• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপাৰেচন SINDOOR, পেহেলগাম ঘটনাৰ প্ৰথমটো প্ৰতিশোধ, পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত বৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ

অপাৰেচন SINDOOR, পেহেলগাম ঘটনাৰ প্ৰথমটো প্ৰতিশোধ, পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত বৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ

1 year ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

12 minutes ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

60 minutes ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

2 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

2 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

10 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

13 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

13 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

14 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

14 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

15 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

16 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অপাৰেচন SINDOOR, পেহেলগাম ঘটনাৰ প্ৰথমটো প্ৰতিশোধ, পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত বৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ

editor by editor
May 7, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অপাৰেচন SINDOOR, পেহেলগাম ঘটনাৰ প্ৰথমটো প্ৰতিশোধ, পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত বৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ
0
SHARES
202
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপাৰেচন SINDOOR, পেহেলগাম ঘটনাৰ প্ৰথমটো প্ৰতিশোধ, পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত বৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰথমটো ঘাটক প্ৰতিশোধ ল’লে ভাৰতে। মাজনিশা ভাৰতে ঘোষণা কৰে অপাৰেচন সিন্দুৰ। পাকিস্তানী সংবাদ মাধ্যমৰ মতে ভাৰতে মুজাফ্ফৰাবাদকে ধৰি পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ক্ষেপণাস্ত্ৰ আক্ৰমণৰ দ্বাৰা ধ্বংস কৰিছে।

পাকিস্তানী সংবাদ মাধ্যমৰ এই দাবীৰ কিছু সময়ৰ পাছতে ভাৰত চৰকাৰেও আনুষ্ঠানিকভাৱে এই আক্ৰমণ নিশ্চিত কৰে। এই আক্ৰমণৰ পিছতে পাকিস্তানত সৃষ্টি হৈছে হুলস্থুল।

মুজাফ্ফৰাবাদ, কোটলি আৰু বাহাৱালপুৰৰ সন্ত্ৰাসবাদী আত্মগোপন স্থানত ভাৰতে বৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে।

এই আক্ৰমণত বৰ্তমানলৈ বহু সন্ত্ৰাসবাদী নিহত হ’ব পাৰে বুলি আশংকা কৰা হৈছে। বাহাৱালপুৰত নিহত হৈছে কমেও ৩০ জন জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী। ইয়াৰ উপৰি ৫০ৰো অধিক আহতৰ খবৰ।

পাকিস্তানত কেৱল সন্ত্ৰাসবাদী আত্মগোপন স্থানকহে লক্ষ্য কৰি লৈছে ভাৰতে। এতিয়া ভাৰতীয় সেনাইও পাকিস্তানৰ ওপৰত আক্ৰমণ নিশ্চিত কৰিছে।

এই আক্ৰমণ অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত সংঘটিত হৈছে। ভাৰতে পাকিস্তানৰ ওপৰত এতিয়ালৈকে চলোৱা এইটোৱেই হৈছে সৰ্ববৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Operation SindoorPahalgam AttackPak AttackSindooe
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা
বিশ্ব

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

September 16, 2026
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

September 16, 2026
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

September 16, 2026
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

September 16, 2026
Next Post
ভাৰতৰ প্ৰথমটো পাকিস্তান আক্ৰমণৰ কিয় নাম দিয়া হ’ল ‘অপাৰেচন সিন্দূৰ’ ?

ভাৰতৰ প্ৰথমটো পাকিস্তান আক্ৰমণৰ কিয় নাম দিয়া হ'ল 'অপাৰেচন সিন্দূৰ' ?

অপাৰেচন সিন্দূৰ- ভাৰতৰ বিমানবন্দৰ বন্ধ, বিমান সংস্থাই বাতিল কৰে বিমান সেৱা

অপাৰেচন সিন্দূৰ- ভাৰতৰ বিমানবন্দৰ বন্ধ, বিমান সংস্থাই বাতিল কৰে বিমান সেৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.