• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৫০০ বছৰে সমাধান কৰিব নোৱাৰা সূত্ৰ সমাধান কৰিলে ভাৰতীয় গৱেষক ছাত্ৰই! পাণিনিৰ সংস্কৃত ব্যাকৰণৰ সূত্ৰৰ সমাধান কৰিলে কেমব্ৰীজৰ ছাত্ৰই…

২৫০০ বছৰে সমাধান কৰিব নোৱাৰা সূত্ৰ সমাধান কৰিলে ভাৰতীয় গৱেষক ছাত্ৰই! পাণিনিৰ সংস্কৃত ব্যাকৰণৰ সূত্ৰৰ সমাধান কৰিলে কেমব্ৰীজৰ ছাত্ৰই…

3 years ago
তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

17 minutes ago
মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

31 minutes ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

1 hour ago
আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

2 hours ago
Image Credit- AI

আমেৰিকান ডলাৰৰ তুলনাত অভাৱনীয় হাৰত পতন ভাৰতীয় টকাৰ মূল্য

2 hours ago
জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

3 hours ago
মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

3 hours ago
সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

4 hours ago
জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

5 hours ago
ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

6 hours ago
হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

7 hours ago
জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

২৫০০ বছৰে সমাধান কৰিব নোৱাৰা সূত্ৰ সমাধান কৰিলে ভাৰতীয় গৱেষক ছাত্ৰই! পাণিনিৰ সংস্কৃত ব্যাকৰণৰ সূত্ৰৰ সমাধান কৰিলে কেমব্ৰীজৰ ছাত্ৰই…

editor by editor
December 26, 2022
in বিশ্ব, ভাৰত, লেখা, শিক্ষা
0
২৫০০ বছৰে সমাধান কৰিব নোৱাৰা সূত্ৰ সমাধান কৰিলে ভাৰতীয় গৱেষক ছাত্ৰই! পাণিনিৰ সংস্কৃত ব্যাকৰণৰ সূত্ৰৰ সমাধান কৰিলে কেমব্ৰীজৰ ছাত্ৰই…
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৫০০ বছৰ ধৰি এটা সূত্ৰ সমাধান কৰিবলৈ চেষ্টা কৰিও বাৰে বাৰেই বিফল হৈ আহিছে গৱেষক। সংস্কৃত ব্যাকৰণৰ এই জটিল সূত্ৰ কোনোৱে কৰিব পৰা নাই সমাধান। যীশুখ্ৰীষ্টৰ জন্মৰ ৫০০ বছৰ পূৰ্বেৰে পৰাই গৱেষক ব্যস্ত হৈ আহিছে এই সূত্ৰ সমাধানৰ বাবে। সংস্কৃতৰ বহু বিদগ্ধ পণ্ডিতে সমাধান কৰিব নোৱাৰা এই সূত্ৰ ২৫০০ বছৰৰ অন্তত সমাধা কৰিলে ভাৰতীয় গৱেষক ছাত্ৰ ঋষি ৰাজপোপাটে। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ তেওঁ গৱেষক ছাত্ৰ। বৃহস্পতিবাৰে ৰাজপোপাটে প্ৰকাশ কৰিছে তেওঁৰ গৱেষণাপত্ৰ। গৱেষণাপত্ৰতেই আছে সংস্কৃত ব্যাকৰণৰ সেই জটিল সূত্ৰটোৰ সমাধান। পাণিনিৰ ব্যাকৰণত আছে সেই জটিল সূত্ৰ।

