• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খেলৰ মাজতে হঠাতে অষ্ট্ৰেলিয়া এৰি ভাৰতলৈ উভতিল গৌতম গম্ভীৰ, কাৰণ…

খেলৰ মাজতে হঠাতে অষ্ট্ৰেলিয়া এৰি ভাৰতলৈ উভতিল গৌতম গম্ভীৰ, কাৰণ…

2 years ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

3 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

1 hour ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

2 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

10 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

11 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

11 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

12 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

12 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

14 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

15 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

16 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

খেলৰ মাজতে হঠাতে অষ্ট্ৰেলিয়া এৰি ভাৰতলৈ উভতিল গৌতম গম্ভীৰ, কাৰণ…

editor by editor
November 26, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
খেলৰ মাজতে হঠাতে অষ্ট্ৰেলিয়া এৰি ভাৰতলৈ উভতিল গৌতম গম্ভীৰ, কাৰণ…
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

খেলৰ মাজতে হঠাতে অষ্ট্ৰেলিয়া এৰি ভাৰতলৈ উভতিল গৌতম গম্ভীৰ, কাৰণ…

এইকেইদিন অষ্ট্ৰেলিয়া ভ্ৰমণত আছে টিম ইণ্ডিয়া। য’ত বোৰ্ডাৰ- গাভাস্কাৰ ট্ৰফীত দুয়োটা দলৰ মাজত পাঁচখনীয়া টেষ্ট শৃংখলা অনুষ্ঠিত হৈছে। পাৰ্থত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত টিম ইণ্ডিয়াই ২৯৫ ৰানত জয়লাভ কৰি ১-০ ত অগ্ৰগতি লাভ কৰে।

এতিয়া দ্বিতীয়খন খেলৰ বাবে সাজু হৈ আছে ভাৰতীয় খেলুৱৈ। পাছে তাৰে মাজতে এতিয়া খবৰ ওলাইছে যে পাৰ্থ টেষ্টৰ পাছত হঠাৎ ভাৰতলৈ উভতি আহিছে টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক। গৌতম গম্ভীৰ উভতি আহিছে।

প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে প্ৰশিক্ষক গৌতম গম্ভীৰ পৰিয়ালৰ এক বিশেষ কাৰণত হঠাতে ভাৰতলৈ উভতি আহিছে। অৱশ্যে দ্বিতীয়খন টেষ্ট মেচৰ পূৰ্বে গম্ভীৰ পুনৰ অষ্ট্ৰেলিয়াত উপস্থিত হৈ টিম ইণ্ডিয়াত যোগদান কৰিব।

দ্বিতীয়খন টেষ্ট মেচৰ পূৰ্বে টিম ইণ্ডিয়াই কেনবেৰাত দুদিনীয়া অনুশীলন মেচ খেলিব লাগিব, য’ত গম্ভীৰ দলৰ সৈতে নাথাকিব। ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এই অনুশীলন মেচ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketgautam gambhirIndian CricketIndian Cricket Team Coach
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!
অসম

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

July 22, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

July 22, 2026
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

July 22, 2026
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

July 21, 2026
Next Post
কোন হয় মাহিৰা শৰ্মা? ক্ৰিকেটাৰ মহম্মদ চিৰাজৰ হাৰ্ট ইমোজি মাহিৰাৰ বাবে

কোন হয় মাহিৰা শৰ্মা? ক্ৰিকেটাৰ মহম্মদ চিৰাজৰ হাৰ্ট ইমোজি মাহিৰাৰ বাবে

সূৰ্যৰ ধনু ৰাশিত প্ৰৱেশৰ পাছতে ১৫ ডিচেম্বৰৰ পৰা উজ্বলি উঠিব ৩ ৰাশিৰ ভাগ্যচক্ৰ

সূৰ্যৰ ধনু ৰাশিত প্ৰৱেশৰ পাছতে ১৫ ডিচেম্বৰৰ পৰা উজ্বলি উঠিব ৩ ৰাশিৰ ভাগ্যচক্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.