ভাৰতীয় ৰে’লৰ তৰফৰ পৰা চাকৰি প্ৰাৰ্থীসকলৰ বাবে দিয়া হৈছে এক সুখবৰ৷ খুবেই কম শিক্ষাগত যোগ্যতাতেই এইবাৰ ভাৰতীয় ৰেলত চাকৰিৰ বাবে আবেদন জনাব পাৰিব চাকৰি প্ৰত্যাশীসকলে৷ আপুনিও যদি দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি আছে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে৷ জানি থওক শিক্ষাগত যোগ্যতাৰ পৰা চকৰিলৈকে বিস্তাৰিত তথ্য৷
ভাৰতীয় ৰে’লত কৰ্মী নিয়োগ
শূণ্য পদ
কেনেকৈ আৱেদন কৰিব
উল্লেখিত পদসমূহৰ বাবে আবেদন কৰিবলৈ হ’লে ৰেলৰ অফিচিয়েল ৱেবচাইটত গৈ প্ৰথমে ৰেজিষ্ট্ৰেচন কৰক৷ ৰেজিষ্ট্ৰেচনৰ পাছত লগ ইন কৰক৷ ইয়াৰপাছতেই স্পৰ্টছ কোটাত নিয়োগৰ আবেদন ফৰ্মত ক্লিক কৰক৷ ফৰ্মখল সঠিক তথ্য দি পূৰণ কৰক৷ আপোনাৰ প্ৰয়োজনীয় প্ৰতিটো ডকুমেণ্টচ আপলোড কৰাৰ পাছত সম্পূৰ্ণ আবেদন প্ৰক্ৰিয়া ভালকৈ চাওক আৰু ছাবমিট কৰক৷ ইয়াৰ বাবে আবেদনমূল্য দিব লাগিব৷
আবেদন মূল্য
জেনেৰেলৰ ক্ষেত্ৰত আবেদন মূল্য ৫০০ টকা৷ অন্যহাতে অনুসূচিত জাতি, উপজাতি, মহিলা আৰু EWS প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত অৰ্ধেক অৰ্থাৎ আবেদনমূল্য হিচাপে ২৫০ টকা দিব লাগিব৷ ৰেজিষ্ট্ৰেচনৰ শেষ দিন ১৪ ডিচেম্বৰ ২০২৪৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