• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিবাৰে বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ! সেইদিনা এই ৫কাম কৰিলে ধন-সম্পদ উপচি পৰিব আপোনাৰ

শনিবাৰে বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ! সেইদিনা এই ৫কাম কৰিলে ধন-সম্পদ উপচি পৰিব আপোনাৰ

3 years ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

39 minutes ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

57 minutes ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

1 hour ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

2 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

14 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

14 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

15 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

15 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

15 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

16 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

18 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিবাৰে বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ! সেইদিনা এই ৫কাম কৰিলে ধন-সম্পদ উপচি পৰিব আপোনাৰ

editor by editor
October 10, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শনিবাৰে বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ! সেইদিনা এই ৫কাম কৰিলে ধন-সম্পদ উপচি পৰিব আপোনাৰ
0
SHARES
6.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আগন্তুক শনিবাৰ অৰ্থাৎ ১৪ অক্টোবৰত মহালয়া বা সৰ্বপিতৃ অমাবস্যা। সেই দিনটোতেই আছে সূৰ্যগ্ৰহণো। চলিত বছৰত এয়াই শেষৰটো সূৰ্যগ্ৰহণ। তাৰপাছতেই কোজগৰী পূৰ্ণিমা বা লক্ষ্মী পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ। শাস্ত্ৰ অনুসৰি সূৰ্যগ্ৰহণৰ বিশেষ প্ৰভাৱ সকলোসময়তে থাকে। জ্যোতিষবিদসকলে জনোৱা অনুসৰি কেইটামান কাম সূৰ্যগ্ৰহণত কাহানিও কৰিব নালাগে। এইকেইটা কাম সূৰ্যগ্ৰহণত কৰিলে আৰ্থিকভাৱে ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। এই ক্ষতি ইমানেই বেছি হ’ব পাৰে যে এজন অৱস্থাপন্ন লোক দৰিদ্ৰ হৈয়ো যাব পাৰে।

সূৰ্য গ্ৰহণৰ সময়ত কৰা কিছু কামে আমাৰ জীৱনলৈ শুভ প্ৰভাৱো কঢ়িয়াই আনে। যদিও মহালয়াৰ দিনা সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযাব তথাপিও গ্ৰহণৰ সময়ত এই কাম কৰিলে আমি শুভ ফল লাভ কৰিম। সূৰ্যগ্ৰহণৰ সময়ত কি কি কাম কৰিব জানি থওক।

যদি চাকৰিত উন্নতি কৰিব বিচাৰে তেন্তে সূৰ্য গ্ৰহণৰ সময়ত স্নান কৰি পৰিস্কাৰ কাপোৰ পৰিধান কৰক। তাৰপাছতেই সূৰ্যদেৱক ধ্যান কৰক। ধ্যান শেষ কৰি খেজুৰ, গম, ৰঙা কাপোৰ, তামৰ সামগ্ৰী দান কৰিব পাৰে। জ্যোতিষ শাস্ত্ৰ অনুসৰি সূৰ্যগ্ৰহণৰ সময়ত এই কাম কৰিলে কোষ্ঠীত সূৰ্যৰ অৱস্থান শক্তিশালী হয়।

সূৰ্যগ্ৰহণৰ পাছত সূৰ্যদেৱৰ পূজা আৰু মন্ত্ৰ জপ কৰিলেও সুফল লাভ কৰিব। ইয়াৰ ফলত সূৰ্যৰ আশীৰ্বাদত আপোনাৰ কেৰিয়াৰত উন্নতি হ’ব। গ্ৰহণৰ ওপৰিও সূৰ্যদেৱক তুষ্ট কৰিবলৈ প্ৰত্যেক দিনাই আদিত্য হৃদয় স্তোত্ৰ জপ কৰিব পাৰে।

জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যগ্ৰহণৰ পাছতেই সূৰ্য অষ্টকাম জপ কৰক। সংস্কৃতত ৰচিত এই মন্ত্ৰ জপ কৰিলে গ্ৰহদোষ আৰু অসুখ বিসুখৰ পৰা মুক্তি পোৱা যায়। সূৰ্য চালিছা পাঠ কৰক।

আপোনাৰ জন্মচকত যদি সূৰ্য দুৰ্বল হয় তেন্তে সূৰ্য গ্ৰহণ শেষ হোৱাৰ পাছত ৰঙা ফুল আৰু গুড় ইত্যাদি দান কৰক। ইয়াৰ ফলত কোষ্ঠীত সূৰ্য শক্তিশালী হৈ পৰিব। নিজৰ কেৰিয়াৰত উচ্চ স্থান অধিকাৰ কৰিব পাৰে।

সূৰ্যগ্ৰহণৰ পাছত তেজফল, ওক বা মদাৰ অথৱা সূৰ্যমুখী গছত নিয়মিত পানী ঢালিব। ইয়াৰ ফলত সূৰ্যৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। এই গছসমূহ সূ্ৰ্যদেৱৰ অতি প্ৰিয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী
অপৰাধ

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

September 14, 2026
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

September 14, 2026
Next Post
মধ্যপ্ৰাচ্যৰ ইতিহাস-ভূগোল সলনি কৰি দিম! হামাছক শেষ কৰাৰ হুংকাৰ ইজৰাইলী প্ৰধানমন্ত্ৰীৰ

মধ্যপ্ৰাচ্যৰ ইতিহাস-ভূগোল সলনি কৰি দিম! হামাছক শেষ কৰাৰ হুংকাৰ ইজৰাইলী প্ৰধানমন্ত্ৰীৰ

শীঘ্ৰেই বক্ৰীগতিত থাকিব শুক্ৰ-শনি! দীপাৱলীৰ পূৰ্বেই ৪ৰাশিৰ জীৱনলৈ সুখ আহিব

শীঘ্ৰেই বক্ৰীগতিত থাকিব শুক্ৰ-শনি! দীপাৱলীৰ পূৰ্বেই ৪ৰাশিৰ জীৱনলৈ সুখ আহিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.