• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যদি সপোনত এই ৫টা বস্তু দেখিছে তেন্তে বুজিব আপোনাৰ জীৱনত ধনৰ বৰষুণ হ’ব!

যদি সপোনত এই ৫টা বস্তু দেখিছে তেন্তে বুজিব আপোনাৰ জীৱনত ধনৰ বৰষুণ হ’ব!

1 year ago
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

5 minutes ago
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

26 minutes ago
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

1 hour ago
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

3 hours ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

12 hours ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

12 hours ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

13 hours ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

13 hours ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

14 hours ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

15 hours ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

15 hours ago
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যদি সপোনত এই ৫টা বস্তু দেখিছে তেন্তে বুজিব আপোনাৰ জীৱনত ধনৰ বৰষুণ হ’ব!

যদি সপোনত এই ৫টা বস্তু দেখিছে তেন্তে বুজিব আপোনাৰ জীৱনত ধনৰ বৰষুণ হ’ব!

editor by editor
November 17, 2024
in জীৱনশৈলী, বিবিধ
0
যদি সপোনত এই ৫টা বস্তু দেখিছে তেন্তে বুজিব আপোনাৰ জীৱনত ধনৰ বৰষুণ হ’ব!
0
SHARES
957
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বপ্নশাস্ত্ৰ অনুসৰি সপোনত দেখা কিছু পৰিঘটনাই আমাৰ জীৱনত ঘটি থকা পৰিঘটনাকেই সূচায়৷ কেতিয়াবা সপোন যদি কেৱল এক কল্পনা কেতিয়াবা কিন্তু ই ভৱিষ্যতৰ সুখ বা বিপদৰো ইংগিত বুজায়৷ বিশেষকৈ সপোনত কিছুমান বিশেষ কথা দেখিলে আৰ্থিক লাভৰ চিন বুলি গণ্য কৰা হয়৷ সপোনত দেখা এনে ৫ ইংগিতে আমাৰ জীৱনত উন্নতি হোৱাটোকেই বুজায়৷ ধনৰ বৰষুণ আপোনাৰ ওপৰত হোৱাটো খাটাং৷

ধৰ্মীয় বিশ্বাস অনুসৰি সপোনত যদি অশোক গছ দেখে তেন্তে ইয়াক অতি শুভ লক্ষণ বুলি গণ্য কৰা হয়৷ অশোক গছ সুখ, শান্তি আৰু সমৃদ্ধিৰ প্ৰতীক৷ এনে সপোনে কয় যে আপোনাৰ জীৱনত সুখ আহিবই আৰু দেৱী লক্ষ্মীৰ বিশেষ কৃপাত আপোনাৰ ধন সম্পত্তি বৃদ্ধি পাব৷

স্বপ্নশাস্ত্ৰ অনুসৰি সপোনত সাপ দেখাটো আৰ্থিক লাভৰ ইংগিত বুলি কোৱা হয়৷ এই সপোন আপুনি সোনকালে ডাঙৰ লাভ অৰ্জন কৰাৰ প্ৰতীক৷ এই সপোনে আপোনাক আৰ্থিক অৱস্থাৰ উন্নতি আৰু সমৃদ্ধিৰ বাৰ্তা দিয়ে৷

সপোনত জেঠি দেখাটোও শুভ বুলি গণ্য কৰা হয়৷ ধৰ্মীয় বিশ্বাস অনুসৰি এনে সপোন দেখিলেই বুজিব যে আপুনি পূৰ্বপুৰুষৰ সম্পত্তি বা যিকোনো পুৰণি সম্পত্তিৰ সুবিধা লাভ কৰিবলৈ ওলাইছে৷ ইয়াৰ লগতে ই ধন সম্পত্তি আৰু সুখ সমৃদ্ধিৰো ইংগিত দিয়ে৷

যদি সপোনত উজ্জ্বল সূৰ্যৰ পোহৰ, উদীয়মান সূৰ্য দেখা পায় তেন্তে ইয়াত অতি শুভ বুলি গণ্য কৰা হয়৷ এই সপোনটোৱে কয় যে আপোনাৰ জীৱনত এটা প্ৰগতিৰ সময় আহি আছে৷ চাকৰিত পদোন্নতি বা ব্যৱসায়ত অগ্ৰগতিৰ দৰে ডাঙৰ পৰিবৰ্তন হ’ব পাৰে৷ সপোনত ঘৰ, অট্টালিকা বা ঘৰ দেখে তেন্তে আপোনাৰ সফলতাৰ ইংগিত৷ এই সপোনৰ পৰাই অনুমান কৰিব পাৰি যে সোনকালেই আপোনাৰ প্ৰচেষ্টাৰ ফল লাভ কৰিব৷ আপোনাৰ জীৱনলৈ স্থিৰতা আৰু সমৃদ্ধি আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

May 4, 2026
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি
ৰাজনীতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

May 4, 2026
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?
ভাৰত

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

May 4, 2026
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?
অসম

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

May 4, 2026
Next Post
কাকো খাতিৰ নকৰো বুলি কোৱা জুবিনে Follow কৰা একমাত্ৰ ব্যক্তি কোন? ৫২টা বসন্ত গৰকা জুবিনৰ ৫২টা অজানা কথা

কাকো খাতিৰ নকৰো বুলি কোৱা জুবিনে Follow কৰা একমাত্ৰ ব্যক্তি কোন? ৫২টা বসন্ত গৰকা জুবিনৰ ৫২টা অজানা কথা

নতুন সপ্তাহত গৌৰী যোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত গৌৰী যোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.