• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন! তৰুণ গগৈয়ে কিয় অতি ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাক সেই সময়ত মুখ্যমন্ত্ৰী হোৱাত হেঙাৰ হৈ থিয় হৈছিল?

ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন! তৰুণ গগৈয়ে কিয় অতি ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাক সেই সময়ত মুখ্যমন্ত্ৰী হোৱাত হেঙাৰ হৈ থিয় হৈছিল?

3 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

30 seconds ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

1 hour ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

2 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

3 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

5 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

5 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

6 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

7 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

7 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

8 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

8 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন! তৰুণ গগৈয়ে কিয় অতি ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাক সেই সময়ত মুখ্যমন্ত্ৰী হোৱাত হেঙাৰ হৈ থিয় হৈছিল?

editor by editor
October 11, 2023
in অসম, জীৱনশৈলী, ৰাজনীতি
0
ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন! তৰুণ গগৈয়ে কিয় অতি ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাক সেই সময়ত মুখ্যমন্ত্ৰী হোৱাত হেঙাৰ হৈ থিয় হৈছিল?
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী, অসমৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী,’পদ্মভূষণ’ তৰুণ গগৈৰ ৮৯তম জন্ম বাৰ্ষিকী। তৰুণ গগৈৰ ওপজা দিনত বহুতেই জানিবলৈ আগ্ৰহী হৈ উঠিছে যে তেওঁৰ অতি ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাক কিয় মুখ্যমন্ত্ৰী হ’বলৈ দিয়া নাছিল তৰুণ গগৈয়ে? মুখ্যমন্ত্ৰী হ’বলৈ নোপোৱাৰ বেদনাতেই কংগ্ৰেছ ত্যাগ কৰিছিল নেকি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

হিমন্ত বিশ্ব শৰ্মাই কিয় ত্যাগ কৰিছিল কংগ্ৰেছ দল? সকলোবোৰ কথা মুকলিকৈ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ নকৰিলেও প্ৰাক্তন কংগ্ৰেছ নেতা গোলাম নৱী আজাদে বৰ্ণনা কৰিলে সকলো কথা। গোলাম নৱী আজাদে বৰ্ণনা কৰিলে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰাৰ কাহিনী। সাংবাদিক বৰ্ষা দত্তৰে হোৱা এক সাক্ষাৎকাৰত এই সকলোবোৰ কথা বৰ্ণনা কৰিছে গোলাম নৱী আজাদে। গোলাম নৱী আজাদে এই সম্পৰ্কত কয়, ‘শ্ৰী নগৰত আছিলো। আহমেদ পেটেলৰ পৰা মোলৈ এটা ফোন আহে। ছোনীয়া গান্ধীয়ে সেইদিনা আহমেদ পেটেলৰ সৈতে কথা পাতিব বিচাৰে। অসমৰ বিসম্বাদক লৈ শ্ৰী নগৰৰ পৰা ছোনীয়া গান্ধীয়ে মোক মাতি পঠিয়ালে।’

গোলাম নৱী আজাদৰ ঘনিষ্ঠ আছিল হিমন্ত বিশ্ব শৰ্মা। এই কথা ছোনীয়া গান্ধীয়ে গম পাইছিল। সেই সময়তে হিমন্ত বিশ্ব শৰ্মাই ৪০-৫০ গৰাকী বিধায়কক লগত লৈ ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছিল। পদত্যাগ পত্ৰ দাখিল কৰাৰ দিনাই সন্ধিয়া ৫ বজাত গোলাম নৱী আজাদে ছোনীয়া গান্ধীক সাক্ষাৎ কৰে। হিমন্ত বিশ্ব শৰ্মা ব্ৰিগেডৰ বিধায়কসকলক দিল্লীলৈ লৈ অহাৰ কথা ক’লে গোলাম নৱী আজাদে। ৪৫ গৰাকী কংগ্ৰেছী বিধায়কক লগত লৈ হিমন্ত বিশ্ব শৰ্মাই গোলাম নৱী আজাদক সাক্ষাৎ কৰে। দুটা দিনৰ বাবে সকলো বিধায়কক দিল্লীতেই থকাৰ কথা ক’লে আজাদে।

