• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টিম ইণ্ডিয়াৰ বাবে বেয়া খবৰ! আফগানিস্তানৰ বিৰুদ্ধে হ’বলগা মেচত ভাগ নলয় শুভমন গীলে

টিম ইণ্ডিয়াৰ বাবে বেয়া খবৰ! আফগানিস্তানৰ বিৰুদ্ধে হ’বলগা মেচত ভাগ নলয় শুভমন গীলে

2 years ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

41 minutes ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

1 hour ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

2 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

2 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

3 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

3 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

4 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

5 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

6 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

7 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

টিম ইণ্ডিয়াৰ বাবে বেয়া খবৰ! আফগানিস্তানৰ বিৰুদ্ধে হ’বলগা মেচত ভাগ নলয় শুভমন গীলে

editor by editor
October 9, 2023
in ক্ৰীড়া, ভাৰত, লেখা
0
টিম ইণ্ডিয়াৰ বাবে বেয়া খবৰ! আফগানিস্তানৰ বিৰুদ্ধে হ’বলগা মেচত ভাগ নলয় শুভমন গীলে
0
SHARES
686
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সোমবাৰ অৰ্থাৎ ৯ অক্টোবৰত চেন্নাইৰ পৰা দিল্লীত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দল। কিন্তু ভাৰতীয় ক্ৰিকেট দলত মাই অপেনাৰ শুভমন গীল। দেওবাৰেও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত নমা নাছিল শুভমন। তাৰ পৰিবৰ্তে টিম ইণ্ডিয়াৰ অপেনাৰ হিঁচাপে আছিল ঈশান কিষাণ। অষ্ট্ৰেলিয়াৰ সৈতে খেলত ভাগ নোলোৱাৰ পাছত সকলোৱে আশা কৰিছিল যে শুভমনে দ্বিতীয়খন খেলত খেলিব। শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ দিল্লীলৈ যাব নোৱাৰিলে। ১১ অক্টোবৰত আফগানিস্তানৰ বিৰুদ্ধে চলিত বিশ্বকাপৰ দ্বিতীয় মেচ খেলিব টিম ইণ্ডিয়াই।

আফগানিস্তানৰ বিৰুদ্ধে বিশেষ মেচখন অৰুণ জেটলী ষ্টেডিয়ামত আয়োজন কৰা হ’ব। চলিত বছৰৰ এদিনীয়া ক্ৰিকেটত দুৰ্দান্ত বেটিং ফৰ্ম দেখুৱাইছিল শুভমনে। সেই শুভমনেই আইচিচি ৱাৰ্ল্ডকাপত অনুপস্থিত থকাক লৈ বহুতেই উত্থাপন কৰিছে প্ৰশ্ন। বিচিচিআইয়ে এই বিষয়ত জাৰি কৰা বিবৃত্তিত জনোৱা অনুসৰি টিম ইণ্ডিয়াৰ বেটাৰ শুভমন গীলে ৯তাৰিখে দিল্লীলৈ ৰাওনা হোৱা দলটোৰ সৈতে নাই। শুভমনৰ এই অনুপস্থিতি ভাৰতীয় ক্ৰিকেট দলৰ বাবে যথেষ্ট উদ্বেগৰ কাৰণ। ২৩ বৰ্ষৰ আৰম্ভণিৰে পৰাই শুভমনে ভাল পাৰ্ফৰমেন্স দি অৱশেষত বিশ্বকাপত ভাগ ল’ব নোৱাৰাটোৱে অনুৰাগীৰ মনো সেমেকাই তুলিছে। দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা খেলত ৰোহিত, ঈশান কোনোৱেও এটাও ৰান ল’ব নোৱাৰাটোৱে হতাশো কৰিছে বহুজনক।

আই চি চি বিশ্বকাপ ক্ৰিকেট ৰেংকিঙত শুভমন গীল দ্বিতীয় স্থানত আছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত বিশ্বকাপত ভাৰতৰ প্ৰথম মেচত শাৰীৰিক অসুস্থতাক বাবে উপস্থিত থাকিব নোৱাৰিলে শুভমন গীল। দূৰ্ভাগ্যজনকভাৱে আগন্তুক বুধবাৰে আয়োজিত আফগানিস্তানৰ বিৰুদ্ধে হ’বলগা মেচতো উপস্থিত নাথাকে শুভমন। ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ এটা সূত্ৰই জনোৱা অনুসৰি, শুভমন গীল কিছুপৰিমাণে সুস্থ হৈ উঠিছে। ভাৰতীয় ক্ৰিকেট দলৰ সৈতে দিল্লীলৈ যাব নোৱাৰিলেও তেওঁ অচিৰেই দিল্লীলৈ যাব। খেলত নামিব নে নানামে সেই সন্দৰ্ভত কিন্তু কোনো স্পষ্ট মন্তব্য জনোৱা নাই ভাৰতীয় ক্ৰিকেট দলে। আফগানিস্তানৰ সৈতে খেলত নাথাকিলেও তেওঁ পাকিস্তানৰ বিৰুদ্ধে খেলত অংশগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল
বিনোদন

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

March 30, 2026
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!
প্ৰযুক্তি

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

March 30, 2026
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!
জীৱনশৈলী

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

March 30, 2026
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম
জীৱনশৈলী

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

March 30, 2026
Next Post
ৱাইনাড এৰি হিন্দী বলয়ৰ পৰা নিৰ্বাচন খেলিব ৰাহুল গান্ধীয়ে, কংগ্ৰেছৰ এক সূত্ৰই দিছে বিশেষ ইংগিত

ৱাইনাড এৰি হিন্দী বলয়ৰ পৰা নিৰ্বাচন খেলিব ৰাহুল গান্ধীয়ে, কংগ্ৰেছৰ এক সূত্ৰই দিছে বিশেষ ইংগিত

ইজৰাইল-হামাছৰ যুদ্ধ! দাম বাঢ়িব ইন্ধনৰ, ভাৰতীয় শ্বেয়াৰ মাৰ্কেটতো খহনীয়া

ইজৰাইল-হামাছৰ যুদ্ধ! দাম বাঢ়িব ইন্ধনৰ, ভাৰতীয় শ্বেয়াৰ মাৰ্কেটতো খহনীয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.