোগ পাইছে। ইয়াৰ উপৰিও ভাৰতীয় ছিনিয়ৰ দলৰ বাহিৰত থকা মেঘনা সিঙকো দলত অন্তৰ্ভুক্ত কৰা হৈছে। এই ভ্ৰমণত উজ্জ্বল প্ৰদৰ্শন কৰি মেঘনাই ছিনিয়ৰ দলৰ বাবে নিজৰ দাবী দাঙি ধৰিব বিচাৰিছে।

ভাৰত ‘এ’ বনাম অষ্ট্ৰেলিয়া ‘এ’ৰ সম্পূৰ্ণ সূচী।
প্ৰথম টি২০- ৭ আগষ্ট
দ্বিতীয় টি২০- ৯ আগষ্ট
তৃতীয় টি২০- ১১ আগষ্ট

প্ৰথম এদিনীয়া – ১৪ আগষ্ট
দ্বিতীয় এদিনীয়া – ১৬ আগষ্ট
তৃতীয় এদিনীয়া – ১৮ আগষ্ট

টেষ্ট মেচ- ২২ৰ পৰা ২৫ আগষ্টলৈ

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ১৮ জনীয়া ইণ্ডিয়া-এ মহিলা ক্ৰিকেট দলটো-
মিন্নু মণি (অধিনায়ক), শ্বেতা ছেহৰাৱত (উপ অধিনায়ক), কিৰণ নৱগিৰে, শুভা সতীশ, তেজল হাছবনীছ, প্ৰিয়া পুনিয়া, উমা ছেত্ৰী (উইকেট ৰক্ষক), ৰাঘৱী বিষ্ট, সজনা সজীৱন, শিপ্ৰা গিৰি, মন্নত কাশ্যপ, তনুজা কানৱাৰ, ছৈকা ইছহাক , ৰাঘৱী বিষ্ট, শবনম শকীল, ছাইলী সাতঘৰে, এছ যশশ্ৰীছ প্ৰিয়া মিশ্ৰ, মেঘনা সিং।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamese girlIndia Vs AustraliaIndian CricketIndian Cricket Team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ
নিয়োগ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

October 5, 2026
Next Post
বিদেশী টিভি অনুষ্ঠান চোৱাৰ অপৰাধত ৩০ ছাত্ৰ-ছাত্ৰীক মৃত্যুদণ্ড কিম জং উনৰ

বিদেশী টিভি অনুষ্ঠান চোৱাৰ অপৰাধত ৩০ ছাত্ৰ-ছাত্ৰীক মৃত্যুদণ্ড কিম জং উনৰ

কেনেকৈ ধনী পুৰুষৰ সৈতে বিয়া হ’ব পাৰি সেই বিষয়ে পৰামৰ্শ দি বছৰি ১৬৩ কোটি টকা উপাৰ্জন এগৰাকীৰ

কেনেকৈ ধনী পুৰুষৰ সৈতে বিয়া হ'ব পাৰি সেই বিষয়ে পৰামৰ্শ দি বছৰি ১৬৩ কোটি টকা উপাৰ্জন এগৰাকীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.