• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?

এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?

4 months ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

60 minutes ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

2 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

2 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

3 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

3 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

3 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

4 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

6 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

6 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

8 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?

এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?

editor by editor
December 6, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?
0
SHARES
556
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দ্বিপাক্ষিক বাণিজ্য, ইন্ধনৰ পৰা আৰম্ভ কৰি মহাকাশ গৱেষণা৷ দুদিনীয়া যাত্ৰাত নতুন দিল্লীৰ সৈতে একাধিক চুক্তি কৰিছে ভাৰতৰ বন্ধু ভ্লাডিমিৰ পুটিনে৷ যদিও এই সকলোবোৰতকৈ গুৰুত্বপূৰ্ণ হৈছে দুই দেশৰ প্ৰতিৰক্ষা বুজাপৰা৷ সূত্ৰৰ খবৰ অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ হাত টান কৰিবলৈ ভাৰতক নৌসেনাৰ এক ব্ৰহ্মাস্ত্ৰ উপহাৰ হিচাপে দিছে ৰুছ প্ৰেছিডেণ্টে৷ অত্যাধুনিক এই হাঁথিয়াৰ জলযোদ্ধাসকলৰ অস্ত্ৰাগাৰত চামিল হ’লে চীন-পাকিস্তানৰ নিশাৰ টোপনি ভাঙিব বুলি দাবী কৰিছে৷

প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সূত্ৰৰ খবৰ অনুসৰি পুটিনৰ সেই ব্ৰহ্মাস্ত্ৰ হৈছে ৩ এম১৪ ই কেলিবাৰ৷ মাটিত আক্ৰমণকাৰী ক্ৰুজ ক্ষেপণাস্ত্ৰ৷ ইয়াৰ সহায়ত সমুদ্ৰৰ পৰা যিকোনো শত্ৰু দেশৰ উপকূলভাগৰ ১৫০০ কিঃমিঃৰ ভিতৰত সোমাই আক্ৰমণ কৰিব পাৰে ভাৰতীয় নৌবাহিনীয়ে৷ এই দেশৰ ডুবাৰুজাহাজসমূহত নক্সাৰ সৈতে সংশ্লিষ্ট হাঁথিয়াৰবিধো থাকিব বুলি জনাইছে মস্কোৱে৷ আৰু এই ক্ষেপণাস্ত্ৰবিধক লৈ নতুন দিল্লীৰ সৈতে আলোচনা কৰিছে মস্কোৱে৷

ৰুছ লেণ্ড এটাক ক্ৰুজ ক্ষেপণাস্ত্ৰটিৰ এক ৰপ্তানি ভাৰ্ছনো আছে৷ ইয়াৰ নাম হৈছে ৩এম-১৪ ই কেলিবাৰ পি এল৷ মস্কোৰ প্ৰস্তাৱ মানি ললে সংশ্লিষ্ট ব্ৰহ্মাস্ত্ৰটি হাতলৈ আহিব ভাৰতীয় নৌসেনাৰ৷ এই দেশৰ ডুবাৰুজাহাজসমূহত আছে ৫৩৩ মিলিমিটাৰ টৰ্পেডো টিউব৷ এইসমূহত এক ধৰণৰ লঞ্চাৰো ক’ব পাৰি৷

চলিত বছৰত মস্কো যাত্ৰালৈ ভাৰতৰ নৌবাহিনীৰ উচ্চপদস্থ বিষয়া৷ তেতিয়াই সংশ্লিষ্ট ক্ষেপণাস্ত্ৰবিধৰ বেপাৰত প্ৰতিৰক্ষা সৰঞ্জাম আমদানি-ৰপ্তানি সংক্ৰান্তিয় মধ্যস্থতাকাৰী ৰাষ্ট্ৰায়ত্ত ৰুছ সংস্থা ৰোছোবোৰোনেক্সপোৰ্টৰ সৈতে একাধিক কথা হয় তেওঁলোকৰ৷ সংশ্লিষ্ট বৈঠকত উপস্থিত আছিল ৩ এম ১৪ই কেলিবাৰৰ নিৰ্মাণকাৰী সংস্থা নোভাটৰ ডিজাইল ব্যুৰোৰ অধিকাৰীসকলৰ সৈতেও৷ কিন্তু এতিয়াও চুক্তি চূড়ান্ত সিদ্ধান্ত হোৱা নাই৷

