• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰেখাৰ সৈতে অমিতাভৰ প্ৰেম দেখি কান্দোনত ভাঙি পৰিছিল জয়া, ইয়াৰপাছতেই এই বৃহৎ সিদ্ধান্ত বিগ-বি অমিতাভ বচ্চনৰ

ৰেখাৰ সৈতে অমিতাভৰ প্ৰেম দেখি কান্দোনত ভাঙি পৰিছিল জয়া, ইয়াৰপাছতেই এই বৃহৎ সিদ্ধান্ত বিগ-বি অমিতাভ বচ্চনৰ

3 years ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

1 hour ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

3 hours ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

3 hours ago
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

4 hours ago
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

4 hours ago
শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

5 hours ago
শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

5 hours ago
শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

6 hours ago
আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

6 hours ago
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

7 hours ago
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

7 hours ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ৰেখাৰ সৈতে অমিতাভৰ প্ৰেম দেখি কান্দোনত ভাঙি পৰিছিল জয়া, ইয়াৰপাছতেই এই বৃহৎ সিদ্ধান্ত বিগ-বি অমিতাভ বচ্চনৰ

editor by editor
October 11, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
ৰেখাৰ সৈতে অমিতাভৰ প্ৰেম দেখি কান্দোনত ভাঙি পৰিছিল জয়া, ইয়াৰপাছতেই এই বৃহৎ সিদ্ধান্ত বিগ-বি অমিতাভ বচ্চনৰ
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৫দশকৰ কেৰিয়াৰত ২০০তকৈয়ো বেছি ছবিত অভিনয় কৰিছে বলীউডৰ ‘Angry Young Man’ অমিতাভ বচ্চনে। অভিনয়ৰ বাবে যেনেদৰে তেওঁ প্ৰশংসা বুটলিছে তেনেদৰে একাধিকবাৰ সমালোচনাৰো মুখামুখি হৈছে অমিতাভ বচ্চন। অমিতাভৰ সৈতে তেওঁৰ সহ অভিনেত্ৰী জীনত আমন, পাৰভিন ববিৰ পৰা স্মিতা পেটেলৰ দৰে তাৰকাৰ নাম সাঙোৰ খোৱাৰ কথাও বিভিন্ন সূত্ৰই প্ৰকাশ কৰি আহিছে। কিন্তু এই সকলোবোৰৰ ভিতৰত ৰেখা অন্যতম। ৰেখাৰ সৈতে অমিতাভৰ সম্পৰ্কৰ কথা আজিও চৰ্চাত। আজি ৮১ বছৰত ভৰি দিলে অমিতাভ বচ্চনে। অমিতাভ বচ্চনৰ ওপজা দিনত আকৌ এবাৰ বলীউডৰ বিভিন্ন মহলে শ্বেয়াৰ কৰিছে অমিতাভ বচ্চনৰ বহু অজানা কথা।

১৯৭৩ চনত বলীউড অভিনেত্ৰী জয়া বচ্চনৰ সৈতে সাত পাকত বান্ধ খাইছিল অমিতাভ বচ্চন। বলীউডৰ এক সূত্ৰই প্ৰকাশ কৰামতে জয়াৰ সৈতে বিবাহৰ তিনি বছৰৰ পাছতেই অভিনেত্ৰী ৰেখাৰ সৈতে পৰকীয়া সম্পৰ্ক গঢ়ি উঠে অমিতাভৰ। ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত ‘দৌ অনজানে’ৰ শ্বুটিং চলি থকাৰ সময়ত ৰেখাৰ সৈতে বিবাহ-বহিৰ্ভূত সম্পৰ্কত বান্ধ খাই পৰে অমিতাভ বচ্চন। সত্তৰৰ দশকৰ পৰাই দুই তাৰকাৰ সম্পৰ্কক লৈ চৰ্চা অব্যাহত আছে। অমিতাভ আৰু ৰেখা দুজনেই কিন্তু আজিলৈকে এই সম্পৰ্কৰ কথা স্বীকাৰ কৰা নাই।

ৰেখাৰ এক পুৰণা সাক্ষাৎকাৰত প্ৰকাশ কৰা অনুসৰি অমিতাভৰ প্ৰতি তেওঁৰ অগাধ ভালপোৱা আৰু শ্ৰদ্ধা আছে। সাক্ষাৎকাৰত ৰেখাই লগতে কয়, ‘তেওঁৰ সৈতে চিনেমাত ৰোমাণ্টিক দৃশ্যত অভিনয় কৰা দেখি কান্দি দিছিল জয়াই। এই ঘটনা দেখিয়েই মই তেওঁৰ সৈতে অভিনয় কৰা বাদ দিলো। মোৰ তেওঁৰ সৈতে শেষ ছবি আছিল ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত ‘মুকদ্দৰ কা ছিকন্দৰ’ ছবিখন।’

