• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইজৰাইল-হামাছৰ যুদ্ধৰ ভাৰতত কি কি পণ্যৰ দাম বাঢ়িব? ভাৰতৰ পৰা ইজৰাইললৈ ৰপ্তানি হয় ৭৮৯ কোটি ডলাৰৰ পণ্য, ভাৰতে কি কি আনে ইজৰাইলৰ পৰা?

ইজৰাইল-হামাছৰ যুদ্ধৰ ভাৰতত কি কি পণ্যৰ দাম বাঢ়িব? ভাৰতৰ পৰা ইজৰাইললৈ ৰপ্তানি হয় ৭৮৯ কোটি ডলাৰৰ পণ্য, ভাৰতে কি কি আনে ইজৰাইলৰ পৰা?

3 years ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

9 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

10 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

10 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

11 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

11 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

11 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

12 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

13 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

14 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

15 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

16 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

ইজৰাইল-হামাছৰ যুদ্ধৰ ভাৰতত কি কি পণ্যৰ দাম বাঢ়িব? ভাৰতৰ পৰা ইজৰাইললৈ ৰপ্তানি হয় ৭৮৯ কোটি ডলাৰৰ পণ্য, ভাৰতে কি কি আনে ইজৰাইলৰ পৰা?

editor by editor
October 11, 2023
in বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
ইজৰাইল-হামাছৰ যুদ্ধৰ ভাৰতত কি কি পণ্যৰ দাম বাঢ়িব? ভাৰতৰ পৰা ইজৰাইললৈ ৰপ্তানি হয় ৭৮৯ কোটি ডলাৰৰ পণ্য, ভাৰতে কি কি আনে ইজৰাইলৰ পৰা?
0
SHARES
551
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পশ্চিম এছিয়াৰ এটা প্ৰান্তত বাজিছে যুদ্ধৰ দামামা। পেলেস্তানীয় সশস্ত্ৰ সংগঠন হামাছে ইজৰাইলক কৰা আক্ৰমণৰ প্ৰত্তুত্ত্যৰ দিয়াত ব্যস্ত ইজৰাইল। এদিন দুদিনকৈ যুদ্ধৰ ৪দিন সম্পূৰ্ণ হোৱাৰ পাছতো যুদ্ধৰ ভয়াৱহতা ক্ষাম কটাতকৈ বৃদ্ধিহে হৈছে। যুদ্ধত ইজৰাইলৰ পক্ষত যদি কোনো দেশ থিয় হৈছে কোনো কোনো দেশে আকৌ পেলেস্তাইনকো সমৰ্থন জনাইছে। এই যুদ্ধৰ ফলত বৰ্তমানলৈকে ৪০০০ৰো অধিক লোকে প্ৰাণ আহুতি দিছে। আহতৰ সংখ্যা আঙুলিত গণি শেষ কৰিব নোৱাৰি। মুহূৰ্তে মুহূৰ্তে গোলাবৰ্ষণ, ৰকেট আক্ৰমণ, মিছাইল আক্ৰমণ। ইজৰাইলৰ প্রধানমন্ত্ৰীয়ে যুদ্ধৰ ছবি নিজেই সামাজিক মাধ্যমত শ্বেয়াৰো কৰিছে। ফটো, ভিডিঅ’ শ্বেয়াৰ কৰাই নহয়, প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে সামাজিক মাধ্যমত লিখিছে, ‘মধ্যপ্ৰাচ্যৰ ইতিহাস, ভূগোল আমি সলনি কৰি দিম। আমাৰ ওপৰত আক্ৰমণ চলাই কোনো হাৰি যাব নোৱাৰে।’

হামাছৰ তৰফৰ পৰাও বিশেষ সঁকিয়নী দিয়া হৈছে। হামাছে ধমকি দিছে, ‘ইজৰাইলে যিমানবাৰ আক্ৰমণ কৰিব সিমানবাৰ আমি ইহুদী নাগৰিকক বন্দী কৰিম।’ ইজৰাইল-হামাছ দ্বন্দৰ প্ৰভাৱ পৰিছে এতিয়া বিশ্বৰ প্ৰায়সমূহ দেশৰ ওপৰতেই। প্ৰায় সকলো দেশৰ অৰ্থনীতিয়েই এই যুদ্ধৰ প্রভাৱ পৰিছে। ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। পশ্চিম এছিয়াৰ যুদ্ধৰ প্ৰথম আৰু প্ৰাথমিক নেতিবাচক প্ৰভাৱ পৰিছে তেলৰ দামৰ ওপৰত। যুদ্ধৰ ফলত অপৰিশোধিত তেল বা ক্ৰুইড অইলৰ দাম বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। ক্ৰুইড অইলৰ দাম বাঢ়িলে পেট্ৰল-ডিজেলৰ দাম বৃদ্ধি হ’ব। ভাৰতৰো এই যুদ্ধক লৈ সমস্যা এইখিনিতেই। ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম তেল আমদানিকাৰক দেশ। ক্ৰুইড অইলৰ এক বৃহৎ অংশ ভাৰতৰ বাহিৰৰ পৰাই দেশলৈ আহে। তেলৰ দাম সেয়ে ক্ৰুইড অইলৰ দাম বৃদ্ধিৰ লগে লগেই বৃদ্ধি পায়।

