• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সফল উৎক্ষেপণ! ১২বাজি ১ মিনিটত শুভাংশুক লৈ উৰিল ড্ৰেগণ, ৰাকেশ শৰ্মাৰ ৪১ বছৰ পাছত দ্বিতীয়গৰাকী ভাৰতীয় নভোশ্চৰ মহাকাশলৈ

সফল উৎক্ষেপণ! ১২বাজি ১ মিনিটত শুভাংশুক লৈ উৰিল ড্ৰেগণ, ৰাকেশ শৰ্মাৰ ৪১ বছৰ পাছত দ্বিতীয়গৰাকী ভাৰতীয় নভোশ্চৰ মহাকাশলৈ

8 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

4 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

4 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

5 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

7 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

8 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

8 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সফল উৎক্ষেপণ! ১২বাজি ১ মিনিটত শুভাংশুক লৈ উৰিল ড্ৰেগণ, ৰাকেশ শৰ্মাৰ ৪১ বছৰ পাছত দ্বিতীয়গৰাকী ভাৰতীয় নভোশ্চৰ মহাকাশলৈ

সফল উৎক্ষেপণ! ১২বাজি ১ মিনিটত শুভাংশুক লৈ উৰিল ড্ৰেগণ, ৰাকেশ শৰ্মাৰ ৪১ বছৰ পাছত দ্বিতীয়গৰাকী ভাৰতীয় নভোশ্চৰ মহাকাশলৈ

editor by editor
June 25, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
সফল উৎক্ষেপণ! ১২বাজি ১ মিনিটত শুভাংশুক লৈ উৰিল ড্ৰেগণ, ৰাকেশ শৰ্মাৰ ৪১ বছৰ পাছত দ্বিতীয়গৰাকী ভাৰতীয় নভোশ্চৰ মহাকাশলৈ
0
SHARES
119
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত আহিল সেই মাহেন্দ্ৰক্ষণ৷ দীৰ্ঘ চৰ্চাৰ অন্তত শুভাংশু শুক্লাসহ ৪ অভিযাত্ৰীক লৈ মহাকাশৰ উদ্দেশ্যে ৰাওনা হল স্পেছ এক্সৰ ড্ৰেগন৷ ভাৰতীয় সময় অনুসৰি বুধবাৰে বিয়লি ১২ বাজি ১ মিনিটত আমেৰিকাৰ ফ্লৰিডাৰ কেনেডি স্পেছ চেণ্টাৰৰ পৰা ফেলকন ৯ ৰকেটৰ সফল উৎক্ষেপণৰ মাধ্যমেৰে আৰম্ভ হল শুভাংশুৰ অভিযান৷

শুভাংশুৰ এই অভিযানৰ নাম এক্সিয়ম-৪৷ প্ৰথমে নাছা আৰু ইছৰোৰ যৌথ উদ্যোগত এই অভিযান হোৱাৰ কথা আছিল ২৯ মেত৷ কিন্তু প্ৰযুক্তিগত ত্ৰুটিসহ নানান কাৰণত বাৰে বাৰেই অভিযান পিছুৱাই থকা হৈছিল৷ শেষত মঙলবাৰে নাছাই জনাই যে বুধবাৰে এই অভিযান হব৷ সেই মতেই আৰম্ভ হয় প্ৰস্তুতি৷ আৰম্ভ হয় প্ৰহৰ গণাৰ সময়৷ অৰলেণ্ডৰ এক সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি বুধবাৰে পুৱা উৎক্ষেপণৰ কেইঘণ্টা পূৰ্বেও প্ৰযুক্তিগত ত্ৰুটিয়ে দেখা দিছিল যদিও এই অভিযান সফল হৈছে৷ সফল উৎক্ষেপণ কৰা হৈছে শুভাংশুহঁতক কঢ়িয়াই নিয়া যানখনৰ৷

নিৰ্ধাৰিত সময়তেই কেনেডি স্পেছ চেণ্টাৰৰ ৩৯ত লঞ্চ কমপ্লেক্স মহাকাশযানত উঠি মহাকাশলৈ গৈছে শুভাংশুসহ চাৰি নভোশ্চৰ৷ ঠিক ১২ বাজি ১ মিনিটত ফেলকন-৯ৰ উৎক্ষেপণ হয়৷ আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ উদ্দেশ্যে যাত্ৰা কৰিছে এই ড্ৰেগনে৷ নাছাৰ এই অভিযানৰ বাবে ইছৰোৰ তৰফৰ পৰা প্ৰাথমিকভাৱে বাচি লোৱা হৈছে দুই গগনযাত্ৰী শুভাংশু শুক্লা আৰু প্ৰশান্ত বালাকৃষ্ণণ নায়াৰক৷ উত্তৰপ্ৰদেশৰ লক্ষ্ণৌৰ সন্তান শুভাংশু ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন৷ মূল মহাকাশচাৰী হিচাপে বাচি লোৱা হৈছে ৩৯ বছৰৰ শুভাংশুক৷

শুভাংশু ড্ৰেগনৰ  পাইলট হলেও অভিযানৰ কমাণ্ডাৰ হিচাপেও নেতৃত্ব দিছে নাছাৰ প্ৰাক্তন নভোশ্চৰ তথা অক্সিয়ম স্পেছৰ মানৱ মহাকাশযানৰ ডাইৰেক্টৰ ৰেগি হুইটছন৷ ইয়াৰোপৰি আছে পোলেণ্ডৰ শ্লায়োছ উজনানস্কি-উইছনিউস্কি আৰু হাংগেৰিৰ টিবৰ কাপু৷

উল্লেখ্য যে ১৪ দিনৰ এই অভিযানৰ বাবে দীৰ্ঘ প্ৰশিক্ষণ দিয়া হৈছে ৪ নভোশ্চৰক৷ যাতে মহাকাশলৈ যোৱাৰ পূৰ্বে সংক্ৰমণজনিত কোনো ৰোগত অসুস্থ হৈ নপৰে তাৰ বাবে বিগত এমাহ ধৰি চাৰিজনক ৰখা হৈছে কোৱাৰেণ্টাইনত৷ আগন্তুক ১৪ দিন তেওঁলোক আন্তৰ্জাতিক মহাকাশ ষ্টেচনত থাকিব৷ তাতেই অন্তত ৬০ টা পৰীক্ষানিৰীক্ষা চলাব তেওঁলোকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
সূৰ্য-চন্দ্ৰ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগত অৰ্থৰ ট্ৰিপল চেঞ্চুৰি! আজি তিনিগুণ বাঢ়িব অৰ্থসম্পদ

সূৰ্য-চন্দ্ৰ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগত অৰ্থৰ ট্ৰিপল চেঞ্চুৰি! আজি তিনিগুণ বাঢ়িব অৰ্থসম্পদ

মাহিলী ৫০০০ কৈ জমা কৰিলে ৰিটাৰ্ণ ৮,৫৪,২৭২টকা, কিমান বছৰ জমা কৰিব লাগিব আপুনি? জানক পোষ্ট অফিচৰ বিশেষ প্ৰকল্পটোৰ সবিশেষ

মাহিলী ৫০০০ কৈ জমা কৰিলে ৰিটাৰ্ণ ৮,৫৪,২৭২টকা, কিমান বছৰ জমা কৰিব লাগিব আপুনি? জানক পোষ্ট অফিচৰ বিশেষ প্ৰকল্পটোৰ সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.