• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানলৈ গৈ মুছলমান ধৰ্ম গ্ৰহণ কৰি প্ৰেমিকেৰে বিয়া ২সন্তানৰ মাতৃৰ! কন্যাক ত্যাগ কৰিলে হিন্দু পিতৃয়ে

পাকিস্তানলৈ গৈ মুছলমান ধৰ্ম গ্ৰহণ কৰি প্ৰেমিকেৰে বিয়া ২সন্তানৰ মাতৃৰ! কন্যাক ত্যাগ কৰিলে হিন্দু পিতৃয়ে

3 years ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

21 minutes ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

54 minutes ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

1 hour ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

3 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

4 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

4 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

5 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

5 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

13 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

13 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

14 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাকিস্তানলৈ গৈ মুছলমান ধৰ্ম গ্ৰহণ কৰি প্ৰেমিকেৰে বিয়া ২সন্তানৰ মাতৃৰ! কন্যাক ত্যাগ কৰিলে হিন্দু পিতৃয়ে

editor by editor
July 26, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
পাকিস্তানলৈ গৈ মুছলমান ধৰ্ম গ্ৰহণ কৰি প্ৰেমিকেৰে বিয়া ২সন্তানৰ মাতৃৰ! কন্যাক ত্যাগ কৰিলে হিন্দু পিতৃয়ে
0
SHARES
755
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফেছবুকত পাকিস্তানৰ যুৱকৰ সৈতে আলাপ। ইয়াৰপাছতেই স্বামী আৰু সন্তানক এৰি কাটাতাঁৰৰ বেৰ পাৰ হৈ পাকিস্তানত ভৰি দিলে ৰাজস্থানৰ অঞ্জুৱে। অঞ্জুৰ স্বামী আৰু দুই সন্তানে এতিয়াও মানি ল’ব পৰা নাই সমগ্ৰ ঘটনাক। প্ৰথমে নাছৰুল্লাই দাবী কৰিছিল যে তেওঁলোকৰ মাজত কোনোধৰণৰ প্ৰেমৰ সম্পৰ্ক নাই। কিন্তু নাছৰুল্লাই এই দাবীৰ ২৪ ঘণ্টাৰ পাছতেই পোহৰলৈ আহিছে আন এক তথ্য। ভাইৰেল খবৰ অনুসৰি অঞ্জু ইছলামলৈ ধৰ্মান্তৰিত হৈছে। অঞ্জুৰ নতুন নাম এতিয়া ফাতিমা। ধৰ্মান্তৰিত লৈ নিকাহ কৰাইছে নাছৰুল্লা আৰু ফাতিমাই।

অঞ্জুৱে ফাতেমা হৈ নিকাহ কৰোৱাক লৈ লজ্জিত হৈছে অঞ্জুৰ পৰিয়াল। অঞ্জুৰ পিতৃ গয়া প্ৰসাদ থমাছৰ দাবী তেওঁৰ কন্যাৰ মৃত্যু ঘটিছে। তেওঁক পৰিয়ালে সম্পূৰ্ণৰূপে ত্যাগ কৰিছে। তেওঁৰ পিতৃ এতিয়া মধ্যপ্ৰদেশৰ বাসিন্দা। পিতৃয়ে কয়, ‘দুই সন্তান আৰু স্বামীক এৰি পলাই যোৱা কন্যাক পৰিচয় দিবলৈ মই লাজ পাইছো। যদি এইবোৰেই কৰিবলগা আছিল তেন্তে পূৰ্বৰ স্বামীক আইনীভাৱে ডিভোৰ্ছ দি যাব লাগিছিল। মোক ১৩ বছৰীয়া এজনী নাতিনী আছে। নাতিৰ বয়স এতিয়া ৫বছৰ। জোঁৱাইৰ ভৱিষ্যতো তাই সম্পূৰ্ণ ধ্বংস কৰি দিলে। সন্তান কেইটিক এতিয়া মাক অবিহনে কোনে চাব সেয়াহে মোৰ চিন্তা।’

অঞ্জুক ঘূৰাই অনাৰ বাবে অঞ্জুৰ পিতৃ আৰু স্বামীয়ে এতিয়ালৈ আৱেদন কৰা নাই। পিতৃয়ে জনোৱা অনুসৰি তেওঁলোকে অঞ্জুক ঘূৰাই নিবিচাৰে। আৰক্ষীয়েও ইতিমধ্যেই পিতৃক সোধপোছ কৰিছে। পিতৃয়ে এই সন্দৰ্ভত কয়, ‘তাই কেনেকৈ ভিছা, পাছপৰ্ট পালে আমি একো গম নাপাও। তাই দেশ এৰাৰ পাছতেই আমি বহুত গঞ্জনাৰ সন্মুখীন হৈছো। আমাক কি সোধপোছ কৰিব লগা আছে কৰিব পাৰে আমি সম্পূৰ্ণ সহযোগীতা আগবঢ়াম।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

April 11, 2026
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক
বাণিজ্য

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

April 11, 2026
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়
বাণিজ্য

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

April 11, 2026
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা
ভাৰত

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

April 11, 2026
Next Post
নেতা-মন্ত্ৰীয়ে নহয়, মুকেশ আম্বানীয়ে চলায় আটাইতকৈ দামী বাহন, বুলেটপ্ৰুফ এই বাহনত কি কি সুবিধা আছে?

নেতা-মন্ত্ৰীয়ে নহয়, মুকেশ আম্বানীয়ে চলায় আটাইতকৈ দামী বাহন, বুলেটপ্ৰুফ এই বাহনত কি কি সুবিধা আছে?

৩০ বছৰ পাছত এই বিৰল সংযোগ, ৪ৰাশিৰ ভাগ্য সলনি কৰিব শিৱ আৰু শনিয়ে

৩০ বছৰ পাছত এই বিৰল সংযোগ, ৪ৰাশিৰ ভাগ্য সলনি কৰিব শিৱ আৰু শনিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.