• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত-পাকিস্তানৰ খেল মানেই উত্তেজনা! ভাৰত-পাক মেচৰ নিৰাপত্তাৰ বাবে আহেমদাবাদত নামিল কমাণ্ডোও

ভাৰত-পাকিস্তানৰ খেল মানেই উত্তেজনা! ভাৰত-পাক মেচৰ নিৰাপত্তাৰ বাবে আহেমদাবাদত নামিল কমাণ্ডোও

3 years ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

27 minutes ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

51 minutes ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

1 hour ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

2 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

3 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

4 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

4 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

6 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

7 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

8 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

22 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰত-পাকিস্তানৰ খেল মানেই উত্তেজনা! ভাৰত-পাক মেচৰ নিৰাপত্তাৰ বাবে আহেমদাবাদত নামিল কমাণ্ডোও

editor by editor
October 10, 2023
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
ভাৰত-পাকিস্তানৰ খেল মানেই উত্তেজনা! ভাৰত-পাক মেচৰ নিৰাপত্তাৰ বাবে আহেমদাবাদত নামিল কমাণ্ডোও
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৪ অক্টোবৰত খেলত নামিব ভাৰত আৰু পাকিস্তান। আই চি চি বিশ্বকাপৰ অন্যতম গুৰুত্বপূৰ্ণ মেচ আয়োজন কৰাৰ আগত একাধিক সমস্যাৰ জৰ্জৰিত আয়োজকসকল। বিশেষকৈ নিৰাপত্তাজনিত কাৰণক লৈ সমস্যাত পৰিছে ভাৰত। পাকিস্তানৰ দলক ভাৰতলৈ অনাৰ ক্ষেত্ৰত নিৰাপত্তাবেষ্টনী কটকটীয়া নকৰিলে যিকোনো সময়তে অনাকাংশিত ঘটনা সংঘটিত হ’ব পাৰে। ইয়াৰোপৰি এইবাৰ বিশ্বকাপত আক্ৰমণৰ ধমকি দিছে খালিস্তানপন্থী সন্ত্ৰাসবাদী সংগঠনে। নিৰাপত্তাজনিত কাৰণত পাকিস্তানৰ দলক বিশেষ নিৰাপত্তা প্ৰদান কৰাটো ভাৰতৰ দায়িত্ব।

ভাৰত-পাকিস্তানৰ মাজত হ’বলগীয়া হাইভল্টেজ মেচক লৈ নিৰাপত্তাত অকণো ত্ৰুটি ৰাখিব বিচৰা নাই গুজৰাট প্ৰশাসনে। এইবাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত-পাকিস্তানৰ মাজৰ হাইভল্টেজ মেচখন অনুষ্ঠিত হ’ব। এই মেচৰ নিৰাপত্তাৰ দিশটোত নজৰ ৰাখিব NSG কমাণ্ডাৰসকলে। মেচত পৰ্যাপ্ত নিৰাপত্তাৰ বাবে ২৬/১১ মুম্বাইত নিৰাপত্তাৰ দায়িত্বত থকা জোৱানসকলক দিয়া হৈছে। নিৰাপত্তাৰ সৈতে যুক্ত এগৰাকী কৰ্মীয়ে এই সন্দৰ্ভত কয়, ‘মেচত আক্ৰমণৰ আশংকা থকাৰ বাবে নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। NSG কমাণ্ডাৰসকলক এই দায়িত্ব দিয়া হৈছে। আহমেদাবাদত এনে কোনো কূটাঘাতমূলক ঘটনা ঘটাৰ নজিৰ নাই যদিও সাৱধান হৈছে প্ৰশাসন। বিশ্বকাপ আয়োজন দেশ হিচাপে ভাৰতে নিজৰ সকলোবোৰ কামেই সুচাৰুৰূপে সামৰিব বিচাৰিছে। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেল হ’ব যদিও আহমেদাবাদৰ স্পৰ্শকাতৰ এলেকাসমূহত নিৰাপত্তা বঢ়াই দিয়া হৈছে। আহমেদাবাদৰ পুলিছ কমিছনাৰ জি এছ মালিকে জনোৱা অনুসৰি ভাৰত-পাকিস্তানৰ মেচ বাবেই অধিক সতৰ্ক হ’ব লগা হৈছে।

নিৰাপত্তাৰ বিষয়টোক লৈ গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেশ পেটেলে বৈঠকৰো আয়োজন কৰিছে। গুজৰাটৰ DGP আৰু কমিছনাৰ জি এছ মালিক আৰু অন্যান্য কেইবাগৰাকীও ছিনিয়ৰ আৰক্ষী বিষয়াই এই সন্দৰ্ভত কয়, ‘নিৰাপত্তাজনিত কাৰণত আমি বহু কথা আগতীয়াতকৈ জনাব নোৱাৰো। তথাপিও আমি আগতীয়াকৈয়ে ষ্টেডিয়ামতেই ৭হাজাৰ পুলিছকৰ্মীৰ ওপৰিও ৪হাজাৰ হোমগাৰ্ডক দায়িত্ব দিছো। শান্তি-শৃংখলা বিঘ্নিত কোনো কাৰণত হ’ব নিদিও। আগতীয়াকৈয়ে আমি সষ্টম হৈছো। আহমেদাবাদক গুৰুত্বপূৰ্ণ চহৰসমূহৰ ওপৰত নজৰ ৰাখিছো। ইয়াৰোপৰি এটা হীট টিমো তৈয়াৰ কৰিছো। সেই টিমত NSG কমাণ্ডাৰসকল থাকিব।

এই টিমেই এণ্টী ড্ৰোণ টিমৰ সৈতে কাম কৰিব। বম্ব স্কয়াডৰ ৯টা দলে কাম কৰিব। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দৰ্শকৰ বাবে থকা আসনৰ সংখ্যা ১ লাখ ৩০ হাজাৰ। ভাৰত-পাকিস্তানৰ মেচত দৰ্শকৰ সংখ্যা ১লাখতকৈ অধিকো থাকিব পাৰে। পাকিস্তানৰ সমৰ্থকসকলে জনোৱা অনুসৰি তেওঁলোকৰ বহুতেই এতিয়াও ভাৰতলৈ আহিবলৈ ভিছা পোৱা নাই। যদি ভিছা লাভ কৰে তেন্তে দৰ্শকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?
ভাৰত

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

October 4, 2026
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ
বিনোদন

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
Next Post
আমি মঙলত জীৱ থাকিব পৰা সমলৰ সন্ধান কৰিম! মঙললৈ যান পঠিয়াবলৈ সম্পূৰ্ণ সাঁজু বাংলাদেশ

আমি মঙলত জীৱ থাকিব পৰা সমলৰ সন্ধান কৰিম! মঙললৈ যান পঠিয়াবলৈ সম্পূৰ্ণ সাঁজু বাংলাদেশ

এয়াতো তেওঁৰ যোৱাৰ সময় নহয়! অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ ভুৱা, কন্যা নন্দনাই কি লিখিলে সামাজিক মাধ্যমত?

এয়াতো তেওঁৰ যোৱাৰ সময় নহয়! অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ ভুৱা, কন্যা নন্দনাই কি লিখিলে সামাজিক মাধ্যমত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.