• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে লজ্জাজনক! দেশৰ মাটিতেই হোৱাইটৱাশ্ব ভাৰত, পৰাজয়ৰ মূখ্য কাৰণ এই ৫ খেলুৱৈ

অতিকে লজ্জাজনক! দেশৰ মাটিতেই হোৱাইটৱাশ্ব ভাৰত, পৰাজয়ৰ মূখ্য কাৰণ এই ৫ খেলুৱৈ

2 years ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

15 minutes ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

1 hour ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

2 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

3 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

4 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

16 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

17 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

18 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

19 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

20 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

20 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অতিকে লজ্জাজনক! দেশৰ মাটিতেই হোৱাইটৱাশ্ব ভাৰত, পৰাজয়ৰ মূখ্য কাৰণ এই ৫ খেলুৱৈ

editor by editor
November 3, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
অতিকে লজ্জাজনক! দেশৰ মাটিতেই হোৱাইটৱাশ্ব ভাৰত, পৰাজয়ৰ মূখ্য কাৰণ এই ৫ খেলুৱৈ
0
SHARES
45
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে লজ্জাজনক! দেশৰ মাটিতেই হোৱাইটৱাশ্ব ভাৰত, পৰাজয়ৰ মূখ্য কাৰণ এই ৫ খেলুৱৈ

অতিকে লজ্জাজনত। বিশ্বকাপ জয়ী ভাৰতীয় দলে নিজ দেশৰ মাটিতেই অতিকে দুৰ্বল প্ৰদৰ্শনেৰে পৰাজিত নিউডিলেণ্ডৰ দৰে দলৰ হাতত। তাকো একেবাৰে হোৱাইটৱাশ্ব ভাৰতীয় দল। যাৰ ফলত এতিয়া ক্ৰোধ ব্যক্ত কৰিছে ক্ৰিকেট প্ৰেমী ভাৰতীয় জনতাই।

ৱানখেড়ে খেলপথাৰত বিপৰ্যয়ৰ সন্মুখীন হ’ল টিম ইণ্ডিয়া। বেংগালুৰু আৰু পুনেত পৰাজয়ৰ পিছত সকলোৱে আশাবাদী আছিল যে ৰোহিতৰ সৈন্যই অন্ততঃ মুম্বাইত শেষৰখন খেলত সন্মান ৰাখিব পাৰিব। কিন্তু সেই খেলত বিফল ভাৰতীয় দল।

ভাৰতীয় দলটোৱে নিউজিলেণ্ডৰ হাতত ০-৩ত পৰাস্ত হ’বলগীয়া হয় টেষ্ট শৃংখলা খনত। টেষ্ট ক্ৰিকেটৰ ইতিহাসত এই প্ৰথমবাৰৰ বাবে ঘৰুৱা খেলপথাৰত ভাৰতক এনেদৰে পৰাস্ত কৰে কোন এটা দলে।

নিউজিলেণ্ডৰ হাতত পৰাজয়ৰ পিছত এতিয়া খেলুৱৈ সকলৰ লগতে টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক লৈও বহু প্ৰশ্ন উত্থাপন হৈছে। অনুৰাগীসকলে গম্ভীৰৰ কৌশলক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ উপৰিও খেলুৱৈৰ লগতে প্ৰশিক্ষক গৌতম গম্ভীৰকো ট্ৰ’ল কৰা হৈছে। আনহাতে পৰাজয়ৰ মুখ্য কাৰণ হিচাপে ৫ গৰাকী খেলুৱৈৰ নাম লৈছে অনুৰাগীয়ে-

ৰোহিত শৰ্মা
ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই সমগ্ৰ শৃংখলাত অনুৰাগীক বহু হতাশ কৰে। দ্ৰুত ৰান সংগ্ৰহৰ বাবে চেষ্টা কৰিবলৈ গৈ হিটমেনে প্ৰতিখন মেচতে নিজৰ উইকেট হেৰুৱাই। ৰোহিতৰ অৱস্থা ইমানেই বেয়া আছিল যে ছয় ইনিংছৰ ভিতৰত তিনিটা ইনিংছত ডাবল ফিগাৰৰ ৰান কৰিবলৈও সক্ষম নহয়।

