• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৱাইনাড এৰি হিন্দী বলয়ৰ পৰা নিৰ্বাচন খেলিব ৰাহুল গান্ধীয়ে, কংগ্ৰেছৰ এক সূত্ৰই দিছে বিশেষ ইংগিত

ৱাইনাড এৰি হিন্দী বলয়ৰ পৰা নিৰ্বাচন খেলিব ৰাহুল গান্ধীয়ে, কংগ্ৰেছৰ এক সূত্ৰই দিছে বিশেষ ইংগিত

3 years ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

21 minutes ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

56 minutes ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

2 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

3 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

15 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

17 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

17 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

17 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

18 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

18 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

20 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৱাইনাড এৰি হিন্দী বলয়ৰ পৰা নিৰ্বাচন খেলিব ৰাহুল গান্ধীয়ে, কংগ্ৰেছৰ এক সূত্ৰই দিছে বিশেষ ইংগিত

editor by editor
October 9, 2023
in ভাৰত, ৰাজনীতি
0
ৱাইনাড এৰি হিন্দী বলয়ৰ পৰা নিৰ্বাচন খেলিব ৰাহুল গান্ধীয়ে, কংগ্ৰেছৰ এক সূত্ৰই দিছে বিশেষ ইংগিত
0
SHARES
321
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হাতত মাত্ৰ ছমাহ বাকী। লোকসভা নিৰ্বাচনলৈ ছমাহ বাকী থকাৰ সময়তে আৰম্ভ হৈছে জল্পনা। ৰাহুল গান্ধীয়ে কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব? সূত্ৰৰ খবৰ অনুসৰি আসন্ন লোকসভাত কেৰালাৰ ৱাইনাড আসন ত্যাগ কৰাৰ সম্ভাৱনা আছে ৰাহুল গান্ধীয়ে। ৱাইনাড সমষ্টিৰ সলনি উত্তৰ ভাৰতৰ এখন আসনৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ এক ভিতৰুৱ তথ্যই দাবী কৰা অনুসৰি ৰাহুল গান্ধীৰ হাতত আছে দুটা অপশ্ব্যন। কন্যাকুমাৰীৰৰ নতুবা হিন্দী বলয়। কৰ্ণাটকৰ কংগ্ৰেছ সভাপতি মুল্লাপল্লী ৰামচন্দ্ৰনে কয়, ‘ৱাইনাডৰ পৰা দ্বিতীয়বাৰৰ বাবে ৰাহুল গান্ধীয়ে নিৰ্বাচন খেলাৰ কোনো কাৰণ নাই। কন্যাকুমাৰীৰ পৰাও ৰাহুলে নিৰ্বাচন খেলিব পাৰে।কৰ্ণাটকৰ পৰা নিৰ্বাচন খেলাৰো যোগ্যতা ৰাহুল গান্ধীৰ আছে।’

দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালেও কৰ্ণাটকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বক্তব্যক সমৰ্থন জনাইছে। কন্যাকুমাৰীৰ বৰ্তমান সাংসদ হৈছে ভি বিজয় কুমাৰ ওৰফে বিজয় বসন্ত। ২০২১ ৰ নিৰ্বাচনত তেওঁ এই আসনত জয়ী হৈছে। তেওঁৰ পিতৃ এইছ বসন্তকুমাৰৰ মৃত্যুৰ পাছতেই সেই আসনত জয়ী হৈছে ভি বিজয় কুমাৰ। হিন্দী বলয়ত নিৰ্বাচন খেলিলে ৰাহুলে সংখ্যাগৰিষ্ঠতা লাভ কৰিবনে?

