• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে

শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে

8 months ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

7 minutes ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

27 minutes ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

59 minutes ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

2 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

2 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

3 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

4 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

4 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

5 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

6 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

6 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে

শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে

editor by editor
December 6, 2025
in জীৱনশৈলী, বিবিধ
0
শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষমতে সকলোতকৈ ধীৰ গতিৰ গ্ৰহ হৈছে শনি৷ প্ৰতি আঢ়ৈ বছৰৰ অন্তৰে অন্তৰে ৰাশিচক্ৰই নিজৰ অৱস্থান সলনি কৰে৷ অৱশ্যে স্থান সলনি নহলেও গতি আৰু অভিমুখ সলনি হয়৷ ২০২৬ চনত তেনে কিছু ঘটনা ঘটিব৷ জ্যোতিষ গণনা অনুসৰি শনিয়ে ২০২৬ চনজুৰি মীন ৰাশিতেই থাকিব৷ এই সময়ত কেতিয়াবা বক্ৰী হ’ব কেতিয়াবা মাৰ্গী হ’ব৷ কেতিয়াবা উদয় হ’ব, কেতিয়াবা অস্ত যাব৷ শনিৰ অৱস্থানৰ এই পৰিবৰ্তনে কেইবাটাও ৰাশিৰ জাতকৰ জীৱনলৈ উল্লেখযোগ্য পৰিবৰ্তন আনিব৷

১৩ মাৰ্চ ২০২৬ চনত অস্ত যাব শনি৷ মীন ৰাশিত সূৰ্যৰ গোচৰৰ ফলত শনি অস্ত যাব৷ ২২ এপ্ৰিল ২০২৬ত আকৌ উদয় হব৷ প্ৰায় ৪০ দিন অস্ত থকাৰ পাছত শনি উদয় হ’লে শক্তিশালী ধন ৰাজযোগ তৈয়াৰ কৰিব৷ এই ধন ৰাজযোগে তিনি ৰাশিৰ জাতকৰ বাবে শুভ সময়ত সূচনা কৰিব৷

বৃষ ৰাশি

শনিৰ উত্থানৰ পাছত বৃষ ৰাশিৰ জাতকৰ জীৱনত ধন ৰাজযোগে নানান সুবিধা আনি দিব৷ কৰ্মজীৱন আৰু ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা আছে৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ নতুন উৎসৰ পৰা অৰ্থলাভ কৰিব পাৰে৷ সামাজিক পৰিসৰত আপোনাৰ সন্মান বাঢ়িব, কথাৰ দাম বাঢ়িব৷ বিনিয়োগ কৰিলে লাভৰ সম্ভাৱনা আছে৷ আপোনাৰ খ্যাতি এই সময়ত সৰ্বোচ্চ পৰ্যায়ত যাব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবেও এই ধন ৰাজযোগে কেৰিয়াৰত প্ৰভূত উন্নতিৰ সুযোগ আনি দিব৷ বেকাৰসকলে চাকৰি পাব পাৰে৷ বহু কাঙ্ক্ষিত পদোন্নতি হ’ব পাৰে৷ নতুন চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে৷ ব্যৱসায়ীসকলৰ বাবেও এই সময় ভালেই হ’ব৷ নিয়মমাফিক চলাৰ চেষ্টা কৰক৷ ভাগ্যৰ সহায় থাকিব৷ ব্যৱসায়ীসকলে ব্যাপক আৰ্থিক লাভ কৰিব পাৰে৷ ব্যৱসায় সম্প্ৰসাৰিত হোৱাৰ সুযোগ আছে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি৷ শনিৰ দ্বাৰা সৃষ্ট ধন ৰাজযোগে এই ৰাশিৰ জাতকক সকলোতকৈ বেছি শুভ ফল দিব বুলি ধাৰণা কৰা হৈছে৷ সাহস বৃদ্ধি পাব৷ বীৰত্বৰ কোনো কাম কৰিব পাৰে৷ ডাঙৰ কোনো লক্ষ্য অৰ্জন কৰিব পাৰে৷ নতুন কাম আৰম্ভ কৰাৰ বাবে এই সময় ভাল সময়৷ নতুন সম্পত্তি বা বাহন কিনিব পাৰে৷ ব্যক্তিগত জীৱন সুখৰ হব৷ সম্পৰ্কত প্ৰেম বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ
বিনোদন

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

July 22, 2026
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?
জীৱনশৈলী

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

July 22, 2026
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
ভাৰত

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

July 22, 2026
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?
বাণিজ্য

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

July 22, 2026
Next Post
পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ

পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ

৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?

৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.