• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেটি লিভাৰ কি? কেৱল ম/দ্ৰপান বন্ধ কৰিলেই এই সমস্যা দূৰ নহয়, ফেটি লিভাৰ ভাল কৰাৰ উপায় কি?

ফেটি লিভাৰ কি? কেৱল ম/দ্ৰপান বন্ধ কৰিলেই এই সমস্যা দূৰ নহয়, ফেটি লিভাৰ ভাল কৰাৰ উপায় কি?

2 years ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

30 minutes ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

2 hours ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

3 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

3 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

4 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

4 hours ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

1 day ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

1 day ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেটি লিভাৰ কি? কেৱল ম/দ্ৰপান বন্ধ কৰিলেই এই সমস্যা দূৰ নহয়, ফেটি লিভাৰ ভাল কৰাৰ উপায় কি?

ফেটি লিভাৰ কি? কেৱল ম/দ্ৰপাণ বন্ধ কৰিলেই এই সমস্যা দূৰ নহয়, ফেটি লিভাৰ ভাল কৰাৰ উপায় কি?

editor by editor
July 11, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ফেটি লিভাৰ কি? কেৱল ম/দ্ৰপান বন্ধ কৰিলেই এই সমস্যা দূৰ নহয়, ফেটি লিভাৰ ভাল কৰাৰ উপায় কি?
0
SHARES
31.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱনযাপনত অনিয়ম, খাদ্যভাস সলনি, নিত্য মদ্যপান এইসমূহ যদি আধুনিক জীৱনযাপনত আপোনাৰ সংগী হয় তেন্তে আপোনাৰ ফেটি লিভাৰ. লিভাৰ চিৰোচিছৰ দৰে অসুখ হোৱাটো খাটাং৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিশ্ব জুৰি লিভাৰৰ ৰোগত আক্ৰান্তৰ সংখ্যা ক্ৰমে বাঢ়িবলৈ ধৰিছে৷

লিভাৰৰ অসুখ থকা ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ শংকিত এতিয়া চিকিৎসকো৷ তেওঁলোকৰ মতে লিভাৰৰ অসুখ বেছিভাগ ক্ষেত্ৰতেই নিজৰ কিছু বদভ্যাস আৰু ভুলৰ বাবেই হয়৷ শিশুৰ ক্ষেত্ৰতো তেওঁলোকৰ পিতৃ-মাতৃয়ে যদি প্ৰথমৰ পৰাই সচেতন নহয় তেতিয়াও ফেটি লিভাৰ শিশুৰ ক্ষেত্ৰতো হ’ব পাৰে৷
বহুতৰে ধাৰণা যে কম তেলমছালাৰ খাদ্য খালেই এই সমস্যা ভাল হয় বা মদ্যপান কৰিলেই ফেটি লিভাৰ হয়৷ এই দুয়োটা কথা ভুল নহয় যদিও তেল মছালা কম খালেই ফেটি লিভাৰৰ সমস্যা শেষ নহয়৷ মদ্যপানতেই কেৱল ফেটিলিভাৰ বা লিভাৰ চিৰচিছৰ সমস্যা নহয়৷ লিভাৰ ভালে ৰাখিবলৈ কেইটামান নিয়ম মানি চলা খুবেই জৰুৰী৷ কিন্তু কি কি নিয়ম মানি চলিব?

ছাপ্লিমেণ্ট

ৰোগৰ বাবেই হওক বা বয়সৰ চাপ কমাবলৈকে হওক বহুতেই চিকিৎসক বা পুষ্টিবিদৰ পৰামৰ্শ অবিহনে নিজাকৈয়ে ছাপ্লিমেণ্ট খায়৷ সুন্দৰ হোৱাৰ আশাত লিভাৰৰ কথা তেতিয়া আমাৰ মনত নাথাকে৷ সেয়ে প্ৰটিন বা ভিটামিন ছাপ্লিমেণ্ট খোৱাৰ সময়ত সতৰ্ক হোৱাটো খুবেই জৰুৰী৷

