• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিলাসী জীৱন, দেশ বিদেশত সম্পত্তি, ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় লোৱা শিখৰ ধাৱানৰ নেটৱৰ্থ জানেনে?

বিলাসী জীৱন, দেশ বিদেশত সম্পত্তি, ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় লোৱা শিখৰ ধাৱানৰ নেটৱৰ্থ জানেনে?

2 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

12 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

13 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

14 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

15 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

15 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

16 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

17 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

17 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

18 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

18 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিলাসী জীৱন, দেশ বিদেশত সম্পত্তি, ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় লোৱা শিখৰ ধাৱানৰ নেটৱৰ্থ জানেনে?

বিলাসী জীৱন, দেশ বিদেশত সম্পত্তি, ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় লোৱা শিখৰ ধাৱানৰ নেটৱৰ্থ জানেনে?

editor by editor
August 24, 2024
in ক্ৰীড়া, বিবিধ, ভাৰত
0
বিলাসী জীৱন, দেশ বিদেশত সম্পত্তি, ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় লোৱা শিখৰ ধাৱানৰ নেটৱৰ্থ জানেনে?
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টীম ইণ্ডিয়াৰ লেখত ল’বলগীয়া অপেনাৰ শিখৰ ধাৱানে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ২০১০ চনত টিম ইণ্ডিয়াত অভিষেক ঘটিছিল শিখৰ ধাৱানৰ। শিখৰ ধাৱনে নিজৰ ক্ৰিকেট কেৰিয়াৰত কেইবাটাও অভিলেখ গঢ়ি সকলো ফৰ্মেটৰ পৰা বিদায় লৈছে৷  টিম ইণ্ডিয়াৰ হৈ মুঠ ৩৪খন টেষ্টৰ লগতে ৬৮খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ আৰু ১৬৭খন এদিনীয়া মেচ খেলিছে। কেৱল ক্ৰিকেটতেই তেওঁৰ ৰেকৰ্ড আছে তেনে নহয়৷ 

প্ৰকাশিত বিভিন্ন বাতৰি অনুসৰি শিখৰ ধাৱানৰ নাম টিম ইণ্ডিয়াৰ আটাইতকৈ ধনী ক্ৰিকেটাৰসকলৰ ভিতৰত আছে। বিগত কেইবাবছৰ ধৰি তেওঁ বিচিচিআই আৰু আইপিএলৰ পৰা যথেষ্ট ধন লাভ কৰিছে। তেওঁৰ মাহিলী উপাৰ্জন লাখত নহয় কোটিৰ ঘৰত৷ মাহিলী কোটি কোটি টকা আয় কৰা শিখৰ ধাৱানৰ নেটৱৰ্থ কিমান?

কেইবাটাও বৃহৎ বেণ্ডৰ সৈতে তেওঁ চুক্তিবদ্ধ

বিগত কেইবাবছৰ ধৰি শিখৰ ধাৱনে কেইবাটাও ডাঙৰ ব্ৰেণ্ডৰ সৈতে কাম কৰি আছে। বিজ্ঞাপনৰ পৰাই তেওঁ লাখ লাখ টকা আয় কৰি আছে৷  এতিয়ালৈকে তেওঁ ৰিলায়েন্স জিঅ’, মিউচুৱেল ফাণ্ডছ ছাহি হে, নেৰ’লেক পেইণ্টছ আৰু এৰিয়েল আদি ডাঙৰ ব্ৰেণ্ডৰ সৈতে কাম কৰি আছে। ইয়াৰ উপৰিও ড্ৰিম ১১ আৰু ফিভাৰ এফ এমৰ সৈতেও তেওঁ চুক্তিবদ্ধ হৈ আছে। এই ব্ৰেণ্ডসমূহৰ পৰা তেওঁ প্ৰতিমাহে প্ৰায় ৩০ লাখ টকা উপাৰ্জন কৰে।

দিল্লীত ৬কোটিৰ বাংলো

শিখৰ ধাৱনৰ দিল্লীতো এটা বিলাসী বাংলো আছে, যাৰ মূল্য প্ৰায় ৬ কোটি টকা বুলি জানিব পৰা গৈছে৷ দিল্লীৰ উপৰিও গুৰুগ্ৰাম আৰু মুম্বাইতো তেওঁৰ নামত বহু সম্পত্তি আছে। ভাৰতৰ বাহিৰত অৰ্থাৎ অষ্ট্ৰেলিয়াতো তেওঁৰ এটা বিলাসী এপাৰ্টমেণ্ট আছে, যাৰ মূল্য কেইবাকোটি বুলি জানিব পৰা গৈছে৷

বিলাসী গাড়ী

বিলাসী বাংলোৰ উপৰিও শিখৰ ধাৱনত আছে বহু বিলাসী বাহন৷ তেওঁৰ অ’ডি এ৬ ৰ পৰা আৰম্ভ কৰি বিএমডব্লিউ ৬ জিটি আৰু ৰেঞ্জ ৰভাৰলৈকে কেইবাখনো স্প’ৰ্টছ গাড়ী আছে।

শিখৰ ধাৱনৰ মুঠ সম্পত্তি কিমান?

সংবাদ মাধ্যমৰ খবৰ অনুসৰি বৰ্তমান শিখৰ ধাৱানৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৯৬ কোটি। ডাঙৰ ব্ৰেণ্ডৰ এণ্ডাৰছমেণ্টৰ বাহিৰেও তেওঁ আই পি এলৰ চুক্তিৰ পৰাই সৰ্বাধিক ধন উপাৰ্জন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
Next Post
কোহলী, ৰোহিতেও গঢ়া নাই এই অভিলেখ, কি কি অভিলেখেৰে শিখৰত ঠিয় হৈ আছে শিখৰ ধাৱান?

কোহলী, ৰোহিতেও গঢ়া নাই এই অভিলেখ, কি কি অভিলেখেৰে শিখৰত ঠিয় হৈ আছে শিখৰ ধাৱান?

আগন্তুক সপ্তাহত ধন যোগ, দুৰ্দান্ত উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ! তালিকাত আপুনি আছেনে?

আগন্তুক সপ্তাহত ধন যোগ, দুৰ্দান্ত উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ! তালিকাত আপুনি আছেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.