• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাইজানৰ ওপজা দিন! বলীউডত দপদপাই থকা ভাইজানৰ প্ৰথম পাৰিশ্ৰমিক কিমান আছিল জানেনে?

ভাইজানৰ ওপজা দিন! বলীউডত দপদপাই থকা ভাইজানৰ প্ৰথম পাৰিশ্ৰমিক কিমান আছিল জানেনে?

3 years ago
ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

29 minutes ago
তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

55 minutes ago
মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

1 hour ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

2 hours ago
আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

2 hours ago
Image Credit- AI

আমেৰিকান ডলাৰৰ তুলনাত অভাৱনীয় হাৰত পতন ভাৰতীয় টকাৰ মূল্য

3 hours ago
জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

4 hours ago
মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

4 hours ago
সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

4 hours ago
জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

6 hours ago
ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

7 hours ago
হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ভাইজানৰ ওপজা দিন! বলীউডত দপদপাই থকা ভাইজানৰ প্ৰথম পাৰিশ্ৰমিক কিমান আছিল জানেনে?

editor by editor
December 27, 2022
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
ভাইজানৰ ওপজা দিন! বলীউডত দপদপাই থকা ভাইজানৰ প্ৰথম পাৰিশ্ৰমিক কিমান আছিল জানেনে?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৫৭ বছৰীয়া হ’ল ভাইজান। ছলমান খানৰ ওপজা দিনটোতেই মুম্বাইত সংবাদকৰ্মীৰ সৈতে দেখা গ’ল ভাইজানক। বয়স বাঢ়িলেও ভাইজানৰ অনুৰাগী জানো কম। কোটি কোটি অনুৰাগী কেৱল আমাৰ দেশতেই। বৰ্তমানো সম্পূৰ্ণ সুস্থ-সুঠাম, সৱল চিৰতৰুণ ভাইজানক চাবলৈ অনুৰাগীৰ হেতাঁওপৰা। আৰক্ষী তথা বডীগাৰ্ডে প্ৰতিসময়তে বেঢ়ি ৰখা ভাইজানে কেতিয়া ভৰি দিছিল চিনেমা জগতত? পিতৃৰ সফলতাৰ বাবেই ছলমানে পাইছিল নেকি এই সুযোগ? বৰ্তমান কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী ছলমান খানে প্ৰথমে কাম আৰম্ভ কৰোতে পাৰিশ্ৰমিক কিমান পাইছিল।

১৯৬৫ চনৰ ২৭ ডিচেম্বৰত জন্মলাভ কৰা ছলমান খানে খুব কম বয়সতেই চিনেমাজগতত প্ৰৱেশ কৰিছিল। ৮০ ৰ দশকত কাম আৰম্ভ কৰোতে ছলমানৰ পাৰিশ্ৰমিক আছিল বহু কম। ১০০ টকাও লাভ কৰা নাছিল ভাইজানে। মাত্ৰ ৭৫ টকাত মুম্বাইৰ তাজ হোটেলত বেকগ্ৰাউণ্ড ডান্সাৰ হিচাপে প্ৰথম কাম আৰম্ভ কৰিছিল ভাইজানে। ইফালে ভাইজানৰ প্ৰথম জনপ্ৰিয় ছবি ‘মেনে প্যাৰ কিয়া’ৰ বাবে লাভ কৰিছিল মাত্ৰ ৩১ টকা পাৰিশ্ৰমিক।

ভাইজানে আজিৰ এই জনপ্ৰিয়তা অৰ্জনৰ আঁৰত আছে বহু অজানা অধ্যায়। কেতিয়াবা যদি বহু প্ৰশংসা লাভ কৰিছে কেতিয়াবা আকৌ কাৰাগাৰৰ অন্ধকাৰ কোঠৰীত পাৰ হৈছে দিনৰ পাছত দিন। এইবোৰৰ মাজতেই অব্যাহত ৰাখিছে অভিনয় যাত্ৰা। তেওঁৰ জনপ্ৰিয় ছবিসমূহৰ ভিতৰত আছে হাম আপকে হে কৌন, কৰণ-অৰ্জুন, ডাবাং, প্যাৰ কিয়া তৌ ডৰ’ণা ক্যা, বডীগাৰ্ড, এক থা টাইগাৰ, বজৰংগী ভাইজানৰ দৰে ছবিয়েই ছলমানৰ কেৰিয়াৰ গ্ৰাফডাল ওপৰলৈ লৈ গ’ল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড
অপৰাধ

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

May 18, 2026
তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে
জীৱনশৈলী

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

May 18, 2026
মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ
জীৱনশৈলী

মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

May 18, 2026
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

May 18, 2026
Next Post
২৫০০ কোটিৰ গৰাকী ছলমান খান! এদিনত ভাইজানৰ উপাৰ্জন কিমান?

২৫০০ কোটিৰ গৰাকী ছলমান খান! এদিনত ভাইজানৰ উপাৰ্জন কিমান?

একেই তাপমাত্ৰাত দুজন ব্যক্তিৰ ঠাণ্ডাৰ অনুভৱ পৃথক হয়, আঁৰৰ বৈজ্ঞানিক কাৰণকেইটা জানেনে?

একেই তাপমাত্ৰাত দুজন ব্যক্তিৰ ঠাণ্ডাৰ অনুভৱ পৃথক হয়, আঁৰৰ বৈজ্ঞানিক কাৰণকেইটা জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.