• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমখন টেষ্টত পৰাস্ত ভাৰত, ৩৬ বছৰৰ পিছত জয়ী নিউজিলেণ্ড, ভাৰতৰ পৰাজয়ৰ ২ টা মুখ্য কাৰণ

প্ৰথমখন টেষ্টত পৰাস্ত ভাৰত, ৩৬ বছৰৰ পিছত জয়ী নিউজিলেণ্ড, ভাৰতৰ পৰাজয়ৰ ২ টা মুখ্য কাৰণ

1 year ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

15 hours ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

16 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

17 hours ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 days ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

2 days ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

2 days ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

2 days ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

2 days ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

2 days ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

2 days ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

প্ৰথমখন টেষ্টত পৰাস্ত ভাৰত, ৩৬ বছৰৰ পিছত জয়ী নিউজিলেণ্ড, ভাৰতৰ পৰাজয়ৰ ২ টা মুখ্য কাৰণ

editor by editor
October 20, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
প্ৰথমখন টেষ্টত পৰাস্ত ভাৰত, ৩৬ বছৰৰ পিছত জয়ী নিউজিলেণ্ড, ভাৰতৰ পৰাজয়ৰ ২ টা মুখ্য কাৰণ
0
SHARES
418
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩৬ বছৰৰ পিছত জয়ী নিউজিলেণ্ড, প্ৰথমখন টেষ্টত পৰাস্ত ভাৰত, ভাৰতৰ পৰাজয়ৰ ২ টা মুখ্য কাৰণ

ভাৰত আৰু নিউজিলেণ্ডৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল বেংগালুৰুত অনুষ্ঠিত হয়। এই খেলখনত টিম ইণ্ডিয়াই ৮ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। পঞ্চম দিনা নিউজিলেণ্ডৰ জয়ৰ লক্ষ্য আছিল মাত্ৰ ১০৭ ৰান। যিটো কিউই দলে মাত্ৰ ২টা উইকেট হেৰুৱাই অৰ্জন কৰে। ইয়াৰ লগে লগে নিউজিলেণ্ডৰ দলটোৱে ৩৬ বছৰৰ পাছত ভাৰতীয় মাটিত টেষ্ট মেচত জয়ী হোৱাত সফল হৈছে। এতিয়া টিম ইণ্ডিয়াৰ পৰাজয়ৰ দুটা ডাঙৰ কাৰণ পোহৰলৈ আহিছে।

১/ টছ জয় কৰাৰ পিছত বেটিং কৰা
বেংগালুৰু টেষ্ট মেচত টিম ইণ্ডিয়াৰ পৰাজয়ৰ প্ৰথম আৰু আটাইতকৈ ডাঙৰ কাৰণ আছিল টছত জয়ী হোৱা আৰু প্ৰথমে বেটিং কৰা। আচলতে বেংগালুৰু টেষ্ট আৰম্ভ হোৱাৰ আগতেই বৰষুণ হৈছিল। বৰষুণৰ বাবে প্ৰথম দিনাৰ খেল বাতিল কৰা হয়। ইয়াৰ পিছতে খেলখনৰ দ্বিতীয় দিনা টছ অনুষ্ঠিত হয় আৰু ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছতে দ্বিতীয় দিনা সেমেকা পীটছত প্ৰথম ইনিংছত মাত্ৰ ৪৬ ৰান কৰি অল আউট হৈছিল টিম ইণ্ডিয়া। ৰোহিতৰ এই সিদ্ধান্তক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল। প্ৰথম ইনিংছৰ পিছত ৰোহিতে নিজেই নিজৰ সিদ্ধান্তক ভুল বুলি অভিহিত কৰে।

২) দ্বিতীয় ইনিংছত নিম্ন অৰ্ডাৰৰ বেটছমেনৰ দুৰ্বল প্ৰদৰ্শন
প্ৰথম ইনিংছৰ অন্তত টিম ইণ্ডিয়াৰ বিৰুদ্ধে নিউজিলেণ্ডে ৩৫৬ ৰানৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পিছত টিম ইণ্ডিয়াৰ সমস্যা অলপ বাঢ়িবলৈ ধৰে। কিন্তু দ্বিতীয় ইনিংছত টিম ইণ্ডিয়াই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই এই অগ্ৰগতি বাহিৰ কৰাই নহয় ১০৬ ৰানৰ অগ্ৰগতিও লাভ কৰে। দ্বিতীয় ইনিংছত টিম ইণ্ডিয়াৰ টপ অৰ্ডাৰে উজ্জ্বল বেটিং কৰিছিল যদিও পৰৱৰ্তী ৬ জন বেটছমেনে দলটোৰ হৈ মাত্ৰ ৩৮ ৰান সংগ্ৰহ কৰে। যাৰ বাবে দ্বিতীয় ইনিংছৰ পিছত টিম ইণ্ডিয়াই মাত্ৰ ১০৬ ৰানৰ অগ্ৰগতিহে লাভ কৰিবলৈ সক্ষম হয়। যদি টিম ইণ্ডিয়াৰ অগ্ৰগতি প্ৰায় ২০০ ৰান হ’লহেঁতেন তেন্তে ভাৰতে এই মেচত জয়ী হ’ব পাৰিলেহেঁতেন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricket teamIndia Vs New ZealandIndian Cricket TeamIndian cricket Team Vs New Zealand team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি
জীৱনশৈলী

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

February 6, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
Next Post
লৰেঞ্চ নে বলকৰণ ব্ৰাৰ, কাৰাগাৰত থকাৰ পাছতো বছৰি খৰচৰ বাবদ লাগে ৪০ লাখ

লৰেঞ্চ নে বলকৰণ ব্ৰাৰ, কাৰাগাৰত থকাৰ পাছতো বছৰি খৰচৰ বাবদ লাগে ৪০ লাখ

এইবাৰ ধনতেৰাছত দুৰ্লভ সংযোগৰ বাবে মহালাভ হ’ব কেইবাটাও ৰাশিৰ

এইবাৰ ধনতেৰাছত দুৰ্লভ সংযোগৰ বাবে মহালাভ হ'ব কেইবাটাও ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.