• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইজৰাইল-হামাছৰ যুদ্ধ! দাম বাঢ়িব ইন্ধনৰ, ভাৰতীয় শ্বেয়াৰ মাৰ্কেটতো খহনীয়া

ইজৰাইল-হামাছৰ যুদ্ধ! দাম বাঢ়িব ইন্ধনৰ, ভাৰতীয় শ্বেয়াৰ মাৰ্কেটতো খহনীয়া

3 years ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

5 hours ago
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

5 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

5 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

6 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

8 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

8 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

9 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

9 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

10 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

ইজৰাইল-হামাছৰ যুদ্ধ! দাম বাঢ়িব ইন্ধনৰ, ভাৰতীয় শ্বেয়াৰ মাৰ্কেটতো খহনীয়া

editor by editor
October 9, 2023
in বাণিজ্য, বিশ্ব, ভাৰত
0
ইজৰাইল-হামাছৰ যুদ্ধ! দাম বাঢ়িব ইন্ধনৰ, ভাৰতীয় শ্বেয়াৰ মাৰ্কেটতো খহনীয়া
0
SHARES
746
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শনিবাৰৰ পৰা আৰম্ভ হোৱা ইজৰাইল-হামাছৰ যুদ্ধৰ পূৰ্ণ প্ৰভাৱ পৰিছে ভাৰতবৰ্ষতো। এই যুদ্ধৰ প্রভাৱ পৰিছে ভাৰতীয় শ্বেয়াৰ মাৰ্কেটত। পৃথিৱীৰ যিকোনো কোণতেই যুদ্ধ বা মহামাৰী হ’লে শ্বেয়াৰ বজাৰত অস্থিৰতাই দেখা দিয়ে। একেই পৰিস্থিতি হৈছিল ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ সময়তো। কৰ’নাৰ সময়তো শ্বেয়াৰ বজাৰলৈ অস্থিৰতা আহিছিল। এইবাৰ আকৌ ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধৰ প্ৰভাৱ শ্বেয়াৰ মাৰ্কেটত পৰিছে। সোমবাৰে সপ্তাহৰ আৰম্ভণিতে ৰেড জ’ন ভাৰতীয় শ্বেয়াৰ বজাৰত। কেৱল ৰেড জ’নেই নহয় BSEৰ ছেনচেক্স সূচক প্ৰায় ৫০০ পয়েণ্টলৈ কমিছে। পুৱাৰে পৰাই বিপৰ্যয় আৰম্ভ হৈছে শ্বেয়াৰ মাৰ্কেটত।

৬৫৫৬০ পয়েণ্টৰ পৰা দিনটোৰ শেষত ছেনচেক্স ৬৫৫১২ হৈছেগৈ। বিগত এদিনৰ তুলনাত ০.৭৩ শতাংস বা ৪৮৩ পয়েণ্টৰ তললৈ আহিছে। সোমবাৰে শ্বেয়াৰ বজাৰত এই বিপৰ্যয়ত সৈ চিন্তিত হৈ পৰিছে এতিয়া বহুজন। ৩২০লাখ কোটি জমাৰ পৰা৩১৬ কোটিলৈ নামি আহিছে। ইয়াৰ অৰ্থ এদিনতেই মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতেই ৪লাখ কোটি সম্পদ হেৰুৱাইছে বিনিয়োগকাৰীয়ে।

শ্বেয়াৰ বজাৰেই নহয়, ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ প্ৰভাৱ পৰিছে ক্ৰুইড অইলতো। ক্ৰুইড অইলৰ আন্তৰ্জাতিক দাম ৪শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ প্ৰভাৱত ইন্ধনৰ দাম বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই যুদ্ধত শ্বেয়াৰ বজাৰত সৰ্বাধিক ক্ষতি হৈছে আদানী পোৰ্টছৰ। ষ্টকত এদিনতেই প্ৰায় ৪.৯০ শতাংশ ক্ষতিৰ সন্মুখীন হৈছে। ইয়াৰোপৰি ২শতাংশৰো অধিক ক্ষতিৰ মুখত পৰিছে মোটোকৰ্প, এইছডিএফচি লাইফ, এম এণ্ড এম, বিপিচিএলৰো শ্বেয়াৰত খহনীয়া। ইয়াৰোপৰি টাটা ষ্টিল, বাজাজ ফাইনেন্স, এছিয়ান পেইণ্টছৰ দৰে শ্বেয়াৰসমূহতো এই যুদ্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!
বাণিজ্য

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

September 12, 2026
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা
বাণিজ্য

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

September 12, 2026
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?
প্ৰযুক্তি

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

September 12, 2026
Next Post
শনিবাৰে বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ! সেইদিনা এই ৫কাম কৰিলে ধন-সম্পদ উপচি পৰিব আপোনাৰ

শনিবাৰে বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ! সেইদিনা এই ৫কাম কৰিলে ধন-সম্পদ উপচি পৰিব আপোনাৰ

মধ্যপ্ৰাচ্যৰ ইতিহাস-ভূগোল সলনি কৰি দিম! হামাছক শেষ কৰাৰ হুংকাৰ ইজৰাইলী প্ৰধানমন্ত্ৰীৰ

মধ্যপ্ৰাচ্যৰ ইতিহাস-ভূগোল সলনি কৰি দিম! হামাছক শেষ কৰাৰ হুংকাৰ ইজৰাইলী প্ৰধানমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.