বিশেষজ্ঞই কোৱা অনুসৰি সংস্কৃত ব্যাকৰণৰ এই সমাধান বৈপ্লৱিক। ইয়াৰ ফলত পাণিনিৰ ব্যকৰণ এতিয়া কম্পিউটাৰযোগেও শিকাব পৰা যাব। অৰ্থাৎ কম্পিউটাৰৰ মাজত প্ৰগ্ৰাম হিচাপে থাকিব এই পাণিনিৰ সমাধান নোহোৱা বিশেষ সূত্ৰৰ সমাধানটো। ঋষিয়ে প্ৰথমেই যেতিয়া সূত্ৰটোৰ সমাধান ওলিয়াইছিল তেতিয়া তেওঁ নিজেও কিছু সময়লৈ বাকৰূদ্ধ হৈ পৰিছিল। তেওঁৰ মনলৈ প্ৰতিনিয়ত আহিব লৈছিল, ‘ইউৰেকা’ পাই গ’লো। ঠিক আৰ্কিমিডিছৰ দৰেই জপিঁয়াই উঠিছিল ঋষি। মনাহ ধৰি গৱেষণা চলাইছিল ঋষিয়ে। ঋষিয়ে এই সন্দৰ্ভত কয়, বহু চেষ্ঠা কৰিও একো সমাধান পোৱা নাছিলো। শেষত এমাহৰ বাবে এই কাম বন্ধই কৰি দিছিলো। চাইকেল চলাই, খাদ্য ৰান্ধি, সাঁতুৰি, ধ্যান কৰি সময় অতিবাহিত কৰিছিলো। তাৰপাছত এইসমূহ কৰিও মানসিক শান্তি নাছিল। অৱশেষত আকৌ আধৰুৱা গৱেষণাৰ কামত লাগিলো। পাণিনিৰ ব্যাকৰণৰ কিতাপখন লুটিয়াই থকাটো অভ্যাস। সেইদিনাও লুটিয়াই চাওঁতে হঠাতেই মোৰ মনত সমাধানটো আহি গৈছিল। এতিয়াও বহু কাম বাকী যদিও সেই বিশেষ কামটোত মই মনোনিৱেষ কৰিলো।’

পাণিনি সন্দৰ্ভতো তেওঁ মন্তব্যত কয়, ‘পাণিনিৰ মেধা অসাধাৰণ আছিল। তেওঁ যি ব্যাকৰণ ৰচনা কৰিছে তাৰ তুলনা বিশ্বৰ কোনো সাহিত্যিকৰ লগতেই কৰিব নোৱাৰি। সেয়ে তেওঁ হয়তো জীৱনকালত আশা কৰাও নাছিল আমাৰ দৰে সাধাৰণ কোনো গৱেষণা কৰি থকা ছাত্ৰই তেওঁৰ সূত্ৰৰ সমাধান ওলিয়াব! আমি কোনো এটা সূত্ৰৰ সমাধান উলিয়ালেও পাণিনিৰ ব্যাকৰণৰ বহু কথা এতিয়াও ভাৱি মূৰ ঘূৰাই।’

উল্লেখ্য যে পাণিনিৰ এই সূত্ৰৰ সমাধানৰ পাছতেই এতিয়া এটা সংস্কৃত শব্দৰ পৰাই বহু হাজাৰ হাজাৰ শব্দ তৈয়াৰ কৰিব পৰা যাব। খ্ৰীষ্টপূৰ্বতেই লিখা ব্যাকৰণো ঠিক এটা যন্ত্ৰৰ দৰেই। সংস্কৃতক লৈ অতীতত বহু চৰ্চা আছিল যদিও বৰ্তমান ভাৰতত সংসকৃত জনা লোকৰ সংখ্যা মাত্ৰ ২৫ হাজাৰহে বুলি সমীক্ষাই দাঙি ধৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

May 18, 2026
আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!
জীৱনশৈলী

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

May 18, 2026
Image Credit- AI
বাণিজ্য

আমেৰিকান ডলাৰৰ তুলনাত অভাৱনীয় হাৰত পতন ভাৰতীয় টকাৰ মূল্য

May 18, 2026
জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!
জীৱনশৈলী

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

May 18, 2026
Next Post
তালিবানী অত্যাচাৰ! মধ্যপ্ৰদেশৰ ভাইৰেল ভিডিঅ’ৰ মূল অভিযুক্ত পংকজ ত্ৰিপাঠীক গ্ৰেপ্তাৰ, গৃহতো চলিল বুলডোজাৰ, কিয় এই শাস্তি দিছিল তৰুণীক? সবিশেষ…

তালিবানী অত্যাচাৰ! মধ্যপ্ৰদেশৰ ভাইৰেল ভিডিঅ’ৰ মূল অভিযুক্ত পংকজ ত্ৰিপাঠীক গ্ৰেপ্তাৰ, গৃহতো চলিল বুলডোজাৰ, কিয় এই শাস্তি দিছিল তৰুণীক? সবিশেষ...

ভাইজানৰ ওপজা দিন! বলীউডত দপদপাই থকা ভাইজানৰ প্ৰথম পাৰিশ্ৰমিক কিমান আছিল জানেনে?

ভাইজানৰ ওপজা দিন! বলীউডত দপদপাই থকা ভাইজানৰ প্ৰথম পাৰিশ্ৰমিক কিমান আছিল জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.