এই ছবিখনতেই শেষবাৰৰ বাবে ৰেখা-অমিতাভক একেলগে দেখা গৈছিল। ৰেখাই এই প্ৰসংগত লগতে কয়, ‘মুকন্দৰ কা ছিকন্দৰ’ ছবিৰ প্ৰিমিয়াৰ শ্ব’তেই মই শেষবাৰৰ বাবে তেওঁৰ কাষত বহিছো। সন্মুখৰ আসনত জয়া বহিছিল। জয়াৰ পাছত ছীটত অমিতাভে তেঁওৰ পিতৃ-মাতৃৰ সৈতে বহিছিল। ময়ো কাষতেই আছিলো। মই জয়ালৈ মন কৰি আছিলো। জয়াই তেওঁৰ সৈতে মোৰ ৰোমাণ্টিক মুহূৰ্ত দেখি চকুপানী টুকিছিল।’ এই ছবিৰ পাছতেই অমিতাভ আৰু জয়াই সকলো প্ৰডিউছাৰকে জনাই দিয়ে যে তেওঁলোক দুয়োৱে আৰু একেলগে কাম নকৰে। ৰেখাই এই প্ৰসংগত সাংবাদিকক কয়, ‘মই অমিতাভৰ সৈতে আলোচনাত মিলিত হৈছিলো। তেওঁক সুধিছিলো মোৰ সৈতে কাম কৰিবলৈ ইচ্ছা আছেনে? তেওঁ কিন্তু তেতিয়া মোৰ প্ৰশ্নৰ একোৱেই উত্তৰ নিদিলে।’

ৰেখাৰ সেই প্ৰশ্নৰ উত্তৰত অমিতাভে কৈছিল, ‘মোক এই বিষয়ে আৰু কোনেও প্রশ্ন নকৰিব।’ বলীউড ইণ্ডাষ্ট্ৰীৰ সকলোৱে ৰেখাক এই প্ৰশ্ন বহুদিন ধৰি কৰি আহিছে। ১৯৮১ চনত যশ চোপ্ৰাৰ পৰিচালনাত প্ৰেক্ষাগৃহত মুক্তি লাভ কৰে চিলচিলা ছবিখনে। এই ছবিত অমিতাভ আৰু জয়াৰ ওপৰিও অভিনয় কৰিছে ৰেখাই। বলীউডৰ একাংশৰ অনুমান যে তিনি তাৰকাৰ ত্ৰিকোণ প্ৰেম কাহিনীৰ ওপৰত ভিত্তি কৰিয়েই এই ছবি নিৰ্মাণ কৰিছিল যশে। বলীউডৰ খবৰ অনুসৰি জয়াই ছবিখনত অভিনয় কৰিবৰ বাবে ৰাজী নাছিল। কিন্তু ছবিৰ অন্তিম কাহিনী শুনি পাছত জয়াই এই ছবিত অভিনয় কৰিবলৈ মন মেলে। বিবাহ বহিৰ্ভূত সম্পৰ্কক লৈ ছিলছিলাৰ কাহিনী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?
জীৱনশৈলী

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

May 8, 2026
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা
জীৱনশৈলী

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

May 8, 2026
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?
জীৱনশৈলী

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

May 8, 2026
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক
জীৱনশৈলী

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

May 8, 2026
Next Post
মিছাইলৰ বৰষুণ, চৌদিশে ক’লা ধোঁৱা, বতাহত বাৰুদৰ গোন্ধ! ৪৫০ বছৰ পূৰ্বেই নষ্ট্ৰাডামুছে কৈ গৈছিল ভাতৃঘাতী যুঁজৰ কথা

মিছাইলৰ বৰষুণ, চৌদিশে ক’লা ধোঁৱা, বতাহত বাৰুদৰ গোন্ধ! ৪৫০ বছৰ পূৰ্বেই নষ্ট্ৰাডামুছে কৈ গৈছিল ভাতৃঘাতী যুঁজৰ কথা

কাল ব্ৰহ্মযোগত লাভেই লাভ! কোন ৫ৰাশিৰ জাতকৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ থাকিব?

কাল ব্ৰহ্মযোগত লাভেই লাভ! কোন ৫ৰাশিৰ জাতকৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ থাকিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.