ইয়াৰ পাছত তৰুণ গগৈক ফোন কৰে গোলাম নৱী আজাদে। তৰুণ গগৈৰ সমৰ্থনত থকা বিধায়কক দিল্লীলৈ পঠিয়াবলৈ ক’লে। মাত্ৰ ৭ জন বিধায়কহে তৰুণ গগৈৰ সমৰ্থনত আছিল। ১০ জন বিধায়কে ক’লে তেওঁলোক হাইকামাণ্ডৰ লগত আছে। ছোনীয়া গান্ধীক এই সকলো নম্বৰৰ কথা উল্লেখ কৰিলে আজাদে। তৰুণ গগৈক আঁতৰাই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় সুনিশ্চিত হৈ পৰিল। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী কৰিবলৈ গোলাম নৱী আজাদে অসমলৈ যাত্ৰা কৰিবলৈ সাজু হয়। কিন্তু যাত্ৰাৰ এদিন পূৰ্বে হঠাৎ আজাদলৈ ৰাহুল গান্ধীৰ ফোন আহে। ৰাহুল গান্ধীয়ে তেতিয়া ক’লে, ‘আপোনালোক অসমলৈ যোৱাৰ প্ৰয়োজন নাই।’

১০ বজাত ৰাহুল গান্ধীৰ ঘৰলৈ মাতি পঠিওৱা হ’ল গোলাম নৱী আজাদ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদকক। ৰাহুল গান্ধীৰ ঘৰত তৰুণ গগৈ আৰু গৌৰৱ গগৈয়ে চাহ খাই আছিল। এই দৃশ্য দেখি আচৰিত হৈ পৰিছিল কংগ্ৰেছৰ শীৰ্ষ নেতাসকল। ৰাহুল গান্ধীক গোলাম নৱী আজাদে ক’লে, ‘হিমন্ত বিশ্ব শৰ্মাৰ লগত সংখ্যা আছে। মুখ্যমন্ত্ৰীৰ পদ নিদিলে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰিব।’ তেতিয়া প্ৰত্তুত্তৰত ৰাহুল গান্ধীয়ে ক’লে, ‘হিমন্ত বিশ্বক গ’লে যাবলৈ দিয়ক। হিমন্তক আৰ এছ এছলৈ যাবলৈ দিয়ক।

এই উত্তৰ শুনি হতবাক হোৱা গোলাম নৱীৰ মনলৈ আহিছিল ইন্দিৰা গান্ধীৰ কথা। ইন্দিৰা গান্ধীয়ে বেয়া দিনটো কংগ্ৰেছৰ নেতাক ধৰি ৰখাৰ চেষ্টা কৰিছিল কিন্তু ৰাহুল সম্পূৰ্ণ বিপৰীত। ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সপক্ষে নে বিপক্ষে কাম কৰে! এই প্ৰশ্ন আহিছিল গোলাম নৱী আজাদৰ মনত। বহু প্ৰশ্ন আহিলেও ৰাহুলে কিন্তু কোনো কথাৰেই উত্তৰ দিয়া নাছিল।বৰ্ষা দত্তৰ এই সমগ্ৰ সাক্ষাৎকাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত লিখিছে, ‘গোলাম নৱী আজাদ বিফল হোৱাৰ পাছতো মই ১২ মাহ কংগ্ৰেছত আছিলো। এই ১২ মাহৰ কাহিনী যথেষ্ট আকৰ্ষণীয় আছিল। ২০১৫ৰ আগষ্ট মাহত মই কংগ্ৰেছ ত্যাগ কৰিলো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

July 17, 2026
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

July 17, 2026
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়
জীৱনশৈলী

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

July 17, 2026
Next Post
ইজৰাইল-হামাছৰ যুদ্ধৰ ভাৰতত কি কি পণ্যৰ দাম বাঢ়িব? ভাৰতৰ পৰা ইজৰাইললৈ ৰপ্তানি হয় ৭৮৯ কোটি ডলাৰৰ পণ্য, ভাৰতে কি কি আনে ইজৰাইলৰ পৰা?

ইজৰাইল-হামাছৰ যুদ্ধৰ ভাৰতত কি কি পণ্যৰ দাম বাঢ়িব? ভাৰতৰ পৰা ইজৰাইললৈ ৰপ্তানি হয় ৭৮৯ কোটি ডলাৰৰ পণ্য, ভাৰতে কি কি আনে ইজৰাইলৰ পৰা?

ৰেখাৰ সৈতে অমিতাভৰ প্ৰেম দেখি কান্দোনত ভাঙি পৰিছিল জয়া, ইয়াৰপাছতেই এই বৃহৎ সিদ্ধান্ত বিগ-বি অমিতাভ বচ্চনৰ

ৰেখাৰ সৈতে অমিতাভৰ প্ৰেম দেখি কান্দোনত ভাঙি পৰিছিল জয়া, ইয়াৰপাছতেই এই বৃহৎ সিদ্ধান্ত বিগ-বি অমিতাভ বচ্চনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.