• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে! সেই দলেই কিয় আজি খেলিব নোৱাৰে ফিফা বিশ্বকাপ? আঁৰৰ এইকেইটা কাৰণ জানিলে আপুনিও হ’ব হতবাক…

খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে! সেই দলেই কিয় আজি খেলিব নোৱাৰে ফিফা বিশ্বকাপ? আঁৰৰ এইকেইটা কাৰণ জানিলে আপুনিও হ’ব হতবাক…

3 years ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

7 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

7 hours ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

8 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

9 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

10 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

10 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

11 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

12 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

12 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

13 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

14 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে! সেই দলেই কিয় আজি খেলিব নোৱাৰে ফিফা বিশ্বকাপ? আঁৰৰ এইকেইটা কাৰণ জানিলে আপুনিও হ’ব হতবাক…

editor by editor
November 9, 2022
in ক্ৰীড়া, বিশ্ব
0
খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে! সেই দলেই কিয় আজি খেলিব নোৱাৰে ফিফা বিশ্বকাপ? আঁৰৰ এইকেইটা কাৰণ জানিলে আপুনিও হ’ব হতবাক…
0
SHARES
12.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২২ বৰ্ষৰ ফিফা অৰ্থাৎ বিশ্বকাপ ফুটবল আৰম্ভ হ’ব ২০ নৱেম্বৰৰ পৰা। কিন্তু এইবাৰো ভাৰতীয় ফুটবল দলটোৱে টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব পৰা নাই। কাটাৰত ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই টুৰ্ণামেণ্টৰ সমাপ্তি হ’ব ১৮ ডিচেম্বৰ তাৰিখে। এইবাৰৰ টুৰ্নামেন্টত লিয়োনেল মেছি, ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ দৰে খেলুৱৈৰো এই বিশ্বকাপেই হ’ব পাৰে শেষৰখন বিশ্বকাপ। ইতিমধ্যে ২০২২ৰ ফিফা বিশ্বকাপেই শেষ বিশ্বকাপ হ’ব বুলি সংবাদমেলযোগে ঘোষণা কৰিছিল লিয়োনেল মেছিয়ে। চাৰিবাৰ ফিফা বিশ্বকাপ খেলা লিয়োনেল মেছিৰ ঘোষণাৰ পাছতেই তোলপাৰ লাগিছিল বিশ্বৰ ফুটবলপ্ৰেমীৰ মাজত।

কেইখন দেশে ভাগ লৈছে ফিফা বিশ্বকাপত? 

২০২২ৰ ফিফা বিশ্বকাপত মুঠ ৩২ খন দেশে অংশগ্ৰহণ কৰিছে। কিন্তু এইবাৰো ভাৰতীয় দলটোৱে এই টুৰ্নামেন্টত অংশগ্ৰহণ কৰিব নোৱাৰিলে। প্ৰতিভাৱান ফুটবলাৰ সুনীল ছেত্ৰীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে দ্বিতীয় ৰাউণ্ডতেই পৰাস্ত হৈ দেশলৈ উভতি আহিবলগা হয়। এছিয়া মহাদেশৰ পৰা এইবাৰ ফিফা বিশ্বকাপত মুঠ ৬খন দেশে অংশগ্ৰহণ কৰিছে। কিন্তু ইয়াৰ মাজতেই এটা কথা অনস্বীকাৰ্য যে ভাৰতীয় দলটোৱে পূৰ্বে ফিফাত অংশগ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰিছিল।

