• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াতো তেওঁৰ যোৱাৰ সময় নহয়! অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ ভুৱা, কন্যা নন্দনাই কি লিখিলে সামাজিক মাধ্যমত?

এয়াতো তেওঁৰ যোৱাৰ সময় নহয়! অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ ভুৱা, কন্যা নন্দনাই কি লিখিলে সামাজিক মাধ্যমত?

3 years ago
শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

7 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

8 hours ago
Fixed Deposit কৰিব বিচাৰে নেকি? বিনিয়োগ কৰাৰ পূৰ্বে এই কথা জানি লওক

Fixed Deposit কৰিব বিচাৰে নেকি? বিনিয়োগ কৰাৰ পূৰ্বে এই কথা জানি লওক

9 hours ago
সুৰাপায়ীসকলৰ বাঢ়িব বিপদ! মুখ্যমন্ত্ৰী হৈয়ে থালাপতি বিজয় ল’লে ডাঙৰ সিদ্ধান্ত

সুৰাপায়ীসকলৰ বাঢ়িব বিপদ! মুখ্যমন্ত্ৰী হৈয়ে থালাপতি বিজয় ল’লে ডাঙৰ সিদ্ধান্ত

9 hours ago
গাৰুৰ তলত মোবাইল থৈ শোৱে নেকি? এটা ভুলে কৰিব সৰ্বনাশ!

গাৰুৰ তলত মোবাইল থৈ শোৱে নেকি? এটা ভুলে কৰিব সৰ্বনাশ!

10 hours ago
Hantavirus ৰ আতংক বৃদ্ধি, ভাৰতত ১৬৫ টা লেব সক্ৰিয়, নমুনা হ’ব পৰীক্ষা

Hantavirus ৰ আতংক বৃদ্ধি, ভাৰতত ১৬৫ টা লেব সক্ৰিয়, নমুনা হ’ব পৰীক্ষা

11 hours ago
বাছ যাত্ৰীৰ বাবে বাধ্যতামূলক চিট বেল্ট! চৰকাৰে কৰিছে ডাঙৰ ঘোষণা

বাছ যাত্ৰীৰ বাবে বাধ্যতামূলক চিট বেল্ট! চৰকাৰে কৰিছে ডাঙৰ ঘোষণা

11 hours ago
ঘৰত প্ৰৱেশ কৰিলে হঠাৎ দুৰ্গন্ধ অনুভৱ হয় নেকি? আঁৰত আছে ভয়ংকৰ কাৰণ!

ঘৰত প্ৰৱেশ কৰিলে হঠাৎ দুৰ্গন্ধ অনুভৱ হয় নেকি? আঁৰত আছে ভয়ংকৰ কাৰণ!

12 hours ago
পুনৰ নাপাব এই দিন, আজি হনুমানক পূজা কৰি সলনি কৰক ভাগ্য!

পুনৰ নাপাব এই দিন, আজি হনুমানক পূজা কৰি সলনি কৰক ভাগ্য!

13 hours ago
আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

13 hours ago
আজি ৩ ৰাশিয়ে পাব সোণালী সুযোগ! জানি লওক দৈনিক ৰাশিফল

আজি ৩ ৰাশিয়ে পাব সোণালী সুযোগ! জানি লওক দৈনিক ৰাশিফল

14 hours ago
মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এয়াতো তেওঁৰ যোৱাৰ সময় নহয়! অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ ভুৱা, কন্যা নন্দনাই কি লিখিলে সামাজিক মাধ্যমত?

editor by editor
October 10, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
এয়াতো তেওঁৰ যোৱাৰ সময় নহয়! অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ ভুৱা, কন্যা নন্দনাই কি লিখিলে সামাজিক মাধ্যমত?
0
SHARES
637
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নোবেলজয়ী ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ মৃত্যুৰ ভুৱা খবৰক লৈ সামাজিক মাধ্যমত চৰ্চা৷ সম্পূৰ্ণ সুস্থ হৈ আছে ৮৯বছৰ বয়সীয়া নোবেলজয়ী৷ অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ সম্পূৰ্ণ ভুৱা বিবৃত্তি দিছে কন্যা নন্দনা দেৱসেনে৷ অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ সম্পূৰ্ণ মিথ বুলি কৈ টুইটত নন্দনাই লিখিছে, ‘দেউতা সম্পূৰ্ণ সুস্থ৷ বৰ্তমান তেওঁ কেমব্ৰীজতেই আছে৷ সপ্তাহত দুদিনকৈ তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত ক্লাছো দিয়ে৷’

