• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮৯ বছৰীয়া অভিলেখ ভংগ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ, টেষ্ট মেচত বিশ্বৰ প্ৰথমটো দল হিচাপে গঢ়িলে অভিলেখ

৮৯ বছৰীয়া অভিলেখ ভংগ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ, টেষ্ট মেচত বিশ্বৰ প্ৰথমটো দল হিচাপে গঢ়িলে অভিলেখ

2 years ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

9 minutes ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

58 minutes ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

2 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

3 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

12 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

12 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

13 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

13 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

14 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

14 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

৮৯ বছৰীয়া অভিলেখ ভংগ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ, টেষ্ট মেচত বিশ্বৰ প্ৰথমটো দল হিচাপে গঢ়িলে অভিলেখ

editor by editor
June 28, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
৮৯ বছৰীয়া অভিলেখ ভংগ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ, টেষ্ট মেচত বিশ্বৰ প্ৰথমটো দল হিচাপে গঢ়িলে অভিলেখ
0
SHARES
584
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮৯ বছৰীয়া অভিলেখ ভংগ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ, টেষ্ট মেচত বিশ্বৰ প্ৰথমটো দল হিচাপে গঢ়িলে অভিলেখ

এফালে ভাৰতীয় পুৰুষ দলে টি ২০ বিশ্ব কাপৰ ফাইনেলত হৈছে আনহাতে ভাৰতীয় মহিলা ক্ৰিকেট দলেও গঢ়িছে বিশেষ অভিলেখ। যাৰ বাবে এতিয়া গৌৰৱান্বিত হৈ পৰিছে দেশবাসী। ৮৯ বছৰীয়া অভিলেখ ভংগ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মহিলা ক্ৰিকেট টেষ্টৰ প্ৰথম দিনটোত শুকুৰবাৰে ভাৰতে এদিনত সৰ্বাধিক স্ক’ৰ কৰাকে ধৰি একাধিক অভিলেখ গঢ়িবলৈ সক্ষম হয়। ছেফালী বাৰ্মাৰ অভিলেখ ভংগকাৰী দ্বৈত শতক। ১৯৪ বলত ২০৫ ৰান সংগ্ৰহ কৰি শেফালীয়ে স্মৃতি মান্ধনাৰ (১৪৯) সৈতে ২৯২ ৰানৰ অংশীদাৰিত্ব কৰি ভাৰতে প্ৰথম দিনাই ৪ উইকেট হেৰুৱাই ৫২৫ ৰান সংগ্ৰহ কৰে।

https://x.com/VijayCricketFan/status/1806628236316848474

ইয়াৰ লগে লগে ভাৰতেও এদিনত সৰ্বাধিক ৰান সংগ্ৰহৰ ৮৯ বছৰীয়া অভিলেখ ভংগ কৰে। ১৯৩৫ চনত ক্ৰাইষ্টচাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ড মহিলা দলে দুটা উইকেটত ৪৩১ ৰান সংগ্ৰহ কৰিছিল।

ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৪৮টা বলত দুটা শতক অৰ্জন কৰা অষ্ট্ৰেলিয়াৰ এনাবেল চাথাৰলেণ্ডৰ অভিলেখ ভংগ কৰে শ্বেফালীয়ে। প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ পিছতে টেষ্ট ক্ৰিকেটত দ্বৈত শতক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা বেটছমেন হিচাপে পৰিগণিত হয় বিশ বছৰীয়া শেফালীয়ে।

২০০২ চনৰ আগষ্ট মাহত টাউণ্টনত ইংলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টেষ্টত মিতালীয়ে ৪০৭ বলত ২১৪ ৰান সংগ্ৰহ কৰিছিল। ডাবল শতক অৰ্জন কৰাৰ লগে লগে আউট হৈছিল শেফালি। ইয়াৰ পূৰ্বে তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ৯৬ ৰান। পঞ্চমখন টেষ্ট খেলা শ্বেফালীয়ে ২৩টা চাৰি আৰু ৮টা ছয় কৰে।

https://x.com/timesofindia/status/1806637698867941810

শেফালী আৰু মান্ধনাৰ মাজত প্ৰথম উইকেটৰ বাবে ২৯২ ৰানৰ অংশীদাৰিত্ব। ১৪৯ ৰান সংগ্ৰহ কৰি আউট হোৱা স্মৃতি মান্ধনাৰ ৰূপত ভাৰতলৈ প্ৰথম আঘাত। টেষ্ট ক্ৰিকেটৰ যিকোনো উইকেটৰ বাবে এয়া ভাৰতৰ সৰ্ববৃহৎ অংশীদাৰিত্ব। মহিলা টেষ্টত যিকোনো উইকেটৰ বাবে এয়া দ্বিতীয় সৰ্বোচ্চ অংশীদাৰিত্ব।

মান্ধনাৰ ঠাইত অহা সতীশ শুভাই ২৭টা বলত ১৫ ৰান সংগ্ৰহ কৰি আউট হয়। অৱশ্যে জেমিমাহ ৰড্ৰিগেছে ৫৫ ৰান কৰি শেফালিক সহযোগ আগবঢ়াই। দ্ৰুত ৰান কৰিবলৈ চেষ্টা কৰাৰ সময়তে শেফালি ৰান আউট হয়। বৰ্তমানে কেপ্টেইন হৰমনপ্ৰীত কৌৰে ৪২ ৰান আৰু ৰিচা ঘোষে ৪৩ ৰান সংগ্ৰহ কৰি ক্ৰীজত আছে।

উল্লেখ্য যে, মহিলাৰ টেষ্ট মেচত এদিনত ৫০০ৰো অধিক ৰান সংগ্ৰহ কৰা বিশ্বৰ প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveasom live 24Assa live 24assam liveassam live 24 digitalAssam Newsaxom live 24axom live 24 digitalIndian Women Cricket TeamWomen Cricketworld record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
Next Post
মাৰ্কেটত নতুন বাবা, নিচা কৰা বদ অভ্যাস এদিনতে দূৰ কৰাৰ গ্যাৰাণ্টি

মাৰ্কেটত নতুন বাবা, নিচা কৰা বদ অভ্যাস এদিনতে দূৰ কৰাৰ গ্যাৰাণ্টি

ভুলতো এই ৩টা ৰাশিৰ লোকৰ লগত যুঁজি নলব, আজি নাইবা কাইলৈ প্ৰতিশোধ ল’বই

ভুলতো এই ৩টা ৰাশিৰ লোকৰ লগত যুঁজি নলব, আজি নাইবা কাইলৈ প্ৰতিশোধ ল'বই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.