• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ভাৰতে বিশ্বক বুদ্ধ দিছে, যুদ্ধ নহয়…’ অষ্ট্ৰিয়াত উপস্থিত হৈ শান্তিৰ পক্ষত কি কি বাৰ্তা দিছে প্রধানমন্ত্ৰী মোদীয়ে

‘ভাৰতে বিশ্বক বুদ্ধ দিছে, যুদ্ধ নহয়…’ অষ্ট্ৰিয়াত উপস্থিত হৈ শান্তিৰ পক্ষত কি কি বাৰ্তা দিছে প্রধানমন্ত্ৰী মোদীয়ে

2 years ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

12 minutes ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

1 hour ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

2 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

3 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

3 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

4 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

4 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

5 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

5 hours ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

6 hours ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

23 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘ভাৰতে বিশ্বক বুদ্ধ দিছে, যুদ্ধ নহয়…’ অষ্ট্ৰিয়াত উপস্থিত হৈ শান্তিৰ পক্ষত কি কি বাৰ্তা দিছে প্রধানমন্ত্ৰী মোদীয়ে

‘ভাৰতে বিশ্বক বুদ্ধ দিছে, যুদ্ধ নহয়...’ অষ্ট্ৰিয়াত উপস্থিত হৈ শান্তিৰ পক্ষত কি কি বাৰ্তা দিছে প্রধানমন্ত্ৰী মোদীয়ে

editor by editor
July 11, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
‘ভাৰতে বিশ্বক বুদ্ধ দিছে, যুদ্ধ নহয়…’ অষ্ট্ৰিয়াত উপস্থিত হৈ শান্তিৰ পক্ষত কি কি বাৰ্তা দিছে প্রধানমন্ত্ৰী মোদীয়ে
0
SHARES
156
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্ট্ৰিয়াৰ মাটিত থিয় হৈ শান্তিৰ পক্ষত বিশেষ বাৰ্তা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ মোদীয়ে কয়, ‘ভাৰতে বিশ্বক বুদ্ধ দিছে যুদ্ধ নহয়৷’ আন্তৰ্জাতিক সংকটৰ সময়ত ভাৰতৰ শান্তিকামী যি অৱস্থান সেয়া তুলি ধৰিয়েই যুদ্ধ আৰু বুদ্ধৰ পাৰ্থক্য বুজাই দিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ বুদ্ধই তেওঁৰ শান্তি আৰু অহিংসবাদী দৰ্শনৰ বাবে সমগ্ৰ বিশ্বত পৰিচিত৷

বুধবাৰে অষ্ট্ৰিয়া যাত্ৰাৰ দ্বিতীয় দিনা এই বিশেষ বক্তব্য ৰাখিছে মোদীয়ে৷ সেই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়, ‘হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ জ্ঞান আৰু অভিজ্ঞতা বিশ্বৰ সৈতে ভাগ কৰি লৈছে৷ আমি যুদ্ধ নকৰো৷ আমি বিশ্বক বুদ্ধ দিছো৷ ভাৰত সৰ্বদা শান্তি আৰু সমৃদ্ধি দিছে৷’ ৰুছ-ইউক্ৰেইন আৰু পেলেষ্টাইন-হামাছ যুদ্ধৰ মাজত মোদীৰ এই মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ বুলি দাবী কৰিছে বহুজনে৷

দুদিনীয়া ৰাছিয়া ভ্ৰমণ শেষ কৰি মঙলবাৰে অষ্ট্ৰিয়াত উপস্থিত হৈছে মোদী৷ ৪১ বছৰ পাছত ইউৰোপৰ এই দেশত ভাৰতৰ এগৰাকী প্ৰধানমন্ত্ৰী উপস্থিত হৈছে৷ নিজৰ প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণক তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰিছে মোদীয়ে৷ বুধবাৰে প্ৰৱাসী ভাৰতীয়সকলৰ এক অনুষ্ঠানত মোদীয়ে অষ্ট্ৰিয়াৰ সৈতে ভাৰতৰ সম্পৰ্কৰ বাখ্যা দি কয়, ‘বহু পাৰ্থক্য থকা স্বত্ত্বেও গণতন্ত্ৰই দুই দেশত এক কৰি ৰাখিছে৷’

বিগত দুবছৰ ধৰি ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ যুদ্ধ চলি আছে৷ সেই যুদ্ধত আমেৰিকাসহ প্ৰথম বিশ্বৰ বহু দেশেই থিয় দিছে ইউক্ৰেইনৰ কাষত৷ পুৰণি মিত্ৰদেশ ৰাছিয়াত উপস্থিত হৈ মোদীয়ে কি বাৰ্তা দিয়ে সেই বিষয়টোত নজৰ দি আছিল পশ্চিমী দুনীয়াৰ প্ৰায়কেইখন দেশেই৷ ৰাছিয়াত উপস্থিত হৈ এই যুদ্ধ শেষ কৰাৰ বাবে আৰ্জি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে৷ ইয়াৰ সৈতে পুটিনক তেওঁ কয় যে আলোচনা আৰু কূটনীতিয়েই এইক্ষেত্ৰত সাফল্য দিব পাৰিব৷ যুদ্ধই কাহানিও কোনো সমাধান নিদিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

March 12, 2026
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

March 12, 2026
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?
জীৱনশৈলী

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

March 12, 2026
Next Post
ফেটি লিভাৰ কি? কেৱল ম/দ্ৰপান বন্ধ কৰিলেই এই সমস্যা দূৰ নহয়, ফেটি লিভাৰ ভাল কৰাৰ উপায় কি?

ফেটি লিভাৰ কি? কেৱল ম/দ্ৰপান বন্ধ কৰিলেই এই সমস্যা দূৰ নহয়, ফেটি লিভাৰ ভাল কৰাৰ উপায় কি?

১৬ জুলাইৰ পৰা গঠিত হ’ব সূৰ্য আৰু শনিৰ ক্ষতিকৰ ষড়ষ্টক যোগ, মহাবিপদৰ মুখত কন্যাসহ ৪ৰাশি

১৬ জুলাইৰ পৰা গঠিত হ’ব সূৰ্য আৰু শনিৰ ক্ষতিকৰ ষড়ষ্টক যোগ, মহাবিপদৰ মুখত কন্যাসহ ৪ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.