• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মধ্যপ্ৰাচ্যৰ ইতিহাস-ভূগোল সলনি কৰি দিম! হামাছক শেষ কৰাৰ হুংকাৰ ইজৰাইলী প্ৰধানমন্ত্ৰীৰ

মধ্যপ্ৰাচ্যৰ ইতিহাস-ভূগোল সলনি কৰি দিম! হামাছক শেষ কৰাৰ হুংকাৰ ইজৰাইলী প্ৰধানমন্ত্ৰীৰ

3 years ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

27 minutes ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

52 minutes ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

1 hour ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

2 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

3 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

4 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

4 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

6 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

7 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

8 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

22 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মধ্যপ্ৰাচ্যৰ ইতিহাস-ভূগোল সলনি কৰি দিম! হামাছক শেষ কৰাৰ হুংকাৰ ইজৰাইলী প্ৰধানমন্ত্ৰীৰ

editor by editor
October 10, 2023
in বিবিধ, বিশ্ব
0
মধ্যপ্ৰাচ্যৰ ইতিহাস-ভূগোল সলনি কৰি দিম! হামাছক শেষ কৰাৰ হুংকাৰ ইজৰাইলী প্ৰধানমন্ত্ৰীৰ
0
SHARES
635
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পশ্চিম এছিয়াৰ আকাশত এতিয়া কেৱল ধোঁৱা, চৌপাশে বাৰুদৰ গোন্ধ। হামাছৰ বিৰুদ্ধে লেথাৰিকৈ চলিছে আক্ৰমণ। গাজা ষ্ট্ৰিপত এতিয়া গোলা-বাৰুদৰ শব্দৰ বাদে একো নাই। পেলেষ্টাইনী সন্ত্ৰাসবাদীৰ গোপন ঘাটিত আক্ৰমণ চলাইছে মাৰিয়া ইজৰাইলী এয়াৰফৰ্ছে। এই আক্ৰমণক লৈ আকৌ এবাৰ মন্তব্য আগবঢ়াইছে ইজৰাইলৰ প্রধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু।

মধ্য-প্ৰাচ্যৰ ইতিহাস, ভূগোল সলনি কৰি দিয়াৰ হুংকাৰ দিছে প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে। সোমবাৰে গাজাষ্ট্ৰীপ সংলগ্ন চহৰসমূহৰ মেয়ৰ আৰু চৰকাৰী অধিকাৰীসকলক লৈ জৰুৰী বৈঠকৰ আয়োজন কৰিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুয়ে। সেই বৈঠকৰ পাছতেই তেওঁ সংবাদমাধ্যমৰ সন্মুখত কৰিছে কেইবাটাও মন্তব্য। নেতানিয়াহুৰ কণ্ঠত বাৰে বাৰে শুনা গৈছে ধমকিৰ সুৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, ‘গাজাক সম্পূৰ্ণৰূপে ধূলিৰ সৈতে মিলাই দিম। নৃশংসভাৱে আমাৰ দেশক আক্ৰমণ কৰা আক্ৰমণকাৰীসকলক আমি কোনো কাৰণতে এৰি নিদিও। মধ্যপ্ৰাচ্যৰ নক্সা সলোৱাৰ সময় আহিছে। আমি হাৰ নামানো। শেষ কৰিহে এৰিম।’

ইয়াৰোপৰি গাজাৰ সাধাৰণ জনতাক সেই স্থান ত্যাগ কৰিবলৈ আহ্বান জনাইছে ইজৰাইলৰ প্রধানমন্ত্ৰীয়ে। ইহুদীবাসীৰ বাবেও বিশেষ কিছু নিৰ্দেশনা জাৰি কৰিছে নেতানিয়াহুয়ে।
আগন্তুক ৪৮ ঘণ্টা ইজৰাইলবাসীৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। জনতাক প্ৰয়োজনীয় খাদ্য, ঔষধ আৰু পানী সংগ্ৰহ কৰি ৰাখিবলৈ বাৰে বাৰে আহ্বান জনাইছে চৰকাৰী পক্ষই। বিশেষজ্ঞসকলৰ দাবী বৃহস্পতিবাৰৰ ভিতৰত আক্ৰমণৰ তীব্ৰতা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সেয়ে এই নিৰ্দেশিকা প্ৰদান কৰা হৈছে। স্থানীয় সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি শনিবাৰে হামাছে চলোৱা আক্ৰমণৰ পাছতেই গাজাক চাৰিওফালৰ পৰা বেৰি ধৰিছে ইজৰাইলবাহিনীয়ে। বন্ধ কৰি দিয়া হৈছে পানী আৰু বিদ্যুৎ। দেওবাৰৰ পৰাই ইজৰাইলৰ টেঙ্কবাহিনীয়ে বেৰি আছে গাজাষ্ট্ৰীপ।

যুদ্ধৰ একাধিক ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত পোষ্ট কৰিছে প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে। ইজৰাইলী প্ৰতিৰক্ষামন্ত্ৰীৰ মন্ত্ৰণালয়ে জনোৱা অনুসৰি, সন্ত্ৰাসবাদীসকলৰ গুলীত প্ৰাণ
হেৰুৱাইছে এজন লেফ্টেনেণ্ট কৰ্ণেলে। বৰ্তমানলৈকে এই যুদ্ধত প্ৰাণ হেৰুৱাইছে ডেৰ হাজাৰৰো অধিকলোকে। ইজৰাইলী প্ৰতিৰক্ষামন্ত্ৰী য়েভ গেলাণ্টে এই সন্দৰ্ভত কয়, ‘আমি দীৰ্ঘকালীন যুদ্ধৰ বাবে প্ৰস্তুত হৈছো। আমাৰ সেনাই সেইধৰণে যুদ্ধ আগুৱাই নিছে।’ ইফালে হামাছক সমৰ্থন জনাইছে লেবাননেও। লেবানন সীমান্তৰ পৰা ইজৰাইলৰ ওপৰত মৰ্টাৰ আৰু কামানেৰে গুলী চলাই আছে পেলেষ্টাইনপন্থী সংগঠন হিজবুল্লাইয়ো। শনিবাৰে হামাছৰ আক্ৰমণৰ আঁৰত ইৰাণৰো হাত আছে বুলি সন্দেহ কৰিছে নেতানিয়াহু চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

October 4, 2026
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ
অসম

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

October 4, 2026
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?
বিনোদন

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

October 4, 2026
Next Post
শীঘ্ৰেই বক্ৰীগতিত থাকিব শুক্ৰ-শনি! দীপাৱলীৰ পূৰ্বেই ৪ৰাশিৰ জীৱনলৈ সুখ আহিব

শীঘ্ৰেই বক্ৰীগতিত থাকিব শুক্ৰ-শনি! দীপাৱলীৰ পূৰ্বেই ৪ৰাশিৰ জীৱনলৈ সুখ আহিব

প্রধানমন্ত্ৰীয়ে কৈছিল, খেলুৱৈয়ে সন্মান ৰক্ষা কৰিলে! এছিয়ান গেমছত ১০৭টা পদকেৰে কিমান নম্বৰ স্থানত আছে ভাৰত?

প্রধানমন্ত্ৰীয়ে কৈছিল, খেলুৱৈয়ে সন্মান ৰক্ষা কৰিলে! এছিয়ান গেমছত ১০৭টা পদকেৰে কিমান নম্বৰ স্থানত আছে ভাৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.