প্ৰতিৰক্ষা বিশ্লেষকসকলৰ মতে কেলিবাৰ পৰিয়ালৰ ৰুছ লেণ্ড এটাক ক্ষেপণাস্ত্ৰসমূহ কোনো এক হাঁথিয়াৰ নহয়৷ বৰং এক পৰিপূৰ্ণ মডিউলাৰ চিষ্টেম বুলি ক’ব পাৰে৷ নক্সাত কোনোধৰণৰ পৰিবৰ্তন অবিহনেই সংশ্লিষ্ট ব্ৰহ্মাস্ত্ৰটোৰ ডুবাৰুজাহাজৰ চৰিত্ৰ সলনি কৰি দিয়াৰ ক্ষমতা আছে৷ এইসমূহৰ সংশ্লিষ্টকৰণে সমুদ্ৰৰ গভীৰত থকা নিঃশব্দ ঘাতক  যিসমূহ আছে সেইসমূহক আৰু শক্তিশালী কৰি তুলিব তাত কোনো সন্দেহ নাই৷

পুটিনৰ ভাৰত ভ্ৰমণত হোৱা ভাৰত-ৰুছ সামৰিক চুক্তিৰ পোছাকি নাম হৈছে ৰেছিপ্ৰোকেল এক্সচেঞ্জ অফ লজিষ্টিক চাপোৰ্ট ৰা ৰেলছ৷ সংশ্লিষ্ট বুজাপৰা অনুসৰি মস্কোৰ সৈন্যঘাঁটি ব্যৱহাৰৰ অনুমতি পাইছে নতুন দিল্লীয়ে৷ তাতেই ডুবাৰুজাহাজ আৰু যুদ্ধৰ জেট মোতায়েন কৰিব পাৰিব ভাৰতীয় নৌসেনাই৷ ইয়াৰোপৰি পাব লজিষ্টিক সহায়তাও৷ অৰ্থাৎ ইন্ধন, হাঁথিয়াৰ, গোলা বাৰুদ, যুদ্ধজাহাজ আৰু জেটৰ মেৰামতিসহ আনুসংগিক সুযোগ সুবিধাও ক্ৰেমলিনৰ ছাউনীসমূহৰ পৰা ল’ব পাৰিব ভাৰতীয় সেনাই৷

দিল্লী হায়দৰাবাদ হাউছত পুটিনৰ উপস্থিতিত ৰাছিয়াৰ সৈতে মুঠ ১৬টাকৈ চুক্তি স্বাক্ষৰিত হৈছে৷ স্বাক্ষৰ কৰিছে মোদী চৰকাৰে৷ তাৰ মাজত আছে মহাকাশ গৱেষণা, বিজ্ঞান প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি কৃষি, বাণিজ্য আৰু প্ৰতিৰক্ষাও৷ শেষৰ বিষয়টোক লৈ কোনো বিবৃতি দিয়া নাই আমাৰ দেশৰ চৰকাৰৰ লগতে মস্কোৱেও৷ নেপথ্যত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কাটছা অৰ্থাৎ কাউণ্টাৰিং আমেৰিকাজ এডভাৰছাৰিছ থ্ৰু ছেংছনছ এক্ট নিষেধাজ্ঞাৰ ভয়তেই লুকুৱাই ৰখা হৈছে নেকি শেষৰটো চুক্তি সেই কথাও আলোচনা কৰিছে কুটনৈতিক মহলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল
বিনোদন

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

March 30, 2026
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!
প্ৰযুক্তি

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

March 30, 2026
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!
জীৱনশৈলী

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

March 30, 2026
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম
জীৱনশৈলী

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

March 30, 2026
Next Post
কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে

শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.