• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমি মঙলত জীৱ থাকিব পৰা সমলৰ সন্ধান কৰিম! মঙললৈ যান পঠিয়াবলৈ সম্পূৰ্ণ সাঁজু বাংলাদেশ

আমি মঙলত জীৱ থাকিব পৰা সমলৰ সন্ধান কৰিম! মঙললৈ যান পঠিয়াবলৈ সম্পূৰ্ণ সাঁজু বাংলাদেশ

3 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

10 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

10 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

10 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

11 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

11 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

12 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

13 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

14 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

14 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

15 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

16 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

আমি মঙলত জীৱ থাকিব পৰা সমলৰ সন্ধান কৰিম! মঙললৈ যান পঠিয়াবলৈ সম্পূৰ্ণ সাঁজু বাংলাদেশ

editor by editor
October 10, 2023
in প্ৰযুক্তি, বিশ্ব
0
আমি মঙলত জীৱ থাকিব পৰা সমলৰ সন্ধান কৰিম! মঙললৈ যান পঠিয়াবলৈ সম্পূৰ্ণ সাঁজু বাংলাদেশ
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এয়া সপোন নহয়৷ শুনি আচৰিতো নহ’ব৷ এইবাৰ মঙলমুখী যাত্ৰা আৰম্ভ কৰিছে বাংলাদেশেও৷ বাংলাদেশৰ প্রধানমন্ত্ৰীয়ে জনোৱা অনুসৰি এইবাৰ তেওঁলোকেও আকাশত বসতি স্থাপনৰ দেখিছে৷ সকলোৱে পিছপৰা বুলি কৈ অহা বাংলাদেশে এইবাৰ মঙল গ্ৰহলৈ পঠিয়াব যান৷ এই লক্ষ্য লৈয়েই কাম আৰম্ভ কৰিছে বাংলাদেশৰ ব্ৰেক বিশ্ববিদ্যালয়ে৷ তেওঁলোকে আৰম্ভ কৰিছে ৰোবোটিক প্ৰজেক্ট৷

এই বিশেষ যানখনক তেওঁলোকে নাম দিছে ‘মঙলতৰী’ এই ৰোবোটিক প্ৰজেক্ট আৰম্ভ হৈছে ২০১৫চনতেই৷ ব্ৰেক বিশ্ববিদ্যালয়ৰ ১১ জন শিক্ষাৰ্থীয়ে পোনতে এই প্ৰজেক্ট আৰম্ভ কৰিছিল৷ বৰ্তমান সেই কামৰ সৈতে যুক্ত হৈ আছে ৪০জন লোক৷ এই প্ৰজেক্টক ৯টা ভাগত ভাগ কৰা হৈছে৷ তেওঁলোকৰ এটা গোটে তৈয়াৰ কৰিছে ৰোভাৰ৷ যি মাৰ্কিন গৱেষণা সংস্থা নাছাৰ ৰোভাৰৰ সৈতে সম্পূৰ্ণ একেই৷ মঙলৰ ৰহস্য উন্মোচনৰ বাবে ২০৩০ চনত এই অভিযান চলাব বাংলাদেশে৷ এই ৰোভাৰ কিন্তু বাংলাদেশে নিজৰ মন যোৱা ধৰণেই পঠিয়াব নোৱাৰিব৷ তাৰ পৰিবৰ্তে তেওঁলোকে নাছাৰ সৈতে মিলি কাম আগবঢ়াই নিব লাগিব৷ নাছাই তেওঁলোকৰ এই ৰোভাৰক স্বীকৃতি দিলেহে তেওঁলোকে যানখন পঠিয়াব পাৰিব৷ বাংলাদেশে যি যান তৈয়াৰ কৰিছে সেই যানত আছে সাধাৰণ বাহনৰ দৰেই চাৰিটা চকা৷ এই যান চলাবলৈ কোনোধৰণৰ ইন্ধন নালাগে৷ বাহনখনত থকা পেডেলৰ সহায়তেই মঙলৰ বুকুত ঘণ্টাৰ ২০ কিঃমিঃ গতিত যাত্ৰা কৰিব যানখনে৷

এই বাহনৰ টকাত টিউবৰ পৰিবৰ্তে ব্যৱহাৰ কৰা হৈছে স্প্ৰিং৷ ইয়াৰোপৰি দুৰ্ঘটনা বা চিঙি যোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱহাৰ কৰা হৈছে ৰাবাৰ বেল্ট৷ মঙলৰ অসমতল ভূমিত যাতে চলাফুৰা কৰোতে অসুবিধা নহয় তাৰবাবে আছে ছক ছাচপেঞ্চন চিষ্টেম৷ বাহনৰ গতি, তাপমাত্ৰা পৰিমাপৰ বাবে আছে বিশেষ চেঞ্চৰ৷ তাৰ সৈতে আছে ভিডিঅ’ৰ বাবে ৬০ কেমেৰা৷ মঙল অভিযানৰ মন মেলা বিশ্ববিদ্যালয়ৰ অধ্যাপকে কয়, ‘বিভিন্ন আন্তৰ্জাতিক ৰোবোটিক প্ৰতিযোগিতাত পঢ়ুৱৈসকলে বেছ সুনাম কঢ়িয়াই আনিছে৷ ভাল ইকুইপমেণ্ট আৰু কমপনেন্টৰ অভাৱত পিছপৰি আছে৷ কিন্তু তাৰপাছতো আমি কাম কৰিবলৈ আৰম্ভ কৰিছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

October 10, 2026
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল
বাণিজ্য

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

October 10, 2026
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’
বাণিজ্য

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

October 9, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026
Next Post
এয়াতো তেওঁৰ যোৱাৰ সময় নহয়! অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ ভুৱা, কন্যা নন্দনাই কি লিখিলে সামাজিক মাধ্যমত?

এয়াতো তেওঁৰ যোৱাৰ সময় নহয়! অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ ভুৱা, কন্যা নন্দনাই কি লিখিলে সামাজিক মাধ্যমত?

ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন! তৰুণ গগৈয়ে কিয় অতি ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাক সেই সময়ত মুখ্যমন্ত্ৰী হোৱাত হেঙাৰ হৈ থিয় হৈছিল?

ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন! তৰুণ গগৈয়ে কিয় অতি ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাক সেই সময়ত মুখ্যমন্ত্ৰী হোৱাত হেঙাৰ হৈ থিয় হৈছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.