• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক সপ্তাহত ধন যোগ, দুৰ্দান্ত উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ! তালিকাত আপুনি আছেনে?

আগন্তুক সপ্তাহত ধন যোগ, দুৰ্দান্ত উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ! তালিকাত আপুনি আছেনে?

2 years ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

2 minutes ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

11 minutes ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

33 minutes ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

1 hour ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

2 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

3 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

3 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

5 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

5 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

6 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

7 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক সপ্তাহত ধন যোগ, দুৰ্দান্ত উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ! তালিকাত আপুনি আছেনে?

আগন্তুক সপ্তাহত ধন যোগ, দুৰ্দান্ত উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ! তালিকাত আপুনি আছেনে?

editor by editor
August 24, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আগন্তুক সপ্তাহত ধন যোগ, দুৰ্দান্ত উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ! তালিকাত আপুনি আছেনে?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰে ২৬ আগষ্টৰ পৰা আৰম্ভ হৈছে এই মাহৰ শেষৰটো সপ্তাহ৷ আগন্তুক সপ্তাহত মিথুন ৰাশিত গোচৰ কৰিব মঙ্গলে৷ তাতেই অৱস্থান কৰিব চন্দ্ৰইয়ো৷ চন্দ্ৰ আৰু মঙলে একেলগে মিথুন ৰাশিত অৱস্থান কৰি গঠিত হ’ব ধনযোগ৷ বৈদিক জ্যোতিষ অনুসৰি ধন যোগত অত্যন্ত শুভ আৰু আৰ্থিক সমৃদ্ধি লাভৰ বাবে কাৰ্যকৰী৷ কোষ্ঠীত ধনযোগ গঠিত হ’লে জাতকৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত হয়৷ সকলো কামতে সৌভাগ্যক কাষত পাব আপুনি৷ জানি থওক ২৬ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰ পৰ্যন্ত এই সপ্তাহৰ ধন যোগৰ প্ৰভাৱত প্ৰচুৰ লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?

বৃষ ৰাশি

আগষ্টৰ শেষ সপ্তাহত নানান দিশৰ পৰা সৌভাগ্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ এই সপ্তাহৰ আৰম্ভণিতে আপুনি কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷ সমাজৰ প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব আপুনি৷ কাৰ্যালয়ত নিজৰ কামৰ বাবে ঊৰ্ধতন কৰ্তৃপক্ষৰ পৰা সুনাম লাভ কৰিব৷ কোনো প্ৰিয় সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ এই সপ্তাহত উপাৰ্জন বৃদ্ধিৰো যোগ আছে৷

মিথুন ৰাশি

২৬ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰৰ ভিতৰত এই সপ্তাহত নতুন চাকৰি পাব পাৰে মিথুন ৰাশিৰ জাতকে৷ কাৰ্যালয়ত পদোন্নতি পাব পাৰে বা পছন্দৰ স্থানলৈ বদলি হ’ব পাৰে৷ চৰকাৰী কামত আপোনাৰ সন্মুখত কোনো বাধা থাকিলে এইবাৰ সকলো সমস্যা দূৰ হ’ব পাৰে৷ কামৰ প্ৰয়োজনত বিদেশ যাত্ৰাৰ সুযোগ পাব৷ দাম্পত্য জীৱনত সুখ আহিব৷ স্বাস্থ্য ভালে থাকিব৷

কৰ্কট ৰাশি

আগষ্টৰ শেষ সপ্তাহত নানান দিশৰ পৰা লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক৷ সপ্তাহৰ আৰম্ভণিতেই আপুনি কোনো দীৰ্ঘ বা কম দূৰত্বৰ যাত্ৰা কৰিব পাৰে৷ এই যাত্ৰাই আপোনাৰ কেৰিয়াৰলৈ লাভজনক খবৰ আনিব৷ আগন্তুক সপ্তাহত কৰ্কট ৰাশিৰ জাতকৰ মনৰ ইচ্ছা পূৰণ হ’ব৷ নিজৰ সকলো কাম আপুনি সময়ত সম্পূৰ্ণ কৰিব পাৰিব৷ কৰ্মক্ষেত্ৰত ছিনিয়ৰ আৰু জুনিয়ৰসকলৰ সমৰ্থন পাব৷ অতিৰিক্ত অৰ্থ উপাৰ্জনৰ বাবে এই সময় অত্যন্ত শুভ৷

কন্যা ৰাশি

কন্যা ৰাশিত জাতকৰ ধন যোগৰ প্ৰভাৱত আগষ্টৰ শেষ সপ্তাহত লাভেই লাভ৷ কেৰিয়াৰ সংক্ৰান্তীয় সকলো সমস্যা এই সময়ত দূৰ হ’ব৷ কোনো প্ৰভাৱশালী ব্যক্তিয়ে আপোনাক সহায়ৰ বাবে আগুৱাই আহিব৷ পাবলগীয়া ধন লাভ কৰিব৷ এই সময়ত কন্যা ৰাশিৰ জাতকৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত সফলতা অৰ্জন কৰিব৷ সপ্তাহত যি কামতেই হাত নিদিয়ক কিয় সফলতা পাবই৷

বৃশ্চিক ৰাশই

আগন্তুক সপ্তাহত বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত সৌভাগ্যৰ দুৱাৰ খুল খাব৷ সপ্তাহৰ আৰম্ভণিতেই চৰকাৰি কোনো প্ৰকল্পৰ পৰা আপুনি লাভৱান হ’ব পাৰে৷ চৰকাৰী কোনো কামত লাগি থাকিলে এইবাৰ সফলতা আহিবই৷ কাৰ্যালয়ত আপোনাৰ শত্ৰুক আপুনি পৰাজিত কৰিব পাৰিব৷ নিজৰ বুদ্ধি আৰু কৰ্মদক্ষতাৰে পৰাস্ত কৰিব পাৰিব আপুনি৷ সপ্তাহৰ ওপৰিও পেছাগত জীৱনত ডাঙৰ উন্নতি কৰাৰ সুযোগ পাব৷ মাটি, ঘৰ, সংক্ৰান্তীয় কোনো লাভজনক চুক্তি কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ
অসম

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

October 15, 2026
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

October 15, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

October 15, 2026
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?
জীৱনশৈলী

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

October 15, 2026
Next Post
সন্দীপ ঘোষসহ ৬জনৰ পলিগ্ৰাফ পৰীক্ষা আৰম্ভ! দিল্লীৰ পৰা আহিছে CBIৰ বিশেষ দল

সন্দীপ ঘোষসহ ৬জনৰ পলিগ্ৰাফ পৰীক্ষা আৰম্ভ! দিল্লীৰ পৰা আহিছে CBIৰ বিশেষ দল

এইবাৰ জন্মাষ্টমীত দ্বাপৰ যুগৰ দৰে বিৰল কাকতালীয় যোগ তৈয়াৰ হৈছে, পূৰণ হ’ব মনৰ প্ৰতিটো ইচ্ছা

এইবাৰ জন্মাষ্টমীত দ্বাপৰ যুগৰ দৰে বিৰল কাকতালীয় যোগ তৈয়াৰ হৈছে, পূৰণ হ’ব মনৰ প্ৰতিটো ইচ্ছা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.