• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

2 months ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

14 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

14 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

15 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

15 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

16 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

17 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

18 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

18 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

18 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

19 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

20 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

editor by editor
January 28, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?
0
SHARES
350
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত স্বাক্ষৰিত নতুন মুক্ত বাণিজ্য চুক্তিক লৈ ইতিমধ্যেই আৰম্ভ হৈছে আলোচনা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ইউৰোপীয় কমিছনৰ প্ৰেচিডেণ্ট উৰচুলা বন ডেৰ লাইন আৰু ইউৰোপীয় কাউন্সিলৰ প্ৰেচিডেণ্ট এণ্টনিও কস্তাই এই চুক্তিক সকলো চুক্তিৰ জননী বুলিও উল্লেখ কৰিছে৷ মঙ্গলবাৰে এই ঐতিহাসিক চুক্তি চূড়ান্ত কৰে দুইখন দেশেই৷

এই চুক্তিৰ আওতাত ভাৰতত আমদানি হোৱা প্ৰায় ৯০শতাংশ পণ্যৰ ওপৰত শুল্ক শূন্য অথৱা উল্লেখযোগ্যভাৱে কমি যাব৷ ইয়াৰ সকলোতকৈ ডাঙৰ প্ৰভাৱ পৰিব পাৰে অটোমোবাইল চেক্টৰত৷ বিশেষকৈ ইউৰোপৰ পৰা আমদানি হোৱা বিলাসবহুল বাহনৰ দাম৷

১১০ শতাংশ শুল্ক কমি ১০শতাংশ

বৰ্তমান ইউৰোপৰ পৰা আমদানি কৰা বাহনৰ ওপৰত ভাৰতে ৭০ৰ পৰা ১১০ শতাংশ পৰ্যন্ত আমদানি শুল্ক দিব লাগিছিল৷ প্ৰায় ৪০ হাজাৰ ডলাৰৰ অৰ্থাৎ ৩৭ লাখ টকাতকৈ কম দামৰ বাহনত শুল্প আছিল ৭০শতাংশ৷ তাতকৈ বেছি দামৰ বাহনৰ শুল্ক ১১০ শতাংশ আছিল৷ ভাৰত-ইইউ এফ টিএ অনুসৰি এই বিপুল শুল্প কমি মাত্ৰ ১০ শতাংশলৈ নমাই আনিব পাৰে৷ যদিও এই ৰেহাই এঢাপতে নহয়৷ ঢাপে ঢাপেহে সেয়া কাৰ্যকৰ হ’ব৷

 ১ কোটিৰ বাহনৰ দাম কিমান হ’ব?

ইউৰোপৰ পৰা ভাৰতলৈ অহা বাহনৰ বেছিভাগেই বিলাসী বাহন৷ যেনে মাৰ্ছিডিজ বেঞ্জ, বিএমডব্লিউ, অডি, ভলভো, পোৰ্ছে, স্কোভা, ভক্সৱেগন৷

এক সহজ উদাহৰণ যদি চাই তেন্তে ইউৰোপৰত বাহনৰ দাম ৫০ লাখ, বৰ্তমান শুল্ক ১১০ শতাংশ বা প্ৰায় ৫৫ লাখ৷ ফলত ভাৰত আহি পোৱালৈকে এই বাহনৰ দাম হয় ১.০৫ কোটি৷ এতিয়া যদি এফ টি এ কাৰ্যকৰ হোৱাৰ পাছত শুল্ক ১০ শতাংশলৈ নামি আহে শুল্ক হ’ব মাত্ৰ ৫লাখ৷ মুঠ দাম ভাৰত আহি পোৱালৈ হ’ব প্ৰায় ৫৫লাখ৷ অৰ্থাৎ এবাৰতে ৫০ লাখ টকা দাম কমি যাব৷ যদি বাস্তৱত ডিলাৰ মাৰ্জিন, পৰিবহন খৰচ, বিমা আৰু আৰ টিও টেক্স যোগ হলে কিছু খৰচ বাঢ়িব যদিও দাম ব্যাপকভাৱে কমিব সেয়া স্পষ্ট৷

কিয় পৰি গ’ল ভাৰতীয় বাহন  কোম্পানীৰ শ্বেয়াৰ?

এই চুক্তি ঘোষণাৰ পাছতেই শ্বেয়াৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ হব৷ মঙ্গলবাৰৰ পৰা ভাৰতীয় বাহন নিৰ্মাতা সংস্থাসমূহৰ শ্বেয়াৰত বৃহৎ পতনে দেখা দিছে৷

মাহিন্দ্ৰা এণ্ড মাহিন্দ্ৰাঃ ৪.২৫ শতাংশ পতন৷

হুণ্ডাই মোটৰ ইণ্ডিয়াঃ ৩. ৬০শতাংশ পতন৷

মাৰুতি ছুজুকিঃ ১.৫০শতাংশ পতন

টাটা মোটৰছঃ ১.২৯শতাংশ পতন

আশংকাৰ কাৰণ কি?

ভাৰতীয় অটোমোবাইল শিল্পৰ মূল ভয় ইয়াতেই৷ যদি ইউৰোপীয় বিলাসবহুল বাহনৰ দাম উল্লেখযোগ্যভাৱে কমি যায় তেতিয়া ভাৰতৰ উচ্চ মূল্যৰ বাহনৰ ক্ৰেতাই সামান্য দামতেই বিদেশী ব্ৰেণ্ডৰ বাহন কিনিব পাৰিব৷ ইয়াত দেশীয় বাহন সংস্থাসমূহৰ বিক্ৰি আৰু লাভৰ ওপৰত চাপ পৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.