• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নেতা-মন্ত্ৰীয়ে নহয়, মুকেশ আম্বানীয়ে চলায় আটাইতকৈ দামী বাহন, বুলেটপ্ৰুফ এই বাহনত কি কি সুবিধা আছে?

নেতা-মন্ত্ৰীয়ে নহয়, মুকেশ আম্বানীয়ে চলায় আটাইতকৈ দামী বাহন, বুলেটপ্ৰুফ এই বাহনত কি কি সুবিধা আছে?

3 years ago
কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

10 minutes ago
দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

53 minutes ago
জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

1 hour ago
কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

2 hours ago
8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

3 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

4 hours ago
নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

4 hours ago
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

4 hours ago
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

5 hours ago
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

5 hours ago
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

7 hours ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নেতা-মন্ত্ৰীয়ে নহয়, মুকেশ আম্বানীয়ে চলায় আটাইতকৈ দামী বাহন, বুলেটপ্ৰুফ এই বাহনত কি কি সুবিধা আছে?

editor by editor
July 26, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
নেতা-মন্ত্ৰীয়ে নহয়, মুকেশ আম্বানীয়ে চলায় আটাইতকৈ দামী বাহন, বুলেটপ্ৰুফ এই বাহনত কি কি সুবিধা আছে?
0
SHARES
392
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এছিয়াৰ সকলোতকৈ ধনী ব্যক্তি তেওঁ। তেওঁৰ হাতত নাই কি? গাড়ীৰ সংগ্ৰহ দেখিলেও আচৰিত হয়। কিন্তু তাৰ মাজতেই তেওঁৰ হাতত আছে দেশত কাৰো হাতত নথকা এখন বিশেষ বাহন। তেওঁৰ হাতত থকা বিশেষ বাহনখনৰ ৪টা চকাই বম্ব প্ৰুফ। সুৰক্ষাৰ বাবে এই গাড়ী ক্ৰয় কৰিছে মুকেশ আম্বানীয়ে। এই বিশেষ বাহনখন ক্ৰয় কৰাৰ বাবে বিপুল অৰ্থ খৰছ কৰিছে আম্বানীয়ে। সম্প্ৰতি ভাইৰেল হোৱা এটা ভিডিঅ’ত তেওঁৰ বাহনখন দেখি সকলোৱে চৰ্চা চলাইছে তেওঁৰ বাহনৰ। গাড়ীখনৰ বিশেষত্ব এয়াই যে তেওঁৰ সেই বাহনখনৰ চাৰিটা চকাই Mercedes S680 Guard, মুকেশ আম্বানীয়ে ক্ৰয় কৰা এই বাহনৰ দাম প্ৰায় ১০কোটিৰো অধিক।

তেওঁৰ লগত যোৱা কনভয়ৰ বাহনসমূহো এলাপেছা বাহন নহয়। তেওঁৰ কনভয়ৰ বাহনৰ ভিতৰত আছে Range Rover, MG Gloster, Mercedes-Benz V Class আদি। কনভয়ৰ বাহনৰেই এখন এখন গাড়ীৰ দাম এক কোটিততৈয়ো অধিক। এইসমূহৰ মাজতেই মুকেশ আম্বানীয়ে যাত্ৰা কৰা বাহনখন হৈছে Mercedes-Benz S680 Guard.

এই বাহনৰ বিশেষত্ব কি?
আম্বানীয়ে যাত্ৰা কৰা Mercedes-Benz S680 Guard বাহনখনৰ ওজন ২টনৰো অধিক। গাড়ীত আছে বুলেট প্ৰুফ মাল্টি লেয়াৰ গ্লাছ। এটা VPAM VR 10, গাড়ীখন বাহিৰৰ পৰা দেখাত সাধাৰণ মাৰ্ছিডিছৰ দৰেই। বাহিৰৰ পৰা এই ডিজাইন ইচ্ছাকৃতভাৱেই সাধাৰণ কৰা হৈছে। শত্ৰুৰ মনোযোগ আঁতৰাবলৈকে এইধৰণে তৈয়াৰ কৰা হৈছে বাহনখন। গাড়ীখনৰ কাঁচ ৩.৫ৰ পৰা ৪ ইঞ্চি ডাঠ। গাড়ীখনৰ দৰ্জাৰ ওজন ২৫০ কিঃগ্ৰাঃ ইয়াৰোপৰি আছো মোটা কোটিং।

ড্ৰাইভাৰৰ সৈতে যোগাযোগ কৰাৰ বাবে আছে আনবোৰ্ড ইণ্টাৰকম চিষ্টেম। পিছৰ চিটত আছে অগ্নি নিৰ্বাপক যন্ত্ৰ, কম্প্ৰেছড এয়াৰ টেংক ইত্যাদি। গাড়ীখনত আচে ৰি-ইনফোৰ্চড টায়াৰ। এই টায়াৰৰ গাড়ী আটাইতকৈ সুৰক্ষিত। কাৰণ এই বাহন নিৰ্ধাৰিত ওজনতকৈ বেছি ওজন লৈ ৮০ কিঃমিঃ প্ৰতিঘণ্টা বেগত যাব পাৰে। গাড়ীৰ ইঞ্জিনত আছে ৬ লিটাৰ V12 ইঞ্জিন, ৬১২ হৰ্ছপাৱাৰ আৰু ৮৩০ নিউটন মিটাৰ টৰ্ক তৈয়াৰ কৰিব পাৰে। মাৰ্ছিডিছক এই বাহনখনৰ ওজন প্ৰায় ৪টন। ইয়াত আছে সম্পূৰ্ণ অটোমেটিক ট্ৰান্সমিছন আৰু অল হুইল ড্ৰাইভ ফিচাৰ গাড়ীখন যিকোনো ৰাস্তাতেই যাত্ৰা কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?
ভাৰত

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

May 4, 2026
দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত
বাণিজ্য

দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

May 4, 2026
জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক
জীৱনশৈলী

জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

May 4, 2026
কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক
জীৱনশৈলী

কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

May 4, 2026
Next Post
৩০ বছৰ পাছত এই বিৰল সংযোগ, ৪ৰাশিৰ ভাগ্য সলনি কৰিব শিৱ আৰু শনিয়ে

৩০ বছৰ পাছত এই বিৰল সংযোগ, ৪ৰাশিৰ ভাগ্য সলনি কৰিব শিৱ আৰু শনিয়ে

AAPৰ সাংসদক কাউৰীৰ আক্ৰমণ! বিজেপিৰ টুইট, ‘ঝুট বৌলে তৌ কাৱা কাটে, আজতক চিৰ্ফ ছুনা থা, আজ দেখ ভি লিয়া কৌৱা নে ঝুঠৌ কৌ কাটা।’

AAPৰ সাংসদক কাউৰীৰ আক্ৰমণ! বিজেপিৰ টুইট, 'ঝুট বৌলে তৌ কাৱা কাটে, আজতক চিৰ্ফ ছুনা থা, আজ দেখ ভি লিয়া কৌৱা নে ঝুঠৌ কৌ কাটা।’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.