• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
AAPৰ সাংসদক কাউৰীৰ আক্ৰমণ! বিজেপিৰ টুইট, ‘ঝুট বৌলে তৌ কাৱা কাটে, আজতক চিৰ্ফ ছুনা থা, আজ দেখ ভি লিয়া কৌৱা নে ঝুঠৌ কৌ কাটা।’

AAPৰ সাংসদক কাউৰীৰ আক্ৰমণ! বিজেপিৰ টুইট, ‘ঝুট বৌলে তৌ কাৱা কাটে, আজতক চিৰ্ফ ছুনা থা, আজ দেখ ভি লিয়া কৌৱা নে ঝুঠৌ কৌ কাটা।’

3 years ago
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

30 minutes ago
স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

1 hour ago
কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

2 hours ago
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

3 hours ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

15 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

16 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

16 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

18 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

21 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

21 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

22 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

AAPৰ সাংসদক কাউৰীৰ আক্ৰমণ! বিজেপিৰ টুইট, ‘ঝুট বৌলে তৌ কাৱা কাটে, আজতক চিৰ্ফ ছুনা থা, আজ দেখ ভি লিয়া কৌৱা নে ঝুঠৌ কৌ কাটা।’

editor by editor
July 26, 2023
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
AAPৰ সাংসদক কাউৰীৰ আক্ৰমণ! বিজেপিৰ টুইট, ‘ঝুট বৌলে তৌ কাৱা কাটে, আজতক চিৰ্ফ ছুনা থা, আজ দেখ ভি লিয়া কৌৱা নে ঝুঠৌ কৌ কাটা।’
0
SHARES
75
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আম আদমী পাৰ্টিৰ (আপ) সাংসদ ৰাঘৱ চাড্ডাক বুধবাৰে কাউৰীয়ে আক্ৰমণ কৰা এটা ভিডিঅ’ এতিয়া টুইটাৰত ট্ৰেণ্ডিঙত আছে। ঘটনাটো পোহৰলৈ অহাৰ পিছত, আপৰ সাংসদগৰাকীক কটাক্ষ কৰি বিজেপিয়ে অফিচিয়েল হেণ্ডেলৰ পৰাও শ্বেয়াৰ হৈছে এটা টুইট, বিজেপিৰ অফিচিয়েল পেজৰ পৰা লিখা হৈছে, ‘ঝুট বৌলে তৌ কাৱা কাটে, আজতক চিৰ্ফ ছুনা থা, আজ দেখ ভি লিয়া কৌৱা নে ঝুঠৌ কৌ কাটা।’

ভাইৰেল ফটোখনত দেখা গৈছে যে আপৰ সাংসদ ৰাঘৱ চাড্ডাই সংসদৰ বাহিৰলৈ ওলাই আহিছে। ওলাই আহোঁতেই এটা কাউৰীয়ে ৰাঘৱক আক্ৰমণ কৰিছে। ৰাঘৱে কাউৰীয়ে আক্ৰমণ কৰাৰ সময়ত ফোনত কথা পাতি আছিল। সেই সময়তেই ৰাঘৱক কাউৰীয়ে আক্ৰমণ কৰে।

দিল্লী বিজেপিয়ে কৰিছে বিশেষ টুইট
দিল্লী বিজেপিৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা শ্বেয়াৰ হৈছে বিশেষ ফটোখন। বিজেপি নেতা তাজিন্দৰ বাগ্গাইও সমালোচনা কৰিছে ৰাঘৱক। বিজেপি নেতা তাজিন্দৰ পাল সিং বাগ্গাইও ৰাঘৱ চাড্ডাক কাউৰীয়ে খুটিয়াবলৈ চেষ্টা কৰাৰ ফটো টুইট কৰি লিখিছে, ‘সন্মানীয় সাংসদ ৰাঘৱ চাড্ডাৰ ওপৰত কাউৰীৰ আক্ৰমণৰ বাতৰি দেখি মই দুখিত। তেওঁৰ সুস্বাস্থ্য কামনা কৰিলো।’

ৰাঘৱ চাড্ডাই দিছে বিশেষ প্ৰত্তুত্ত্যৰ
আপৰ সাংসদ ৰাঘৱ চাড্ডাইয়ো বিজেপিক প্ৰত্যুত্তৰ দিছে। ৰাঘৱে টুইটত লিখিছে, ‘रामचन्द्र कह गए सिया से ऐसा कलयुग आएगा, हंस चुगेगा दाना दुनका और कौवा मोती खाएगा’ आज तक सिर्फ़ सुना था, आज देख भी लिया।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!
জীৱনশৈলী

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

July 15, 2026
স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ
ভাৰত

স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

July 15, 2026
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

July 15, 2026
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
Next Post
শ্ৰমিকৰ বাবেই এই আইন! দুৰ্ঘটনাত পতিত হ’লে ৪লাখ লৈকে বীমা, ভাৰতক এক কৰিবলৈ কংগ্ৰেছশাসিত ৰাজ্যত ৰাহুলে আনিছে নতুন আইন

শ্ৰমিকৰ বাবেই এই আইন! দুৰ্ঘটনাত পতিত হ’লে ৪লাখ লৈকে বীমা, ভাৰতক এক কৰিবলৈ কংগ্ৰেছশাসিত ৰাজ্যত ৰাহুলে আনিছে নতুন আইন

চকুৰ সন্মুখতেই আপোনালোকে সপোন সঁচা হোৱা দেখিব! মোৰ তৃতীয়টো কাৰ্যকালত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ ধনী দেশ হ’বঃ প্রধানমন্ত্ৰী মোদী

চকুৰ সন্মুখতেই আপোনালোকে সপোন সঁচা হোৱা দেখিব! মোৰ তৃতীয়টো কাৰ্যকালত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ ধনী দেশ হ’বঃ প্রধানমন্ত্ৰী মোদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.