মঙলবাৰে বিয়লীৰ ভাগত হঠাৎ সামাজিকমাধ্যমত ভাইৰেল হৈছিল অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ৷ অৰ্থনীতিত চলিত বছৰত নোবেলজয়ী ক্লডিয়া গল্ডিনৰ নামৰ এটা একাউণ্টৰাই এই খবৰ পোনতে ভাইৰেল হৈছিল৷ ২৩ বৰ্ষৰ নোবেলজয়ী ক্লডিয়া গল্ডিন অৰ্থনীতিৰ অধ্যাপক অমৰ্ত্য সেনৰ ছাত্ৰী৷ স্বভাৱবশত এগৰাকী ছাত্ৰীৰ একাউণ্টত এনে পোষ্ট দেখি সকলোৱেই এই খবৰ সত্য বুলি মানিয়েই শ্বেয়াৰ কৰিছিল৷ এই খবৰ ব্যাপক হাৰত শ্বেয়াৰ হোৱাত অমৰ্ত্য সেনৰ কন্যাই এই খবৰ সম্পূৰ্ণ ভুৱা বুলি বিশেষ পোষ্টটো শ্বেয়াৰ কৰিছে৷ টুইটত নন্দনাই লিখিছে, ‘আপোনালোকে উদ্বেগ কঢ়িয়াব নালাগে৷ দেউতা সম্পূৰ্ণ সুস্থ৷ এতিয়া তেওঁ কেমব্ৰীজত ভাল সময় অতিবাহিত কৰি আছে৷ এয়া তেওঁৰ বিদায় লোৱাৰ সময় নহয়৷ বাহিৰত চলাফুৰা কৰি থকালৈকে তেওঁ সুস্থ হৈ আছে৷’

https://x.com/nandanadevsen/status/1711716130144841880?s=20

কেইবামাহ পূৰ্বেই শান্তিনিকেতনলৈকো আহিছিল নোবেলজয়ী অধ্যাপক অমৰ্ত্য সেন৷ ১৯৩৩ চনৰ ৩ নৱেম্বৰত শান্তিনিকেতনতেই জন্ম হৈছিল অমৰ্ত্য সেনৰ৷ চলিত বছৰত ৮৯ বছৰত ভৰি দিছে অমৰ্ত্য সেনে৷ অমৰ্ত্য সেন এই বিশেষ নামটো তেওঁক দিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে৷ ১৯৯৮ চনত অৰ্থনীতিত নোবেল পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় অমৰ্ত্য সেনেও৷ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পাছত নোবেলজয়ী দ্বিতীয়গৰাকী বাঙালী হৈছে অমৰ্ত্য সেন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
অসম

শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

May 12, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

May 12, 2026
Fixed Deposit কৰিব বিচাৰে নেকি? বিনিয়োগ কৰাৰ পূৰ্বে এই কথা জানি লওক
বাণিজ্য

Fixed Deposit কৰিব বিচাৰে নেকি? বিনিয়োগ কৰাৰ পূৰ্বে এই কথা জানি লওক

May 12, 2026
সুৰাপায়ীসকলৰ বাঢ়িব বিপদ! মুখ্যমন্ত্ৰী হৈয়ে থালাপতি বিজয় ল’লে ডাঙৰ সিদ্ধান্ত
ভাৰত

সুৰাপায়ীসকলৰ বাঢ়িব বিপদ! মুখ্যমন্ত্ৰী হৈয়ে থালাপতি বিজয় ল’লে ডাঙৰ সিদ্ধান্ত

May 12, 2026
Next Post
ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন! তৰুণ গগৈয়ে কিয় অতি ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাক সেই সময়ত মুখ্যমন্ত্ৰী হোৱাত হেঙাৰ হৈ থিয় হৈছিল?

ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন! তৰুণ গগৈয়ে কিয় অতি ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাক সেই সময়ত মুখ্যমন্ত্ৰী হোৱাত হেঙাৰ হৈ থিয় হৈছিল?

ইজৰাইল-হামাছৰ যুদ্ধৰ ভাৰতত কি কি পণ্যৰ দাম বাঢ়িব? ভাৰতৰ পৰা ইজৰাইললৈ ৰপ্তানি হয় ৭৮৯ কোটি ডলাৰৰ পণ্য, ভাৰতে কি কি আনে ইজৰাইলৰ পৰা?

ইজৰাইল-হামাছৰ যুদ্ধৰ ভাৰতত কি কি পণ্যৰ দাম বাঢ়িব? ভাৰতৰ পৰা ইজৰাইললৈ ৰপ্তানি হয় ৭৮৯ কোটি ডলাৰৰ পণ্য, ভাৰতে কি কি আনে ইজৰাইলৰ পৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.