• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মিছাইলৰ বৰষুণ, চৌদিশে ক’লা ধোঁৱা, বতাহত বাৰুদৰ গোন্ধ! ৪৫০ বছৰ পূৰ্বেই নষ্ট্ৰাডামুছে কৈ গৈছিল ভাতৃঘাতী যুঁজৰ কথা

মিছাইলৰ বৰষুণ, চৌদিশে ক’লা ধোঁৱা, বতাহত বাৰুদৰ গোন্ধ! ৪৫০ বছৰ পূৰ্বেই নষ্ট্ৰাডামুছে কৈ গৈছিল ভাতৃঘাতী যুঁজৰ কথা

3 years ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

30 minutes ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

2 hours ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

2 hours ago
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

3 hours ago
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

3 hours ago
শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

4 hours ago
শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

5 hours ago
শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

5 hours ago
আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

5 hours ago
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

6 hours ago
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

6 hours ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মিছাইলৰ বৰষুণ, চৌদিশে ক’লা ধোঁৱা, বতাহত বাৰুদৰ গোন্ধ! ৪৫০ বছৰ পূৰ্বেই নষ্ট্ৰাডামুছে কৈ গৈছিল ভাতৃঘাতী যুঁজৰ কথা

editor by editor
October 11, 2023
in বিবিধ, বিশ্ব, লেখা
0
মিছাইলৰ বৰষুণ, চৌদিশে ক’লা ধোঁৱা, বতাহত বাৰুদৰ গোন্ধ! ৪৫০ বছৰ পূৰ্বেই নষ্ট্ৰাডামুছে কৈ গৈছিল ভাতৃঘাতী যুঁজৰ কথা
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হামাছে ইজৰাইল আক্ৰমণ কৰাৰ পাছতেই ইজৰাইলেই লেথাৰিকৈ প্ৰত্তুত্ত্যৰ দি আছে হামাছক। ইজৰাইলৰ এই আক্ৰমণৰ পাছতেই সকলোতে এতিয়া নষ্ট্ৰাডামুছৰ এক ভৱিষ্যতবাণীৰ ওপৰত চৰ্চা চলিছে। ২০২৩ চনক লৈ নষ্ট্ৰাডামুছে কৰা ভৱিষ্যতবাণী এইবাৰ সঁচা প্ৰমাণিত হৈছে। ফৰাচী ভৱিষ্যতদ্ৰষ্টা নষ্ট্ৰাডামুছে তেওঁৰ লেছ প্ৰফেটিছ নামৰ গ্ৰন্থত ৩৯৯৭টা ভৱিষ্যতবাণী লিখি থৈ গৈছে। তেওঁ কৰা প্ৰতিটো ভৱিষ্যতবাণীয়েই সত্যও প্ৰমাণিত হৈছে। বিশেষজ্ঞসকলৰ দাবী যে নষ্ট্ৰাডামুছে কৰা ভৱিষ্যতবাণীৰ ৪০০ৰো অধিক এতিয়ালৈকে সঁচা প্ৰমাণিত হৈছে।

নষ্ট্ৰাডামুছে ২০২৩ চনক লৈ ভৱিষ্যতবাণী কৰিছিল যে এই বৰ্ষত তৃতীয় বিশ্বযুদ্ধ চলিব। হামাছে ইজৰাইল আক্ৰমণ কৰাৰ পাছতেই ইজৰাইলেও হামাছক প্ৰত্তুত্ত্যৰ দিছে। ইজৰাইলৰ পক্ষত আছে বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশ। ইপিনে হামাছো এলাপেছা নহয়। হামাছৰ পক্ষতো আছে ভালেকেইখন দেশ। এই আকস্মিক যুদ্ধক লৈ বহুজন আচৰিতো হৈছে। ইজৰাইলৰ প্রধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কৰা যুদ্ধ ঘোষণাক লৈ বিশ্বজুৰি চলিছে চৰ্চা। নেতানিয়াহুৱে এক্স হেণ্ডেলত লিখিছে, ‘এই দেশৰ জনতাৰ শান্তিৰ স্বাৰ্থত মই হামাছৰ মূল ঘাটি গাজা শেষ কৰি দিম। হামাছক আক্ৰমণৰ প্ৰত্তুত্তৰ দিম। কোনো এটাই হাৰি যাব নোৱাৰিব। হামাছক উচিত প্ৰত্তুত্তৰ দিবলৈ আমি যিকোনো কামেই কৰিব পাৰো। আমি যুদ্ধ আৰম্ভ কৰিছো।’ গাজাত এতিয়া মিছাইলৰ বৰষুণ। চৌদিশে ক’লা ধোঁৱা, বতাহত বাৰুদৰ গোন্ধ। জেৰুজালেমৰ পৰা ইজৰাইল সকলোতে বাজি আছে জৰুৰীকালিন চাইৰেণ। ইফালে ইজৰাইলেই নহয়। হামাছক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাইয়ো সন্ত্ৰাসবাদী সংগঠন বুলি স্বীকৃতি দিছে।

নষ্ট্ৰাডামুছে ৪৫০ বছৰ পূৰ্বেই কৰিছিল এই ভৱিষ্যতবাণী

ইজৰাইলে হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ লগে লগে ফৰাচী দাৰ্শনিক নষ্ট্ৰাডামুছৰ ভৱিষ্যতবাণীৰ কথা সকলোৱে জনাইছে। ২০২৩ চনৰ বাবে নষ্ট্ৰাডামুছে কৰা ভৱিষ্যতবাণী অনুসৰি, ‘২৩ চনত এক ডাঙৰ যুদ্ধ হ’ব।’ ৪৫০ বছৰ আগতে মুকলি কৰা নষ্ট্ৰাডামুছৰ ভৱিষ্যতবাণীমূলক কিতাপখনত লিখা হৈছিল যে কেইবামাহ ধৰি এই যুদ্ধ চলিব। অৱশ্যে, সৰহসংখ্যক লোকেই নষ্ট্ৰাডামুছৰ এই ভৱিষ্যতবাণীক ৰুছ-ইউক্ৰেইন যুদ্ধৰ সৈতে সংযুক্ত বুলি ধাৰণা কৰিছিল। কিন্তু তেওঁৰ ভৱিষ্যতবাণী ইজৰাইল-হামাছ যুদ্ধৰ সৈতেহে বেছিকৈ মিল থকা বুলি জনাইছে প্ৰায়সংখ্যক লোকেই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?
জীৱনশৈলী

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

May 8, 2026
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক
জীৱনশৈলী

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

May 8, 2026
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট
বিনোদন

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

May 7, 2026
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক
জীৱনশৈলী

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

May 7, 2026
Next Post
কাল ব্ৰহ্মযোগত লাভেই লাভ! কোন ৫ৰাশিৰ জাতকৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ থাকিব?

কাল ব্ৰহ্মযোগত লাভেই লাভ! কোন ৫ৰাশিৰ জাতকৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ থাকিব?

দুৰ্গাপূজাৰ আগতেই ঘৰৰ পৰা আঁতৰাওক এই ৪বিধ সামগ্ৰী, অন্যথা দেৱীৰ ৰোষত পৰিব আপুনি

দুৰ্গাপূজাৰ আগতেই ঘৰৰ পৰা আঁতৰাওক এই ৪বিধ সামগ্ৰী, অন্যথা দেৱীৰ ৰোষত পৰিব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.