• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ৰিকেট জগতত শোকৰ ঢৌ, ভাৰতীয় কিংবদন্তি খেলুৱৈৰ দেহাৱসান

ক্ৰিকেট জগতত শোকৰ ঢৌ, ভাৰতীয় কিংবদন্তি খেলুৱৈৰ দেহাৱসান

2 years ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

30 minutes ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

1 hour ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

2 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

3 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

3 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

4 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

4 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

5 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

5 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

7 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

8 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ক্ৰিকেট জগতত শোকৰ ঢৌ, ভাৰতীয় কিংবদন্তি খেলুৱৈৰ দেহাৱসান

editor by editor
March 4, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ক্ৰিকেট জগতত শোকৰ ঢৌ, ভাৰতীয় কিংবদন্তি খেলুৱৈৰ দেহাৱসান
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰিকেট জগতত শোকৰ ঢৌ, ভাৰতীয় কিংবদন্তি খেলুৱৈৰ দেহাৱসান

আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেল মেচৰ পূৰ্বে ক্ৰিকেট জগতত শোকৰ ঢৌ। ভাৰতীয় কিংবদন্তি খেলুৱৈ এগৰাকীৰ দেহাৱসান। এইগৰাকী খেলুৱৈয়ে ভাৰতীয় ক্ৰিকেটক আগুৱাই নিয়াত যথেষ্ট অৰিহণা যোগাইছিল। বিচিচিআইয়ে ছ’চিয়েল মিডিয়াত এই কিংবদন্তিগৰাকীৰ দেহাৱসানৰ বিষয়ে অনুৰাগীসকলক অৱগত কৰে।

মুম্বাইৰ ঘৰুৱা ক্ৰিকেট ছুপাৰষ্টাৰ পদ্মাকৰ শিৱলকাৰৰ ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। তেওঁ আছিল ভাৰতৰ এজন মহান স্পিনাৰ। পদ্মাকৰে ঘৰুৱা ক্ৰিকেটত মুম্বাইৰ হৈ ১২৪খন প্ৰথম শ্ৰেণীৰ খেল খেলিছিল। ভাৰতীয় ক্ৰিকেটলৈ তেওঁৰ অৱদানৰ বাবে বিচিচিআইয়ে তেওঁক ২০১৭ চনৰ নমন বঁটাত কৰ্ণেল চি কে নায়ুডু লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰিছিল।

https://x.com/MumbaiCricAssoc/status/1896590691037523986

কিন্তু ঘৰুৱা ক্ৰিকেটত উজ্জ্বল প্ৰদৰ্শন কৰাৰ পিছতো পদ্মাকৰে কেতিয়াও ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ নাপালে। বিশান সিং বেদীয়ে সেই সময়ত ভাৰতীয় দলৰ হৈ খেলি থকাৰ বাবে পদ্মদাৰে সুযোগ নাপায়।

স্পিনাৰ হিচাপে পদ্মাকৰ শিৱলকাৰে মুম্বাইৰ হৈ ১২৪খন খেল খেলিছিল। য’ত তেওঁ মাত্ৰ ১৯.৬৯ ৰ আকৰ্ষণীয় বলিং গড়ত ৫৮৯ জন বেটছমেনক পেভিলিয়নৰ বাট দেখুৱাইছিল। লগতে তেওঁ ৪২ বাৰ ৫ উইকেট আৰু ১৩ বাৰ ১০ উইকেট লাভ কৰিছিল। ১৯৭৮ চনত পদ্মাকৰ শিৱলকাৰে অন্তিমখন খেল খেলিছিল। পদ্মাকৰ শিৱলকাৰৰ সময়ত মুম্বাইৰ দলটোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই দেশৰ ভিতৰতে অন্যতম হৈ পৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricket LegendryIndian CricketerMumbai cricketer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
Next Post
ছুটকেছত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মীৰ ঘটনাৰ শিহৰণকাৰী সত্য উদঘাটন

ছুটকেছত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মীৰ ঘটনাৰ শিহৰণকাৰী সত্য উদঘাটন

ধেমাজীত ৭৪ বৰ্ষীয় বৃদ্ধই নিজৰেই বন্ধুৰ ৭ বছৰীয়া নাতিনীক…বৰ্তমানে পলাতক

ধেমাজীত ৭৪ বৰ্ষীয় বৃদ্ধই নিজৰেই বন্ধুৰ ৭ বছৰীয়া নাতিনীক...বৰ্তমানে পলাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.