• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্য-চন্দ্ৰ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগত অৰ্থৰ ট্ৰিপল চেঞ্চুৰি! আজি তিনিগুণ বাঢ়িব অৰ্থসম্পদ

সূৰ্য-চন্দ্ৰ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগত অৰ্থৰ ট্ৰিপল চেঞ্চুৰি! আজি তিনিগুণ বাঢ়িব অৰ্থসম্পদ

1 year ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

4 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

5 hours ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

6 hours ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

6 hours ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

7 hours ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

7 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

8 hours ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

9 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

10 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

10 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

11 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্য-চন্দ্ৰ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগত অৰ্থৰ ট্ৰিপল চেঞ্চুৰি! আজি তিনিগুণ বাঢ়িব অৰ্থসম্পদ

সূৰ্য-চন্দ্ৰ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগত অৰ্থৰ ট্ৰিপল চেঞ্চুৰি! আজি তিনিগুণ বাঢ়িব অৰ্থসম্পদ

editor by editor
June 25, 2025
in জীৱনশৈলী
0
সূৰ্য-চন্দ্ৰ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগত অৰ্থৰ ট্ৰিপল চেঞ্চুৰি! আজি তিনিগুণ বাঢ়িব অৰ্থসম্পদ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ২৫ জুন ২০২৫৷ পঞ্জিকা অনুসৰি আজি ১০ আহাৰ৷ আজিৰ দিনটো সূৰ্য, চন্দ্ৰ আৰু বৃহস্পতিয়ে একেলগে মিথুন ৰাশিত অৱস্থান কৰিব৷ ফলত তৈয়াৰ হব বিৰল ত্ৰিগ্ৰহী যোগ৷ ইয়াৰোপৰি আজি বৃহস্পতি আৰু চন্দ্ৰই গজকেশৰী যোগ তৈয়াৰ কৰিব৷ সকলো মিলি একাধিক শুভযোগৰ প্ৰভাৱত আজিৰ দিনটো কেইটামান ৰাশিৰ বাবে আৰ্থিক দিশৰ পৰা অত্যন্ত লাভজনক হব পাৰে৷

বৃষ ৰাশি

আজি বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো অত্যন্ত শুভ৷ চন্দ্ৰ আৰু বৃহস্পতিৰ শুভ প্ৰভাৱত ব্যৱসায়ত লাভৱান হোৱাৰ সম্ভাৱনা প্ৰৱল৷ যিসকল নিজস্ব ব্যৱসায়ত যুক্ত তেওঁলোকে পুৰণি বিনিয়োগৰ পৰা আজি মুনাফা পাব৷ চাকৰিয়ালৰ বাবে বোনাছ বা প্ৰমোছনৰ সম্ভাৱনা আছে৷

মিথুন ৰাশি

ত্ৰিগ্ৰহী যোগ আৰু গজকেশৰী যোগৰ প্ৰভাৱত আজি মিথুন ৰাশিয়ে যতে হাত দিব সেয়াই সোণ হৈ পৰিব৷ বিশেষকৈ যিসকলে ফ্ৰিলেন্সিং, মিডিয়া অনলাইন ব্যৱসায় বা ৰিটেইল চেক্টৰত কাম কৰি আছে তেওঁলোকৰ বাবে উপাৰ্জনৰ নতুন দুৱাৰ খুলিব পাৰে৷

কন্যা ৰাশি

কোনো পুৰণি লেনদেনৰ পৰা ধন উভতাই পোৱাৰ সম্ভাৱনা আছে৷ ঋণমুক্ত হোৱাৰ পথ প্ৰশস্ত হব পাৰে৷ অফিচত কোনো দীৰ্ঘম্যাদি প্ৰকল্পৰ সৈতে যুক্ত হলে তাৰ মাধ্যমেৰে আৰ্থিক লাভ হব৷ যিসকলে নতুন চাকৰিৰ সন্ধান কৰি আছে তেওঁলোকে আজি চাকৰি লাভ কৰিব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আৰ্থিক ক্ষেত্ৰত সুখবৰে অপেক্ষা কৰিছে৷ যিসকলে এক্সপোৰ্ট ইমপোৰ্ট কৰে তেওঁলোকে বাহিৰৰ চহৰৰ পৰা আৰ্থিক সুবিধা পাব৷ যিসকলে যৌথ বিনিয়োগ কৰি আছে তেওঁলোকে আজি অংশীদাৰিত্বত লাভৱান হব পাৰে৷ বহু দিন ধৰি ৰৈ থকা বেংক সম্পৰ্কিয় কাম আজি সুকলমে সম্পন্ন হব৷

কুম্ভ ৰাশি

বৃদ্ধি যোগৰ প্ৰভাৱত আজি কুম্ভ ৰাশি আৰ্থিকভাৱে লাভৱান হব৷ যিসকলে পেছাগতভাৱে গৱেষণা, শিক্ষা বা পৰামৰ্শমূলক কামৰ সৈতে যুক্ত তেওঁলোকৰ আজি অৰ্থপ্ৰাপ্তিৰ যোগ আছে৷ বেচৰকাৰী ক্ষেত্ৰত নতুন প্ৰজেক্ট বা ক্লায়েণ্ট লাভৰ সুযোগ আহিব৷ পাৰিবাৰিকভাৱে অপ্ৰত্যাশিত ধন লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই
জীৱনশৈলী

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

July 22, 2026
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?
জীৱনশৈলী

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

July 22, 2026
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?
বিনোদন

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

July 22, 2026
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?
জীৱনশৈলী

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

July 22, 2026
Next Post
মাহিলী ৫০০০ কৈ জমা কৰিলে ৰিটাৰ্ণ ৮,৫৪,২৭২টকা, কিমান বছৰ জমা কৰিব লাগিব আপুনি? জানক পোষ্ট অফিচৰ বিশেষ প্ৰকল্পটোৰ সবিশেষ

মাহিলী ৫০০০ কৈ জমা কৰিলে ৰিটাৰ্ণ ৮,৫৪,২৭২টকা, কিমান বছৰ জমা কৰিব লাগিব আপুনি? জানক পোষ্ট অফিচৰ বিশেষ প্ৰকল্পটোৰ সবিশেষ

জয় হিন্দ, জয় ভাৰত… মহাকাশ ষ্টেচনলৈ যাত্ৰা আৰম্ভ কৰাৰ সময়ত ভাৰতবাসীক কি কি কৈ গৈছে শুভাংশু শুক্লাই?

জয় হিন্দ, জয় ভাৰত... মহাকাশ ষ্টেচনলৈ যাত্ৰা আৰম্ভ কৰাৰ সময়ত ভাৰতবাসীক কি কি কৈ গৈছে শুভাংশু শুক্লাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.