• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীঘ্ৰেই বক্ৰীগতিত থাকিব শুক্ৰ-শনি! দীপাৱলীৰ পূৰ্বেই ৪ৰাশিৰ জীৱনলৈ সুখ আহিব

শীঘ্ৰেই বক্ৰীগতিত থাকিব শুক্ৰ-শনি! দীপাৱলীৰ পূৰ্বেই ৪ৰাশিৰ জীৱনলৈ সুখ আহিব

3 years ago
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

15 minutes ago
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

29 minutes ago
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

1 hour ago
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

2 hours ago
‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

2 hours ago
শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

3 hours ago
অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

4 hours ago
দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

12 hours ago
ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

13 hours ago
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

13 hours ago
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শীঘ্ৰেই বক্ৰীগতিত থাকিব শুক্ৰ-শনি! দীপাৱলীৰ পূৰ্বেই ৪ৰাশিৰ জীৱনলৈ সুখ আহিব

editor by editor
October 10, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শীঘ্ৰেই বক্ৰীগতিত থাকিব শুক্ৰ-শনি! দীপাৱলীৰ পূৰ্বেই ৪ৰাশিৰ জীৱনলৈ সুখ আহিব
0
SHARES
16.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নৱেম্বৰ মাহৰ দুটা গুৰুত্বপূৰ্ণ গ্ৰহৰ গতি আৰু ৰাশি পৰিবৰ্তনৰ ফলত একাধিক ৰাশিৰ জীৱনত উন্নতি হ’ব। অক্টোবৰ মাহৰ শেষৰ ফালে ৰাশি সলনি কৰিব ৰাহু আৰু কেতুৱে। দুই গ্ৰহৰ প্ৰভাৱত ভাল সময় কটাব ৪ৰাশিৰ জাতকে। ৪ নৱেম্বৰত বক্ৰী দশা শেষ কৰি মাৰ্গী হ’ব শনি। ইয়াৰ ঠিক এদিন আগত অৰ্থাৎ ৩ নৱেম্বৰত স্বৰাশি তুলাত প্ৰৱেশ কৰিব শুক্ৰই। নৱেম্বৰৰ আৰম্ভণিৰ পৰা দুই মিত্ৰ গ্ৰহ শুক্ৰ আৰু শনিৰ পৰিবৰ্তনত চাৰি ৰাশিৰ বাবে ভাল খবৰ আহিব। দীপাৱলীৰ আগে আগেই ধন আহিব ৪ৰাশিৰ হাতলৈ। লক্ষ্মীৰ আশীৰ্বাদ থাকিলে কোন কোন ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পৰিব?

মেষ ৰাশি
শুক্ৰ আৰু শনিৰ প্ৰভাৱত মেষ ৰাশিৰ জাতকৰ নৱেম্বৰ মাহটো ভালধৰণে পাৰ হ’ব। ব্যৱসায়ত লাভাম্বিত হ’ব ৰাশিৰ ব্যৱসায়ীসকলো। ইয়াৰোপৰি ধন আগমনৰ পথ প্ৰশস্ত হ’ব। চাকৰি পৰিবৰ্তনত ইচ্ছুকসকলৰ বাবে এই সময় শুভ। শনি আৰু শুক্ৰৰ কৃপাত নতুন চাকৰি লাভৰ সম্ভাৱনা আছে।

বৃষ ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুসৰি নৱেম্বৰ মাহত বৃষ ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব। শুক্ৰ আৰু শনিৰ বক্ৰী দশাত বৃষ ৰশিৰ জাতকৰ ভাগ্যোদয় হ’ব। শুক্ৰ আৰু শনিৰ বক্ৰী দশাত বৃষ ৰাশিৰ জাতকৰ হাতলৈ ধন আহিব। আয় বৃদ্ধি হ’ব এই ৰাশিৰ জাতকৰ। পাবলগীয়া ধন লাভ কৰিব। অৰ্থ সঞ্চয় কৰিব পাৰিব। অবিবাহিত বৃষ ৰাশিৰ জাতকৰ বিবাহৰ যোগ আছে।

কন্যা ৰাশি
দীপাৱলী আৰু কালি পূজাৰ সময়খিনি বৃষ ৰাশিৰ জাতকৰ জীৱনৰ বাবে শুভ সময়। কামৰ বাবে বিদেশ যাত্ৰাৰো যোগ আছে। ঘৰলৈ সুখ শান্তি আহিব। জ্যোতিষ শাস্ত্ৰই জনোৱা অনুসৰি এই সময়ত বৃষ ৰাশিৰ জাতকৰ জীৱনযাপনৰ মানদণ্ড উন্নত হ’ব। প্ৰেম আৰু দাম্পত্য জীৱনো সুখকৰ হ’ব।

কুম্ভ ৰাশি
শুক্ৰ আৰু শনিৰ ৰাশি পৰিবৰ্তনত কুম্ভ ৰাশিৰ জাতকৰ জীৱনলৈ সুখ আহিব। এই সময়ত ভাগ্যৰ দুৱাৰ খোল খাব কুম্ভ ৰাশিৰ জাতকৰ। অপ্ৰত্যাশিত অৰ্থ লাভৰ যোগ আছে। পৰিয়ালৰ সৈতে আনন্দৰ পৰিবেশত থাকিব। নৱদম্পত্তিৰ সন্তান লাভৰ যোগ আছে। কৰ্মক্ষেত্ৰত ভাল পৰিবেশ থাকিব। উল্লেখ্য যে কুম্ভ ৰাশিৰ কাৰক গ্ৰহ শনিয়ে এই ৰাশিতেই শনি মাৰ্গী হ’ব। আনহাতে শুক্ৰ আৰু শনিৰ মাজত মিত্ৰতাৰ সম্পৰ্ক থকাৰ ফলতেই সুফল লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?
জীৱনশৈলী

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

April 18, 2026
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?
জীৱনশৈলী

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

April 18, 2026
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি
জীৱনশৈলী

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

April 18, 2026
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?
অসম

লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

April 18, 2026
Next Post
প্রধানমন্ত্ৰীয়ে কৈছিল, খেলুৱৈয়ে সন্মান ৰক্ষা কৰিলে! এছিয়ান গেমছত ১০৭টা পদকেৰে কিমান নম্বৰ স্থানত আছে ভাৰত?

প্রধানমন্ত্ৰীয়ে কৈছিল, খেলুৱৈয়ে সন্মান ৰক্ষা কৰিলে! এছিয়ান গেমছত ১০৭টা পদকেৰে কিমান নম্বৰ স্থানত আছে ভাৰত?

ভাৰত-পাকিস্তানৰ খেল মানেই উত্তেজনা! ভাৰত-পাক মেচৰ নিৰাপত্তাৰ বাবে আহেমদাবাদত নামিল কমাণ্ডোও

ভাৰত-পাকিস্তানৰ খেল মানেই উত্তেজনা! ভাৰত-পাক মেচৰ নিৰাপত্তাৰ বাবে আহেমদাবাদত নামিল কমাণ্ডোও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.