পেইন কিলাৰ

পেইনকিলাৰেও লিভাৰত প্ৰভাৱ পেলাই৷ বহুতেই মূৰৰ অলপ বিষ হ’লে বা ঋতুশ্ৰাৱৰ যন্ত্ৰণা উপশমৰ বাবে চিকিৎসকৰ পৰামৰ্শ অবিহনেই পেইনকিলাৰ সেৱন কৰে৷ এই পেইনকিলাৰেই লিভাৰৰ সমস্যাৰ সৃষ্টি কৰে৷

লো ফেট, কৃত্ৰিম চেনী এৰক

বহুতেই নিজৰ ডায়েট বনাই নানা পেকেজজাত লো ফেট ফুড আৰু চেনী এৰাবলৈ কৃত্ৰিম চেনীৰ ওপৰত ভৰসা কৰে৷ এই মনোভাৱ বৰ্জন কৰক৷ এইবোৰেই শৰীৰৰ চৰম ক্ষতি কৰে৷ অন্য ৰোগে আক্ৰমণ কৰাৰ লগতে লিভাৰো লাহে লাহে শেষ হৈ আহে৷ লিভাৰ সুস্থ ৰাখিবলৈ ট্ৰান্স ফেট, ভজা খাদ্য, পেকেজজাত আৰু প্ৰক্ৰিয়াজাত খাদ্যৰ পৰা দূৰৈত থাকক৷

টক্সিন

শৰীৰৰ পৰা যিমান টক্সিন বাহিৰ কৰিব পাৰে লিভাৰ সিমানেই সুস্থ থাকিব৷ দিনত এবাৰ দুবাৰ গৰম পানীত কাজিনেমুৰ ৰস মিহলাই খালেও এই সমস্যা দূৰ হয়৷ ডায়েটত দৈৰ দৰে প্ৰোবায়োটিক ৰাখক৷ কেতিয়াবা অত্যধিক খাদ্য সেৱন কৰাৰ পাছত প্ৰোবায়টিক লোৱাটো জৰুৰী৷

মদ্যপানৰ অভ্যাস এৰক

বহুতৰে ধাৰণা দামী মদ খালে একো নহয়, কমদামী মদ খালেহে শৰীৰৰ ক্ষতি হয়৷ এই সকলোবোৰ নিজকে সান্তনা দিয়াৰ বাহিৰে আন একো নহয়৷ মদ যিয়েই নহওক সি লিভাৰৰ ক্ষতি কৰিবই৷ সেয়ে যিমান পাৰে মদ্যপানৰ অভ্যাস ত্যাগ কৰক৷ প্ৰতি দিনে নিয়ন্ত্ৰিত মদ্যপানেও শৰীৰৰ ক্ষতি কৰে৷ লিভাৰত টক্সিন জমা হোৱা, শৰীৰক ভিতৰৰ পৰা শুকোৱাই অনাক প্ৰশ্ৰয় দিয়ে মদ্যপানেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

April 27, 2026
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?
শিক্ষা

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

April 27, 2026
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ
জীৱনশৈলী

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

April 27, 2026
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!
জীৱনশৈলী

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

April 27, 2026
Next Post
১৬ জুলাইৰ পৰা গঠিত হ’ব সূৰ্য আৰু শনিৰ ক্ষতিকৰ ষড়ষ্টক যোগ, মহাবিপদৰ মুখত কন্যাসহ ৪ৰাশি

১৬ জুলাইৰ পৰা গঠিত হ’ব সূৰ্য আৰু শনিৰ ক্ষতিকৰ ষড়ষ্টক যোগ, মহাবিপদৰ মুখত কন্যাসহ ৪ৰাশি

কেতিয়া পৃথিৱীলৈ উভতিব? মহাকাশৰ পৰা লাইভ বাৰ্তা সুনীতা উইলিয়ামছৰ, জানক লাইভত কি ক’লে সুনীতাই?

কেতিয়া পৃথিৱীলৈ উভতিব? মহাকাশৰ পৰা লাইভ বাৰ্তা সুনীতা উইলিয়ামছৰ, জানক লাইভত কি ক’লে সুনীতাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.