• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

8 months ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

36 minutes ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

55 minutes ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

2 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

3 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

11 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

11 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

11 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

12 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

13 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

13 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

14 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

editor by editor
January 28, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিমান দুৰ্ঘটনাত মৃত্যু মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰ৷ চাৰ্টাৰ্ড বিমানেৰে মুম্বাইৰ পৰা বাৰামতীলৈ যাত্ৰা কৰিছিল অজিত পাৱাৰে৷ বাৰামতী বিমানবন্দৰত অৱতৰণৰ সময়তে ভাঙি পৰে বিমানখন৷ প্ৰাথমিকভাৱে জনা গৈছে যে এই বিমানখন আছিল লিয়াৰজেট ৪৫ মডেলৰ ভিটি এছ এছকে বিমান৷ বম্বাৰ্ডিয়াৰ এৰোস্পেছ সংস্থাই তৈয়াৰ কৰা এই বিমানতেই জীৱন শেষ হয় অজিত পাৱাৰৰ৷

তেওঁৰ মৃত্যুত ৰাজনৈতিক মহলত শোকৰ ছায়া৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি সমগ্ৰ দেশৰ নেতা মন্ত্ৰীয়ে শোকজ্ঞাপন কৰিছে৷ ইয়াতেই বহুতেই জানিবলৈ আগ্ৰহী হৈ পৰিছে যে মৃত্যুৰ সময়ত অজিত পাৱাৰে কিমান সম্পত্তি এৰি থৈ গৈছে?

বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা অজিত পাৱাৰে মৃত্যুৰ সময়ত এৰি থৈ গৈছে কোটি কোটি টকাৰ সম্পত্তি৷ নিৰ্বাচন কমিছনক শেহতীয়াকৈ দিয়া হলফনামাত অজিতে জনাইছিল যে তেওঁৰ প্ৰায় ১২৪ কোটি টকাৰ সম্পত্তি আছে৷ ইয়াৰোপৰি ফিক্স়ড হৈ আছে প্ৰায় ২১ কোটি ৩৯ লাখ টকা৷ সৰ্বভাৰতীয় সংবাদমাধ্যমৰ প্ৰতিবেদনত এই দাবী কৰা হৈছে৷ ইয়াৰোপৰি অজিতৰ আছে চাৰিখন ঘৰ৷ যাৰ মাজত দুটাৰ মূল্য প্ৰায় ৩ কোটি টকা৷ আৰু এখন ঘৰৰ মূল্য প্ৰায় ২ কোটি আৰু এখন ঘৰৰ মূল্য হ’ব প্ৰায় ৯০ লাখ৷ অজিতৰ পত্নী সুনেত্ৰা পাৱাৰৰ নামতো আছে ৪টা ফ্লেট৷ যাৰ সন্মিলিত মূল্য ২২ কোটি টকা৷ ইয়াৰোপৰি স্বামী-স্ত্ৰীদ্বয়ে একাধিক মাটিৰ মালিক৷ সেই কৃষিভূমিৰ মূল্য প্ৰায় ১৩ কোটি ২১ লাখ টকা৷ ইয়াৰ বাহিৰেও সাধাৰণ মাটিও আছে প্ৰায় ৩৭ কোটি টকাৰ৷ অজিত পাৱাৰৰ পৰিয়ালৰ এটা বাণিজ্যিক ভৱনো আছে৷ যাৰ মূল্য আনুমানিক ১১ কোটি টকা৷

নগদ ধনক বাদ দি অজিত পাৱাৰৰ সম্পত্তিৰ মূল্য প্ৰায় ১০৩ কোটি ১৬ লাখ টকা৷ ২০২৪ চনত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পাছত তেওঁৰ স্থাৱৰ সম্পত্তি আৰু ৮ কোটি টকালৈ বাঢ়ে৷ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ বাঢ়িছে প্ৰায় ৩৭ কোটি টকা৷

মাটি, ঘৰৰ ওপৰিও অজিতৰ সম্পদৰ তালিকাত আছে ট্ৰেক্টৰ, জমা ধন, শ্বেয়াৰ আৰু বণ্ড৷ ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত তেওঁৰ ঘোষিত সম্পদৰ পৰিমাণ প্ৰায় ১০কোটিলৈ বৃদ্ধি পাইছে৷ অন্যহাতে ৰাজ্যসভাৰ সাংসদ সুনেত্ৰা পাৱাৰৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ২০২৪ৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ সময়ত আছিল ১৪ কোটি ৫০ লাখ টকা৷ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ আছিল ৫৮ কোটি ৪০লাখ টকা৷ এই বিপুল পৰিমাণৰ সম্পত্তিক লৈ আদালতত একাধিক গোচৰো আছিল অজিত পাৱাৰৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!
ভাৰত

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

October 9, 2026
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

October 9, 2026
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’
বাণিজ্য

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

October 9, 2026
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ
জীৱনশৈলী

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

October 9, 2026
Next Post
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.