• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

7 months ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

37 minutes ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

1 hour ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

2 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

3 hours ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

4 hours ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

5 hours ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

5 hours ago
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

6 hours ago
আপোনাৰ দিনটো আজি কেনে যাব?

আপোনাৰ দিনটো আজি কেনে যাব?

7 hours ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

19 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

19 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

editor by editor
December 6, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইণ্ডিগোৰ উৰান বাতিলৰ পাছতেই তথৈবচ অৱস্থা যাত্ৰীৰ৷ ইফালে উৰান বাতিল হোৱাত আকাশলংঘী হৈ পৰিছে টিকটৰ চাহিদা৷ দাম বাঢ়িছে বেছিভাগ বিমান কোম্পানীয়েই দাম বঢ়াই দিছে টিকটৰ৷ এই বিষয়ক লৈ অভিযোগ উঠাৰ পাছতেই কেন্দ্ৰই লৈছে বিশেষ পদক্ষেপ৷ ফ্লাইটৰ টিকটৰ দাম যাতে ইচ্ছানুসৰি বঢ়াব নোৱাৰে তাৰ বাবে কেপিং কৰি দিছে কেন্দ্ৰই৷

কেন্দ্ৰই বান্ধি দিয়া দাম

অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ৰ প্ৰতিমন্ক্ৰী মুৰলীধৰ মহলে এক্স পোষ্টযোগে এক বিজ্ঞাপ্তি শ্বেয়াৰ কৰিছে৷ তাতেই লিখা হৈছে যে সাধাৰণ জনগণৰ কথা ভাৱি দাম বৃদ্ধি ৰখাবলৈ কেপিং কৰা আৰম্ভ কৰিছে কেন্দ্ৰই৷ কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা ভাড়া ল’ব পাৰিব সেয়া নিৰ্দিষ্ট কৰি দিছে৷

৫০০ কিঃমিঃ পৰ্যন্তঃ সৰ্বাধিক ৭৫০০ টকা৷

৫০০-১০০০ কিঃমিঃ পৰ্যন্ত সৰ্বাধিক ১২০০০ টকা৷

১০০০-১৫০০ কিঃমিঃ পৰ্যন্ত সৰ্বাধিক ১৫০০০ টকা৷

১৫০০ কিঃমিঃতকৈ বেছি সৰ্বাধিক ১৮০০০ টকা৷

এই তালিকাত যি অংকৰ কথা কোৱা হৈছে তাৰ সৈতে প্ৰয়োজনীয় বাকী কৰ আৰু অন্যান্য খৰচ যোগ হব৷ বিজনেছ ক্লাছৰ বাবে এই কেপিং কাৰ্যকৰ নহয়৷ ইয়াৰোপৰি RCS Udaan  ফ্লাইটৰ বাবে এই কেপিং কাৰ্যকৰ নহ’ব৷ ইয়াৰোপৰি এই বিজ্ঞাপ্তিত জনোৱা হৈছে এয়াৰলাইন্সৰ ৱেবচাইটৰ পৰা বুকিং কৰাই হওক বা অন্য কোনো অনলাইন ট্ৰেভেল এজেণ্ট প্লেটফৰ্মত এই কেপিং সৰ্বত্ৰ কাৰ্যকৰ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব
জীৱনশৈলী

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

June 26, 2026
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 
বিনোদন

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

June 26, 2026
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ
বিশ্ব

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

June 26, 2026
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ
বিশ্ব

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

June 26, 2026
Next Post
শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে

শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে

পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ

পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.