খালী ভৰিৰেই ভাৰতীয় দলে অৰ্জন কৰিছিল ফিফা বিশ্বকাপ খেলাৰ যোগ্যতা

১৯৫০ চনৰ কথা। সেইবাৰ ফিফা বিশ্বকাপ ফুটবলৰ আয়োজন কৰা হৈছিল ব্ৰাজিলত। সেইবাৰৰ বিশ্বকাপ খেলাৰ বাবে ভাৰতীয় ফুটবল দলটোৱেও যোগ্যতা অৰ্জন কৰিছিল। কিন্তু যোগ্যতা থকা স্বত্ত্বেও ভাৰতীয় দলটোৱে বিশ্বকাপত খেলিব নোৱাৰিলে। কাৰণ সেই সময়ত ভাৰতীয় ফুটবল দলে খালী ভৰিৰে খেলিছিল। সেইবাবেই দলটোৱে যোগ্যতা অৰ্জন কৰা স্বত্তেও খেলিব নোৱাৰিলে। ১৯৫০ চনত ভাৰতীয় দলটোৰ এজন খেলুৱৈ মহম্মদ আব্দুল ছেলিমে তেতিয়া স্কটলেণ্ডৰ এটা ক্লাবৰ হৈ খালী ভৰিৰেই খেলত অংশগ্ৰহণ কৰিছিল। কিন্তু সেই সময়ত ফিফাৰ নিয়ম অনুসৰি সকলোৱেই জোতা পৰিধান কৰিব লাগে। কিন্তু ভাৰতীয় ফুটবলাৰৰ জোতা পিন্ধাৰ অভ্যাসেই নাছিল। সেয়ে জোতা পিন্ধি খেলিবলৈ অস্বস্তি অনুভৱ কৰিছিল ভাৰতীয় দলটোৱে যাৰবাবে টুৰ্নামেন্টত ভাগ ল’বলৈ অস্বীকাৰ কৰে দলটোৱে।

ইয়াৰ পিছত ফিফাৰ বাবে যোগ্যতা অৰ্জন কৰিছেনে ভাৰতীয় দলে?

দ্বিতীয়তে ভাৰতীয় দলে যোগ্যতা অৰ্জন কৰিব নোৱাৰাৰ কাৰণ আছিল খৰচ। কিয়নো বিদেশলৈ গৈ খেলৰ অনুশীলন চলাবলৈ ভাৰতীয় ফুটবল ফেডাৰেছনৰ হাতত ইমান ধন নাছিল। কিন্তু ফিফাই ভাৰতীয় দলটোৰ যোগ্যতাৰ বিষয়ে গম পায় খেলত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সমূহ খৰচ বহন কৰিছিল। কিন্তু তাৰপিছতো ভাৰতীয় দলো ফুটবল টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব নোৱাৰিলে।

বৰ্তমান ভাৰতীয় ফুটবল দলৰ প্ৰদৰ্শন উন্নত নহয়

ভাৰতীয় ফুটবল সমৰ্থকৰ বাবে অত্যন্ত দুঃখবৰ এয়ে যে ১৯৫০ চনৰ পাছত আৰু ফিফা বিশ্বকাপত ভাৰতীয় ফুটবল দলে খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাই। ফিফাৰ ৰেংকিঙতো ভাৰতীয় দলটোৰ তথৈবচ অৱস্থা। বৰ্তমান ১০ টা শক্তিশালী দলৰ তালিকাতো স্থান নাই ভাৰতীয় দলটোৰ। অৰ্থাৎ বিশ্বৰ ১০০ খন ফুটবেল খেলা দেশৰ তালিকাতো স্থান নাই ভাৰতীয় ফুটবল দলটোৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!
বিশ্ব

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

March 28, 2026
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো
জীৱনশৈলী

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

March 28, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
Next Post
১৯৯২ ৰ পৰা ২০২২! ৩০ বছৰত ৪বাৰকৈ নিউজিলেণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ পাকিস্তানৰ

১৯৯২ ৰ পৰা ২০২২! ৩০ বছৰত ৪বাৰকৈ নিউজিলেণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ পাকিস্তানৰ

ৰাধা হ’ল দীপলিনা… দীপলিনাক দেখি অনুৰাগীয়ে কৈছে, তোমাৰ দৰে সুন্দৰীৰ বাবেই শ্ৰীকৃষ্ণই কৰিছিল ৰাসলীলা

ৰাধা হ’ল দীপলিনা... দীপলিনাক দেখি অনুৰাগীয়ে কৈছে, তোমাৰ দৰে সুন্দৰীৰ বাবেই শ্ৰীকৃষ্ণই কৰিছিল ৰাসলীলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.