• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গীতাত হাত হৈ মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে শপত ল’লে ছেফালী ৰাজজান দুগ্গলে

গীতাত হাত হৈ মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে শপত ল’লে ছেফালী ৰাজজান দুগ্গলে

3 years ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

15 minutes ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

59 minutes ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

2 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

3 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

3 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

4 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

4 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

5 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

6 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

7 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

8 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গীতাত হাত হৈ মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে শপত ল’লে ছেফালী ৰাজজান দুগ্গলে

editor by editor
October 17, 2022
in বিবিধ, বিশ্ব, ভাৰত
0
গীতাত হাত হৈ মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে শপত ল’লে ছেফালী ৰাজজান দুগ্গলে
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গীতাত হাত থৈ শপত লৈছে মাৰ্কিন ৰাষ্ট্ৰদূত ছেফালী ৰাজজান দুগ্গলে। মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে শপত লোৱা ছেফালী ভাৰতীয়মূলৰ। ১৯৭১ চনত ছেফালীয়ে এগৰাকী কাশ্মীৰী পণ্ডিতৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। পিছলৈ ছেফালীৰ পৰিয়াল পেনছিলভেনিয়ালৈ স্থায়ীৰূপে যায়গৈ। তেতিয়া ছেফালীৰ বয়স আছিল মাত্ৰ ২ বছৰ।

আমেৰিকাৰ ইতিহাসত প্ৰথমগৰাকী কৃষ্ণাঙ্গ ভাৰতীয়মূলীয় উপৰাষ্ট্ৰপতি হিচাপে শপত লৈছিল কমলা হেৰিছে। তাৰপিছতেই এইবাৰ ভাৰতীয়মূলৰ মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে শপত লৈছে ছেফালীয়ে। নেদাৰলেণ্ডৰ মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে ছেফালীয়ে শপত লোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভাগবত গীতাত হাত থৈ ছেফালীয়ে লৈছে শপত।

উল্লেখ্য যে, ২বছৰ বয়সতে পেনছিলভেনিয়ালৈ যোৱা ছেফালীয়ে নিউৱৰ্ক ইউনিভাৰ্ছিটিত মিডিয়া ইক’লজিত স্নাতকোত্তৰ ডিগ্ৰী লয়। ১০৯৮ চনত ছেফালীয়ে ৰজত দুগ্গল নামৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। শুকুৰবাৰে উপৰাষ্ট্ৰপতি কমলা হেৰিছে মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে ছেফালীক শপত বাক্য পাঠ কৰোৱাই। কমলা হেৰিছে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত শপত বাক্য পাঠ কৰোৱাৰ ছবি শ্বেয়াৰ কৰি কেপছনত লিখা বিশেষ শাৰীকেইটা সকলোতে ভাইৰেল হৈ পৰিছে। কমলা হেৰিছে লিখিছে, ‘ছেফালী নেদাৰলেণ্ডৰ পৰবৰ্তী ৰাষ্ট্ৰদূত। তেওঁৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি নিজকে সৌভাগ্যৱান বুলি ভাবিছো। তেওঁৰ নতুন যাত্ৰালৈ অশেষ শুভেচ্ছা। ’

ছেফালীয়ে কেইবাবছৰ ধৰি প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ছান-ফ্ৰান্সিকোৰ হিউমেন ৰাইটছ কমিটিৰো সদস্য আছিল ছেফালী। ইয়াৰোপৰি ডেমক্ৰেটিক নেছনেল কমিটিৰ ডেপুটি নেছনেল ফাইনেন্স চেয়াৰমেন হিচাপেও কাম কৰিছিল ছেফালীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

March 28, 2026
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?
বিনোদন

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

March 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক
বাণিজ্য

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

March 28, 2026
Next Post
চৰিত্ৰ ঘৰতেই গঢ় লয়! সন্তানৰ কু-কৰ্মৰ বাবে এতিয়াৰে পৰা পিতৃ-মাতৃয়ে লাভ কৰিব ন্যায়িক শাস্তি

চৰিত্ৰ ঘৰতেই গঢ় লয়! সন্তানৰ কু-কৰ্মৰ বাবে এতিয়াৰে পৰা পিতৃ-মাতৃয়ে লাভ কৰিব ন্যায়িক শাস্তি

৫-য়েই লগাব আউল! চতুৰ্থ বৰ্গৰ পৰীক্ষাত নিযুক্তি লাভ কৰিব কোনে?

৫-য়েই লগাব আউল! চতুৰ্থ বৰ্গৰ পৰীক্ষাত নিযুক্তি লাভ কৰিব কোনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.