বিৰাট কোহলী
টিম ইণ্ডিয়াৰ ঘৰুৱা খেলপথাৰত বহু ৰান সংগ্ৰহ কৰা বিৰাট কোহলীয়ে এই ছিৰিজত এনেদৰে ফ্লপ কৰিব বুলি কোনেও ভবা নাছিল। সমগ্ৰ শৃংখলাটোত কোহলীৰ বেট একেবাৰে নিস্তব্ধ হৈ থাকে। বেংগালুৰু টেষ্টৰ দ্বিতীয় ইনিংছত বিৰাটে নিশ্চিতভাৱে ৭০ ৰান সংগ্ৰহ কৰিছিল যদিও ইয়াৰ বাহিৰেও তেওঁ প্ৰতিখনতে বিফল হয়।

সৰফৰাজ খান
বেংগালুৰু টেষ্টৰ দ্বিতীয় ইনিংছত যেতিয়া সৰফৰাজ খানে ১৫০ ৰানৰ উজ্জ্বল ইনিংছ সংগ্ৰহ কৰিছিল, তেতিয়া সকলোৱে আশা কৰিছিল যে এই যুৱ বেটছমেনে বাকী দুখন টেষ্ট মেচতো আচৰিত ধৰণৰ কাম কৰিব। কিন্তু সৰফৰাজে আশানুৰূপভাৱে সেই আশাত চেঁচাপানী ঢালে। আনকি ছয় ইনিংছৰ ভিতৰত দুটা ইনিংছত ৰানেই পৰা নাছিল ছাৰফৰাজে।

আৰ অশ্বিন
সুদক্ষ স্পীনাৰ বুলি নাম থকা আৰ আশ্বিনৰ বলৰ যাঁদু এই চিৰিজত এখন খেলতো দেখিব পৰা নাযায়। একেবাৰে নিস্প্ৰভ থাকে আৰ অশ্বিন। ভাৰতৰ ভুমিত আৰ অশ্বিনৰ এই চিৰিজ আছিল সবাতোকে দুৰ্বল প্ৰৰ্দশন কৰা চিৰিজ।

যশস্বী জয়ছৱাল
ভাৰতৰ উদীয়মান যুৱ বেটছমেন যশস্বী জয়ছৱালেও নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত শক্তিশালী প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰা হৈছিল। অৱশ্যে কিউই বলাৰৰ ওচৰত যশস্বীও সহজেই হাৰ মানে। সমগ্ৰ ছিৰিজত যশস্বীৰ বেটৰ পৰা মাত্ৰ এটা অৰ্ধশতকহে আহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndia Loss Seriesindia Vs Nerw ZwalandIndian CricketIndian Cricket Team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

July 27, 2026
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক
জীৱনশৈলী

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

July 27, 2026
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!
বাণিজ্য

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

July 27, 2026
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক
বাণিজ্য

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

July 27, 2026
Next Post
শনিৰ দুৰ্লভ ৰাজযোগ, ৰকেটৰ দৰে ভাগ্য উজলি উঠিব ৩ ৰাশিৰ

শনিৰ দুৰ্লভ ৰাজযোগ, ৰকেটৰ দৰে ভাগ্য উজলি উঠিব ৩ ৰাশিৰ

নিৰ্লজ পৰাজয়ৰ পাছতে ৰোহিত শৰ্মাৰ অষ্ট্ৰেলিয়া টেষ্ট সন্দৰ্ভত ডাঙৰ মন্তব্য…

নিৰ্লজ পৰাজয়ৰ পাছতে ৰোহিত শৰ্মাৰ অষ্ট্ৰেলিয়া টেষ্ট সন্দৰ্ভত ডাঙৰ মন্তব্য...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.