• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন হয় মাহিৰা শৰ্মা? ক্ৰিকেটাৰ মহম্মদ চিৰাজৰ হাৰ্ট ইমোজি মাহিৰাৰ বাবে

কোন হয় মাহিৰা শৰ্মা? ক্ৰিকেটাৰ মহম্মদ চিৰাজৰ হাৰ্ট ইমোজি মাহিৰাৰ বাবে

2 years ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

18 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

49 minutes ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

3 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

3 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

4 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

4 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

5 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

6 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

6 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

8 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

8 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোন হয় মাহিৰা শৰ্মা? ক্ৰিকেটাৰ মহম্মদ চিৰাজৰ হাৰ্ট ইমোজি মাহিৰাৰ বাবে

editor by editor
November 26, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
কোন হয় মাহিৰা শৰ্মা? ক্ৰিকেটাৰ মহম্মদ চিৰাজৰ হাৰ্ট ইমোজি মাহিৰাৰ বাবে
0
SHARES
556
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোন হয় মাহিৰা শৰ্মা? ক্ৰিকেটাৰ মহম্মদ চিৰাজৰ হাৰ্ট ইমোজি মাহিৰাৰ বাবে

ভাৰতী ক্ৰিকেটাৰ আৰু বলীউডৰ অভিনেত্ৰীৰ সম্পৰ্ক বহু বছৰে পৰা চলি অহা। ক্ৰিকেটাৰ বুলিলেই যেন বলীউডৰ সুন্দৰী। বহু কেইগৰাকী ক্ৰিকেটাৰে বিবাহ পাশত আৱদ্ধ হৈছে ভাৰতীয় সুন্দৰী অভিনেত্ৰীসকলৰ সৈতে।

এইবাৰ এই তালিকাত নাম সাঙোৰ খাইছে ভাৰতীয় বলাৰ মহম্মদ চিৰাজৰ। সম্প্ৰতি ইণ্টাৰনেটত এই উৰাবাতৰি ভাইৰেল হৈ পৰিছে। ভাইৰেল হোৱা খবৰ অনুসৰি ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছিৰাজে বিগ বছ ১৩ৰ খ্যাত মাহিৰা শৰ্মাৰ সৌন্দৰ্য্যৰ প্ৰেমত পৰিছে। কেৱল এয়াই নহয়, আনকি দুয়োৰে ডেটিংৰ কথাও চৰ্চালৈ হৈছে।

পাছে এই মাহিৰা শৰ্না কোন ! মহিৰা শৰ্মা এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী আৰু মডেল, যিয়ে নিজৰ গ্লেমাৰৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে। ৰিয়েলিটি শ্ব’ৰ পৰা মাহিৰাই বহু টিভি শ্ব’তো নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে। কেৱল এয়াই নহয়, মহিৰাই ৫০টাতকৈও অধিক মিউজিক ভিডিঅ’তো কাম কৰিছে। ছ’চিয়েল মিডিয়াতো অতি জনপ্ৰিয় মাহিৰা শৰ্মা।

সদ্যহতে মাহিৰা শৰ্মাই শেহতীয়াকৈ নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে এই পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে মহম্মদ ছিৰাজে লাইক কৰে। ঠিক তেতিয়াৰ পৰাই ইণ্টাৰনেটৰ মানুহৰ বাবে এই দুয়োৰে মাজত কিবা থকা বুলি ইংগিত লাভ কৰিছে।

ইণ্টাৰনেটৰ লগতে বাতৰিতো যদিও মহম্মদ ছিৰাজে মাহিৰাৰ ফটো লাইক কৰা বুলি কোৱা হৈছে। কিন্তু দুয়োজন তাৰকাক কেতিয়াও একেলগে দেখা হোৱা নাই। পূৰ্বেও কোনোদিনে এনে ধৰণৰ কথাও ওলোৱা নাই। এইয়ে প্ৰথম মাহিৰাৰ সৈতে নাম সাঙোৰ খাইছে চিৰাজৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!
জীৱনশৈলী

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

July 11, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

July 11, 2026
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?
বিনোদন

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

July 11, 2026
Next Post
সূৰ্যৰ ধনু ৰাশিত প্ৰৱেশৰ পাছতে ১৫ ডিচেম্বৰৰ পৰা উজ্বলি উঠিব ৩ ৰাশিৰ ভাগ্যচক্ৰ

সূৰ্যৰ ধনু ৰাশিত প্ৰৱেশৰ পাছতে ১৫ ডিচেম্বৰৰ পৰা উজ্বলি উঠিব ৩ ৰাশিৰ ভাগ্যচক্ৰ

দৈনিক ৰাশিফল- আজি গণেশৰ প্ৰিয় দিনটোত কেনে যাব আপোনাৰ দিনটো

দৈনিক ৰাশিফল- আজি গণেশৰ প্ৰিয় দিনটোত কেনে যাব আপোনাৰ দিনটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.