২০১৯ চনৰ নিৰ্বাচনত উত্তৰপ্ৰদেশৰ আমেঠিৰ পৰা স্মৃতি ইৰাণীৰ হাতত পৰাজিত হৈছিল ৰাহুল গান্ধী। পৰিয়ালকেন্দ্ৰীকভাৱে পাই অহা আসনত সেইবাৰ ৰাহুল জয়ী হ’ব নোৱাৰিলে। আমেঠিত ধৰাশায়ী হোৱা ৰাহুলে এইবাৰ আকৌ উত্তৰ ভাৰতৰ পৰা নিৰ্বাচন খেলা উচিত বুলি জনাইছে কংগ্ৰেছৰ একাংশ কৰ্মকৰ্তাই। ৰাহুলে এই সৎ সাহস কৰিলেহে তেওঁৰ নেতৃত্বত গঠিত ইণ্ডিয়া জোঁট আৰু শক্তিশালী হ’ব। এগৰাকী বৰ্ষীয়ান কংগ্ৰেছ নেতাই জনোৱা অনুসৰি, ‘ভাৰত জোড়ো যাত্ৰাৰ পাছৰে পৰা ৰাহুল গান্ধীৰ ভাৱমূৰ্তী ভাল হৈছে। হিন্দী বলয়ক এই কথা বুজাই দিয়া উপযুক্ত সময় ২৪ ৰ নিৰ্বাচন। সেয়ে এই নিৰ্বাচনত ৰাহুলে আকৌ আমেঠিৰ পৰা নিৰ্বাচন খেলাটো খুবেই দৰকাৰ।’

ৰাজনৈতিক বিশ্লেষক কে বাবুৰাজেও এই সন্দৰ্ভত কয়, ‘২৪ৰ নিৰ্বাচনত কংগ্ৰেছে ভাল ফল লাভ কৰিব। ৰাহুল গান্ধীৰ নেতৃত্ব বেছ সবল। উত্তৰ ভাৰতৰ যিকোনো এখন ৰাজ্যৰ পৰা ৰাহুলে নিৰ্বাচন খেলিলে দলটোৰ আত্মবিশ্বাস বাঢ়িব। বিশেষকৈ উত্তৰপ্ৰদেশৰ পৰাই তেওঁ নিৰ্বাচন খেলিব পাৰে। কন্নুৰ আৰু ভদোকৰাতো তেওঁ নিৰ্বাচন খেলিব পাৰে। দেশৰ ৰাজনীতিত উত্তৰ ভাৰতৰ প্ৰভাৱ বহু পৰিমানে আছে।’

উল্লেখ্য যে সাংসদ হিচাপে আগষ্ট মাহত ৰাহুলে প্ৰত্যাবৰ্তন কৰিছে। সাংসদ হিচাপে প্ৰত্যাবৰ্তন হোৱাৰ পাছতেই ৱাইনাডত উপস্থিত হৈছিল ৰাহুল গান্ধী। কেৰালা কংগ্ৰেছৰ নেতাসকলে উষ্ম আদৰণিও জনাইছিল ৰাহুল গান্ধীক। সেই সমষ্টিত ৰাহুলে বিজয় সাব্যস্ত কৰাত কোনোধৰণৰ অসুবিধা নহয়। কেৰালাৰ অধিকাংশ সাংসদেই নিজ নিজ সমষ্টিতেই নিৰ্বাচন খেলিব। ৰাহুলৰ সমষ্টি ৰাহুলৰ বাবেই আছে থাকিব। কিন্তু দেশত ৰাহুল গান্ধীৰ বাঢ়ি অহা জনপ্ৰিয়তা শাসক পক্ষক দেখুৱাবলৈকে কংগ্ৰেছৰ একাংশ বিষয়ববীয়াই ৰাহুলে সমষ্টি সলনি কৰাটো বিচাৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক
বিবিধ

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

October 3, 2026
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
Next Post
ইজৰাইল-হামাছৰ যুদ্ধ! দাম বাঢ়িব ইন্ধনৰ, ভাৰতীয় শ্বেয়াৰ মাৰ্কেটতো খহনীয়া

ইজৰাইল-হামাছৰ যুদ্ধ! দাম বাঢ়িব ইন্ধনৰ, ভাৰতীয় শ্বেয়াৰ মাৰ্কেটতো খহনীয়া

শনিবাৰে বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ! সেইদিনা এই ৫কাম কৰিলে ধন-সম্পদ উপচি পৰিব আপোনাৰ

শনিবাৰে বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ! সেইদিনা এই ৫কাম কৰিলে ধন-সম্পদ উপচি পৰিব আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.