ক্ৰুইড অইলৰ দাম বৃদ্ধি ভাৰতৰ বাবে মূৰৰ বিষ হোৱাৰ কাৰণ হৈছে তেলৰ দাম বঢ়া মানেই অত্যাবশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পোৱা। এই মূল্যবৃদ্ধিয়ে দেশৰ অৰ্থনীতিক দুৰ্বল কৰি তুলিব পাৰে। ইজৰাইল-হামাছৰ যুদ্ধই ভাৰতৰ তেলৰ বজাৰত স্থায়ী, দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব বুলিও ধাৰণা কৰিছে বিশেষজ্ঞৰ দলে। কাৰণ যুদ্ধৰ কাৰণে পশ্চিম এছিয়াৰ পৰা তেলৰ যোগান কমি যাব। চাহিদৰ সৈতে যোগানৰ ভাৰসাম্য ব্যাহত হ’ব। তেলৰ দাম বৃদ্ধি পালে তাৰ প্ৰভাৱ পৰিব বেংকিং ব্যৱস্থাতো। বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকসমূহৰ সূদৰ হাৰ বৃদ্ধি হ’ব পাৰে। যিয়ে সামগ্ৰীকভাৱে ভাৰতৰ অৰ্থনীতিৰ প্ৰভাৱ পেলাব পাৰে বুলিও জনাইছে বিশেষজ্ঞৰ দলে।

ভাৰত আৰু ইজৰাইলৰ পাৰস্পৰিক বাণিজ্যিক সম্পৰ্কতো যুদ্ধৰ প্ৰভাৱ পৰিব বিশেষজ্ঞৰ দলে। ইজৰাইলত ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্যিকসংগী। বিশ্বৰ নিৰিখত দশম স্থানত আছে যুদ্ধবিধ্বস্ত দেশখন। পানী, ঔষধ, টেলিকম, তথ্যপ্ৰযুক্তি আদিকে ধৰি কেইবাটাও ক্ষেত্ৰত ভাৰত আৰু ইজৰাইলৰ মাজত লেনদেন আছে। ভাৰতৰ পৰা ইজৰাইলৰ ৰপ্তানিকৃত মূল উপাদানসমূহৰ মাজত আছে ধাতু, শিল, ৰাসায়নিক পদাৰ্থ, কাপোৰ আদি। প্ৰতিবছৰেই ভাৰতে এইসমূহ সামগ্ৰী ইজৰাইলৰ পৰা আমদানী কৰে।

ইজৰাইলৰ পৰা ভাৰতলৈ আমদানি কৰা প্ৰধান পণ্য হৈছে ক্ৰুইড অইল। ইয়াৰোপৰি একাধিক দামী শিল, ৰাসায়নিক আৰু খনিজ পদাৰ্শ, কৃষিজাত উপযোগী বিভিন্ন দ্ৰব্য, যন্ত্ৰপাতি ইজৰাইলৰ পৰা ভাৰতে আমদানী কৰে। পৰিসংখ্যাই কোৱা অনুসৰি ২০২২-২৩ৰ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা ইজৰাইললৈ মুঠ ৭৮৯ কোটি ডলাৰৰ পণ্য ৰপ্তানী কৰা হৈছে। ইজৰাইলৰ পৰা ভাৰতে আমদানী কৰিছে ২১৩ কোটি ডলাৰৰ পণ্য। সকলো মিলি মুঠ বাণিজ্যৰ পৰিমাণ হাজাৰ কোটিৰো অধিক। হামাছৰ সৈতে সংঘৰ্ষৰ কাৰণে ইজৰাইলৰ পৰা আমদানী আৰু ৰপ্তানীত বাধা আহিব। আমদানী-ৰপ্তানীৰ দিশটোলৈ লক্ষ্য ৰাখিয়েই ভাৰতৰ অৰ্থনৈতিক ক্ষতিৰ আশংকা কৰিছে বিশেষজ্ঞৰ দলে। ইজৰাইলত ভাৰতৰ কিছু বিনিয়োগো আছে। ষ্টেট বেংক অৱ ইণ্ডিয়া, টি ছি এছ, ইনফোচিছ, টেক মাহিন্দ্ৰা, ছান ফাৰ্মা, আদানী, ওইপ্ৰ’ৰ দৰে সংস্থাৰ ইজৰাইলত বিনিয়োগ আছে। হামাছৰ আক্ৰমণৰ উত্তৰত যুদ্ধ ঘোষণা কৰিছে নেতানিয়াহুৱে। ভাৰতে এই যুদ্ধত ইজৰাইলৰ কাষত থিয় দিছে। হামাছৰ আক্ৰমণৰ বিৰোধীতা কৰি এক্স হেণ্ডেলত নিজৰ মতামতো দাঙি ধৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

August 28, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

August 28, 2026
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ
বিশ্ব

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

August 28, 2026
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
Next Post
ৰেখাৰ সৈতে অমিতাভৰ প্ৰেম দেখি কান্দোনত ভাঙি পৰিছিল জয়া, ইয়াৰপাছতেই এই বৃহৎ সিদ্ধান্ত বিগ-বি অমিতাভ বচ্চনৰ

ৰেখাৰ সৈতে অমিতাভৰ প্ৰেম দেখি কান্দোনত ভাঙি পৰিছিল জয়া, ইয়াৰপাছতেই এই বৃহৎ সিদ্ধান্ত বিগ-বি অমিতাভ বচ্চনৰ

মিছাইলৰ বৰষুণ, চৌদিশে ক’লা ধোঁৱা, বতাহত বাৰুদৰ গোন্ধ! ৪৫০ বছৰ পূৰ্বেই নষ্ট্ৰাডামুছে কৈ গৈছিল ভাতৃঘাতী যুঁজৰ কথা

মিছাইলৰ বৰষুণ, চৌদিশে ক’লা ধোঁৱা, বতাহত বাৰুদৰ গোন্ধ! ৪৫০ বছৰ পূৰ্বেই নষ্ট্ৰাডামুছে কৈ গৈছিল ভাতৃঘাতী যুঁজৰ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.