• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংগীতৰ অস্কাৰ খ্যাত গ্ৰেমীত ভাৰতীয়ই ৰাখিলে মান, বিয়ন্সে ‘কাউবয় কাৰ্টাৰ’ৰ বাবে শ্ৰেষ্ঠ দেশীয় এলবাম লাভ কৰে

সংগীতৰ অস্কাৰ খ্যাত গ্ৰেমীত ভাৰতীয়ই ৰাখিলে মান, বিয়ন্সে ‘কাউবয় কাৰ্টাৰ’ৰ বাবে শ্ৰেষ্ঠ দেশীয় এলবাম লাভ কৰে

2 years ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

4 minutes ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

52 minutes ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

2 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

3 hours ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

4 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

5 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

6 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

23 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

23 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

24 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সংগীতৰ অস্কাৰ খ্যাত গ্ৰেমীত ভাৰতীয়ই ৰাখিলে মান, বিয়ন্সে ‘কাউবয় কাৰ্টাৰ’ৰ বাবে শ্ৰেষ্ঠ দেশীয় এলবাম লাভ কৰে

editor by editor
February 3, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, সংগীত
0
সংগীতৰ অস্কাৰ খ্যাত গ্ৰেমীত ভাৰতীয়ই ৰাখিলে মান, বিয়ন্সে ‘কাউবয় কাৰ্টাৰ’ৰ বাবে শ্ৰেষ্ঠ দেশীয় এলবাম লাভ কৰে
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সংগীতৰ অস্কাৰ খ্যাত গ্ৰেমীত ভাৰতীয়ই ৰাখিলে মান, বিয়ন্সে ‘কাউবয় কাৰ্টাৰ’ৰ বাবে শ্ৰেষ্ঠ দেশীয় এলবাম লাভ কৰে

সংগীতৰ অস্কাৰ খ্যাত গ্ৰমী বঁটাৰ ঘোষণা। লছ এঞ্জেলছৰ ডাউনটাউনৰ ক্ৰিপটাটউন এৰিনাত অনুষ্ঠিত হৈছে ৬৭ সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠান। এইবাৰৰ গ্ৰেমীত শ্ৰেষ্ঠ কান্ট্ৰী এলবামৰ সন্মান লাভ কৰে বিয়ন্সীয়ে। কাউবয় কাৰ্টাৰ শীৰ্ষক এলবামৰ বাবে এই বঁটা লাভ কৰে বিয়ন্সীয়ে।

আনহাতে শ্ৰেষ্ঠ পপ গায়িকাৰ বঁটা লাভ কৰে ছাব্ৰিনা কাৰ্পেণ্টাৰে। গ্ৰেমীতেই ভাৰতৰো নাম ৰাখে ভাৰতীয় সংগীতৰ ধুৰন্ধৰে। শ্ৰেষ্ঠ নিউ এজ এলবামৰ গ্ৰেমী বঁটা লাভ কৰে ভাৰতীয় মূলৰ চন্দ্ৰিকা টেণ্ডনে। টেণ্ডনে তেখেতৰ ‘ত্ৰিভেনী’ এলবামৰ বাবে এই বঁটা লাভ কৰে।

উল্লেখ্য যে, চন্দ্ৰিকা টেণ্ডন বিশ্ব বিখ্যাত ভাৰতীয় ব্যৱসায়ী তথা পেপচিকোৰ প্ৰাক্তন চি ই অ ইন্দ্ৰা নুয়ীৰ জ্যেষ্ঠ ভগ্নী। বৰ্তমানে চন্দ্ৰিকা টেণ্ডন আমেৰিকাৰ বাসিন্দা।

এই শিতানত অন্য কেইবাগৰাকী ভাৰতীয়ও মনোনয়ন লাভ কৰিছিল। এই তালিকাত আছিল পূৰ্বৰ দুবাৰৰ গ্ৰেমী বঁটা প্ৰাপক ৰিকি কেজ, এবাৰৰ বঁটা প্ৰাপক অনুষ্কা শংকৰো আছিলষ কিন্তু সকলোকে পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাৰ ফ্লাউটিষ্ট ৱাউটাৰ কেলাৰমেন আৰু জাপানী চেলিষ্ট এৰু মাটছুমোটোৰ সৈতে এই বঁটা লাভ কৰে চন্দ্ৰিকা টেণ্ডনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Chandrika TendonGrammy 2025Grammy Award
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!
বিনোদন

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

October 20, 2026
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ
বাণিজ্য

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

October 20, 2026
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ
বাণিজ্য

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

October 20, 2026
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

October 20, 2026
Next Post
যাত্ৰীৰ দাবী পূৰণ, এতিয়া এইখন বন্দে ভাৰত ট্ৰেইনত উপলব্ধ হ’ব কেৱল নিৰামিষ আহাৰ

যাত্ৰীৰ দাবী পূৰণ, এতিয়া এইখন বন্দে ভাৰত ট্ৰেইনত উপলব্ধ হ'ব কেৱল নিৰামিষ আহাৰ

২৫ ছেকেণ্ডৰ ভিতৰতে দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যৰ লগতে উত্তৰ-পূৱ

২৫ ছেকেণ্ডৰ ভিতৰতে দুটাকৈ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্যৰ লগতে উত্তৰ-পূৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.