• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহত মাত্ৰ কেই হাজাৰমান টকা দিলেই পাব ৮লাখ টকা, পষ্ট অফিচৰ এই স্কিম  জানেনে?

মাহত মাত্ৰ কেই হাজাৰমান টকা দিলেই পাব ৮লাখ টকা, পষ্ট অফিচৰ এই স্কিম জানেনে?

2 years ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

9 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

10 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

11 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

11 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

11 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

12 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

13 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

13 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

14 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

14 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

15 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহত মাত্ৰ কেই হাজাৰমান টকা দিলেই পাব ৮লাখ টকা, পষ্ট অফিচৰ এই স্কিম জানেনে?

মাহত মাত্ৰ কেই হাজাৰমান টকা দিলেই পাব ৮লাখ টকা, পষ্ট অফিচৰ এই স্কিম জানেনে?

editor by editor
November 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মাহত মাত্ৰ কেই হাজাৰমান টকা দিলেই পাব ৮লাখ টকা, পষ্ট অফিচৰ এই স্কিম  জানেনে?
0
SHARES
480
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পষ্টঅফিচৰ ৰেকাৰিং ডিপজিট স্কিমত নিৰাপদ বিনিয়োগৰ বাবে আছে এক চমৎকাৰ বিকল্প৷ এই চৰকাৰী ক্ষুদ্ৰ সঞ্চয় প্ৰকল্পত প্ৰতি বছৰ ৬.৭শতাংশ হাৰত সুদ দিয়া হয় আৰু বিনিয়োগৰ ম্যাদ নিৰ্ধাৰণ কৰা হৈছে পাঁচ বছৰ৷ এয়া ১০ বছৰ পৰ্যন্তও বঢ়াব পাৰি৷

কেনেকৈ লক্ষাধিক টকা সঞ্চয় সম্ভৱ?

এই স্কিমত নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ প্ৰতি মাহত জমা ৰাখিলে দহ বছৰৰ ভিতৰত ৮লাখ টকাতকৈয়ো বেছি আপুনি সঞ্চয় কৰিব পাৰে৷ প্ৰতিমাহে ৫০০০ টকাকৈ জমা কৰিলে ৫বছৰত মুঠ বিনিয়োগ হ’ব ৩লাখ টকা৷ সুদ হিচাপে জমা হ’ব ৫৬,৮৩০ টকা৷ ফলত মুঠ জমা হ’ব  ৩,৫৬,৮৩০টকা৷ যদি ম্যাদ আৰু ৫বছৰ বঢ়োৱা হয় তেতিয়া ১০ বছৰত আপোনাৰ জমা হ’ব মুঠ ৬লাখ টকা৷ এই সময়ত ৬.৭ শতাংশ হাৰত সুদৰ পৰা জমা হ’ব ২,৫৪,২৭২টকা৷ ফলত ১০ বছৰত মুঠ জমা হ’ব ৮, ৫৪, ২৭২ টকা৷

সৰ্বনিম্ন বিনিয়োগঃ

প্ৰতিমাহে মাত্ৰ ১০০ টকাৰেও আপুনি বিনিয়োগ কৰিব পাৰে৷

সৰ্বোচ্চ বিনিয়োগৰ কোনো ঊৰ্ধসীমা নাই৷

প্ৰিমেচিউৰ ক্লোজাৰ আৰু লোনৰ সুবিধাও উপলব্ধ৷

ম্যাদৰ পূৰ্বে একাউণ্ট বন্ধ কৰাৰ সুবিধা আছে৷ এবছৰতকৈ বেছি সময় একাউণ্ট চলি থাকিলে জমাৰ ৫০শতাংশ পৰ্যন্ত আপুনি ঋণ ল’ব পাৰে৷

কিশোৰসকলৰ বাবেও একাউণ্ট খোলাৰ সুবিধা আছে পষ্ট অফিচত৷ অৱশ্যে এইক্ষেত্ৰত অভিভাৱকৰ নাম থকাটো বাধ্যতামূলক৷ এই স্কিমত নিৰাপদ বিনিয়োগৰ ওপৰিও নিশ্চিত মুনাফা আপুনি পাবই৷ সঞ্চয়ৰ বাবে অতি নিৰ্ভৰযোগ্য পন্থা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!
জীৱনশৈলী

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

September 3, 2026
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা
অপৰাধ

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

September 3, 2026
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?
বিনোদন

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

September 3, 2026
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি
অসম

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

September 3, 2026
Next Post
যদি সপোনত এই ৫টা বস্তু দেখিছে তেন্তে বুজিব আপোনাৰ জীৱনত ধনৰ বৰষুণ হ’ব!

যদি সপোনত এই ৫টা বস্তু দেখিছে তেন্তে বুজিব আপোনাৰ জীৱনত ধনৰ বৰষুণ হ’ব!

কাকো খাতিৰ নকৰো বুলি কোৱা জুবিনে Follow কৰা একমাত্ৰ ব্যক্তি কোন? ৫২টা বসন্ত গৰকা জুবিনৰ ৫২টা অজানা কথা

কাকো খাতিৰ নকৰো বুলি কোৱা জুবিনে Follow কৰা একমাত্ৰ ব্যক্তি কোন? ৫২টা বসন্ত গৰকা জুবিনৰ ৫২টা অজানা কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.